বেবেজীয়া সমন্বয় যুৱ সংঘ ও কৃষ্টি বিকাশ কেন্দ্ৰ

  • Home
  • India
  • Dhemaji
  • বেবেজীয়া সমন্বয় যুৱ সংঘ ও কৃষ্টি বিকাশ কেন্দ্ৰ

বেবেজীয়া সমন্বয় যুৱ সংঘ ও কৃষ্টি বিকাশ কেন্দ্ৰ বেবেজীয়া সমন্বয় যুৱ সংঘ ও কৃষ্টি বিকাশ কেন্দ্ৰ।
স্থাপিত: ১৯৮৭
স্থান: বেবেজীয়া ৰাজহুৱা খেলপথাৰ
পঞ্জীয়ন নং: RS/DMJ/241/RFSRS/202506861

📌বেবেজীয়া সমন্বয় যুৱ সংঘ ও কৃষ্টি বিকাশ কেন্দ্ৰৰ মাকৈ খেতি। 📌৭০ বিঘা মাটিত গোমধান লাগিছে খুব সুন্দৰকৈ ।
19/04/2026

📌বেবেজীয়া সমন্বয় যুৱ সংঘ ও কৃষ্টি বিকাশ কেন্দ্ৰৰ মাকৈ খেতি।
📌৭০ বিঘা মাটিত গোমধান লাগিছে খুব সুন্দৰকৈ ।

26/01/2026

আমাৰ সংঘই কৰা সৰিয়হ তুলি থকা হৈছে ।
যুৱকসকল মাকৈ বীজ ৰোপণত ব্যস্ত থকাৰ বাবে গাওঁৰে মহিলাসকলক নিয়োজিত কৰা হৈছে উচিত মাননি দি ।
Kvk Dhemaji

আজিৰে পৰা আমি কৰা মাকৈ খেতি বীজ ৰোপণ কৰিছোঁ। Target 80 Bigha. প্ৰথমবাৰ কৰা বাবে বহু সমস্যাৰ সন্মুখীন হৈছোঁ শেষত ভিডিঅ' য...
24/01/2026

আজিৰে পৰা আমি কৰা মাকৈ খেতি বীজ ৰোপণ কৰিছোঁ।
Target 80 Bigha.
প্ৰথমবাৰ কৰা বাবে বহু সমস্যাৰ সন্মুখীন হৈছোঁ শেষত ভিডিঅ' যোগে জনাবলৈ চেষ্টা কৰিম।
Kvk Dhemaji District Commissioner Dhemaji

18/01/2026

৮০ বিঘা ভূমিত মাকৈ খেতি কৰোঁতে চাৰিবেৰা বেৰিবলৈ আনিছোঁ বিশেষ যন্ত্ৰ।
Zatka Machine ৰ জড়িয়তে বেৰা দিম ৮০ বিঘা মাটিৰ মাকৈ ( গুমধান) খেতি ।
Kvk Dhemaji Ranoj Pegu

তীব্ৰ গতিত চলিছে হাল বোৱা কাৰ্যসূচী। লক্ষ্য ৮০ বিঘা মাটিত মাকৈ খেতি কৰা। জয়তু বেবেজীয়া সমন্বয় যুৱ সংঘ ও কৃষ্টি বিকাশ ...
12/12/2025

তীব্ৰ গতিত চলিছে হাল বোৱা কাৰ্যসূচী।
লক্ষ্য ৮০ বিঘা মাটিত মাকৈ খেতি কৰা।
জয়তু বেবেজীয়া সমন্বয় যুৱ সংঘ ও কৃষ্টি বিকাশ কেন্দ্ৰ

আমাৰ সংঘই কিছুদিন পূৰ্বে কৰা সৰিয়হৰ খেতি ফুলিবলৈ আৰম্ভ কৰিছে । প্ৰথমবাৰৰ বাবে খেতি কৰা অভিজ্ঞতা বহু সংঘৰ সদস্যৰ বাবে, ত...
12/12/2025

আমাৰ সংঘই কিছুদিন পূৰ্বে কৰা সৰিয়হৰ খেতি ফুলিবলৈ আৰম্ভ কৰিছে ।
প্ৰথমবাৰৰ বাবে খেতি কৰা অভিজ্ঞতা বহু সংঘৰ সদস্যৰ বাবে, তাৰ তুলনাত যথেষ্ট ভাল হৈছে বুলি ভাবিছোঁ। কিন্তু বৰষুণৰ অভাৱত কিছু কিছু অংশত সৰিয়হসমুহ লাভ নাই হোৱা ।

Kvk Dhemaji District Commissioner Dhemaji

বেবেজীয়া গাওঁ যুৱকসকলৰ কৃষি বিপ্লৱ অব্যাহত। ১৫ বিঘা ভূমিত সৰিয়হৰ খেতি কৰা পাছত এইবাৰ ৮০ বিঘা ভূমিত মাকৈ খেতি কৰিবলৈ আগ...
11/12/2025

বেবেজীয়া গাওঁ যুৱকসকলৰ কৃষি বিপ্লৱ অব্যাহত।
১৫ বিঘা ভূমিত সৰিয়হৰ খেতি কৰা পাছত এইবাৰ ৮০ বিঘা ভূমিত মাকৈ খেতি কৰিবলৈ আগবাঢ়িছোঁ।
মাকৈ খেতিৰ বাবে হাল বোৱা কাৰ্যসূচী নাৰিকল ভাঙি শুভাৰম্ভ কৰা হয় ।
সকলোৰে সহায় সহযোগিতা কামনা কৰিছোঁ।
জয়তু বেবেজীয়া সমন্বয় যুৱ সংঘ ও কৃষ্টি বিকাশ কেন্দ্ৰ

১০/১২/২০২৫
Ranoj Pegu District Commissioner Dhemaji

Address

Dhemaji
787057

Website

Alerts

Be the first to know and let us send you an email when বেবেজীয়া সমন্বয় যুৱ সংঘ ও কৃষ্টি বিকাশ কেন্দ্ৰ posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share