10/08/2026
ধেমাজি জিলাৰ গোগামুখ ৰাজহ চক্ৰৰ অন্তৰ্গত মিংমাং সিমে বস্তিত অৰুণাচলৰ আগ্ৰাসনৰ বলি নিৰীহ অসমীয়া,অৰুণাচলীৰ গুলীত ১০জনকৈ নিৰীহ অসমীয়া গুৰুতৰ ভাবে আঘাট প্ৰাপ্ত হৈ চিকিৎসাধীন হৈ আছে, আমি বাৰম্বাৰ কৈ অহাৰ পাছতো অসম অৰুণাচল সীমা সমস্যা আজিকোপতি স্থায়ী সমাধানসূত্ৰ অসম চৰকাৰে কৰিব নোৱাৰিলে,ইয়াৰ আগতে পৰিবেশ দিৱসৰ দিনা বৰদলনী পানবাৰীত একেধৰণৰ ঘটনা সংঘটিত হৈ নিৰীহ লোক মৃত্যুক আকোঁৱালি লোৱাৰ উদাহৰণ আছে, স্থানীয় জিলা প্ৰশাসন আৰু জনপ্ৰতিনিধি সকলৰ নিৰ্লিপ্ততাৰ কাৰণত সদায় এনেদৰে জনগণ অৰুণাচলৰ আগ্ৰাসনৰ বলি হব লগা হয়,আৰু এনেকৈ কিমানদিন,,,,
অনতিপলমে স্থায়ীভাৱে সমাধানৰ পথ উলিয়াই ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনালোঁ,
অন্যথা ৰাইজক লগত লৈ গণতান্ত্ৰিক আন্দোলনৰ মুখামুখি হবলৈ সাজু হৈ থাকক।।
Utpal Sarma
Samiran Phukon
Dipak Sharma
District Administration, Dhemaji
CMO Assam