নৱদ্বীপ যুৱ সংঘ /Nabadeep Yuva Sangha

  • Home
  • India
  • Dhemaji
  • নৱদ্বীপ যুৱ সংঘ /Nabadeep Yuva Sangha

নৱদ্বীপ যুৱ সংঘ /Nabadeep Yuva Sangha 🤝হাতে হাত ধৰি আমি যাওঁ আগবাঢ়ি,
নৱ প্ৰভাতৰ দিশে,ন উদ্যমেৰে, সোনোৱালী ভৱিষ্যত বিছাৰি।✨💫

পোন প্ৰথমে  #আৰক''ৰ পৰিয়ালবৰ্গক নৱদ্বীপ যুৱ সংঘৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ ও কৃতজ্ঞতা জনাইছো । আমাৰ কৰ্ম ৰাজিক শলাগি আগল...
07/06/2026

পোন প্ৰথমে #আৰক''ৰ পৰিয়ালবৰ্গক নৱদ্বীপ যুৱ সংঘৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ ও কৃতজ্ঞতা জনাইছো । আমাৰ কৰ্ম ৰাজিক শলাগি আগলৈ আমাক সমাজৰ হিতে কাম কৰি যাবলৈ অনুপ্ৰেৰণা যোগোৱা বাবে পুনৰ বাৰ কৃতজ্ঞতা জনাইছো । #নৱদ্বীপ যুৱ সংঘটিৰ ভৱিষ্যতৰ প্ৰতিটো কামত সকলোৱে সহায় সহযোগ কৰিব তাৰে কামনা কৰিলো ।
ধন্যবাদেৰে ,
নৱদ্বীপ যুৱক সংঘৰ হৈ
সাধাৰণ সম্পাদক
হৰেন খনিকৰ

20ডিচেম্বৰ ২০২৫ত হৈ যোৱা মুকলি দ্বৈত বেডমিন্টন(পুৰুষ) প্ৰতিযোগিতাৰ কিছু দৃশাশং❤️🙏
28/12/2025

20ডিচেম্বৰ ২০২৫ত হৈ যোৱা মুকলি দ্বৈত বেডমিন্টন(পুৰুষ) প্ৰতিযোগিতাৰ কিছু দৃশাশং❤️🙏

All are invited🙏
17/12/2025

All are invited🙏

Address

Vill-chakala Doloni , P. O-Naruathan, , নৱদ্বীপ যুৱ সংঘ, Https://maps. App. Goo. Gl/aQYPRbqTrkoTsGGa 8
Dhemaji
787058

Telephone

+919707754455

Website

Alerts

Be the first to know and let us send you an email when নৱদ্বীপ যুৱ সংঘ /Nabadeep Yuva Sangha posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share