TMPK Sissimukh Regional Committee

TMPK Sissimukh Regional Committee Social Organisation

  উদ্যোগত আৰু পৃষ্ঠপোষকতাততিনি মহীয়া দক্ষতা বিকাশ প্ৰশিক্ষণ পাঠ্যক্ৰমআবেদন মুকলি কৰা হৈছে।আপোনাৰ দক্ষতা বৃদ্ধি কৰক, কেৰ...
30/07/2026

উদ্যোগত আৰু পৃষ্ঠপোষকতাত
তিনি মহীয়া দক্ষতা বিকাশ প্ৰশিক্ষণ পাঠ্যক্ৰম
আবেদন মুকলি কৰা হৈছে।

আপোনাৰ দক্ষতা বৃদ্ধি কৰক, কেৰিয়াৰ গঢ়ি তুলক আৰু উজ্জ্বল ভৱিষ্যতৰ দিশে আগবাঢ়ক।

"মানৱীয় দায়বদ্ধতাৰ অংশ হিচাপে" TMPK ,MMK & TMMK ধেমাজি সাংগঠনিক জিলা সমিতিৰ আহ্বানত চিচিমুখ আঞ্চলিক সমিতিৰ উদ্যোগত শিৱ...
24/07/2026

"মানৱীয় দায়বদ্ধতাৰ অংশ হিচাপে"
TMPK ,MMK & TMMK ধেমাজি সাংগঠনিক জিলা সমিতিৰ আহ্বানত চিচিমুখ আঞ্চলিক সমিতিৰ উদ্যোগত শিৱসাগৰ জিলাত সংঘটিত ভয়াৱহ বানপানীৰ ফলত ক্ষতিগ্ৰস্ত হোৱা বানপীড়িত পৰিয়ালসমূহলৈ সহায়ৰ হাত আগবঢ়োৱাৰ উদ্দেশ্যে বান সাহাৰ্যৰ বাবে সাহায্য সংগ্ৰহ কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷
এই মানৱীয় প্ৰয়াসত সহযোগিতা আগবঢ়োৱা সকলো দাতা, শুভাকাংক্ষী আৰু কৰ্মীলৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। বিপদৰ সময়ত একতাবদ্ধতা, সহমৰ্মিতা আৰু মানৱসেৱাৰ এই মনোভাৱেই সমাজক অধিক শক্তিশালী কৰি তোলে।

আজিৰ পৰা চিচিমুখ আঞ্চলিক সমিতিৰ উদ্যোগত নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে চিচিমুখ উচ্চ মাধ্যমিক বালিকা বিদ্যালয়ত " ...
07/07/2026

আজিৰ পৰা চিচিমুখ আঞ্চলিক সমিতিৰ উদ্যোগত নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে চিচিমুখ উচ্চ মাধ্যমিক বালিকা বিদ্যালয়ত " গ্ৰীষ্মকালীন বিনামূলীয়া পাঠদান" শুভাৰম্ভ কৰা হয় ৷

আজি পুৱাই মিচিং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য শ্ৰদাৰ শ্ৰীযুত Paramananada Chayengia , চিচিকলঘৰ পৰিষদীয় সম...
04/07/2026

আজি পুৱাই মিচিং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য শ্ৰদাৰ শ্ৰীযুত Paramananada Chayengia , চিচিকলঘৰ পৰিষদীয় সমষ্টিৰ GM শ্ৰীযুক্তা Labanya Mili ডাঙৰীয়ানীৰ আৰু গোগামুখ পৰিষদীয় সমষ্টিৰ GM শ্ৰীযুত Raju Pegu ডাঙৰীয়াৰ লগতে বিভাগীয় কৰ্তীপক্ষ্যৰ উপস্থিতিত চিচিমুখৰ গেৰজাই গাৱঁত ব্ৰহ্মপুত্ৰ নদীয়ে সৃষ্টি কৰা প্ৰৱল গঢ়া খহনীয়া প্ৰতিৰোধৰ বাবে জলসম্পদ বিভাগ আৰু MACৰ দ্বাৰা যৌথ উদ্যোগত ৰূপায়ন কৰা RCC পাৰকিউপাইন্ আৰু বেম্ব ড্ৰেগন ক্ৰিভছ্ লান্স আঁচনি পৰিদৰ্শন কৰে ।
উক্ত আঁচনিৰ ফলত নদীৰ গঢ়াৰ গভীৰতা ১৫ ফুটৰ পৰা ৭ ফুটলৈ কমি অহিছে।

Paramananda Chayengia
Mac Admin

28/06/2026

Today, a separate executive meeting of the TMPK Dhemaji District Committee was held. The meeting was attended by the respected President of MBK Chayengiya as the chief advisor.

The preparations for participation in the upcoming 17th TMPK Central @ and an important discussion on the significance of and were carried out.

Address

Sissimukh
Dhemaji
787058

Alerts

Be the first to know and let us send you an email when TMPK Sissimukh Regional Committee posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share