Moridhal College AASU UNIT

Moridhal College  AASU UNIT জয়তু মৰিধল মহাবিদ্যালয়
জয় আই অসম

📌 জনসাধাৰণৰ সুস্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি মৰিধল মহাবিদ্যালয় আছু গোটৰ উদ্যোগত আৰু মৰিধল গাঁও পঞ্চায়তৰ সহযোগত অহা ২০-০৬...
19/06/2026

📌 জনসাধাৰণৰ সুস্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি মৰিধল মহাবিদ্যালয় আছু গোটৰ উদ্যোগত আৰু মৰিধল গাঁও পঞ্চায়তৰ সহযোগত অহা ২০-০৬-২০২৬ তাৰিখ শনিবাৰে এক "বিনামূলীয়া চিকিৎসা শিবিৰ"আয়োজন কৰা হৈছে...

📌 এই শিবিৰত অভিজ্ঞ চিকিৎসকৰ দ্বাৰা স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে বিনামূলীয়াকৈ ঔষধো যোগান ধৰা হ’ব।

ৰাইজৰ উপস্থিতি আৰু সহযোগিতা কামনা কৰিলোঁ.....

শুভাশা!Moridhal College
20/04/2026

শুভাশা!

Moridhal College

Moridhal College
16/04/2026

Moridhal College

📌 ২০২৬ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ সমূহ পৰীক্ষাৰ্থীলৈ আন্তৰিক শুভেচ্ছ...
09/02/2026

📌 ২০২৬ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ সমূহ পৰীক্ষাৰ্থীলৈ আন্তৰিক শুভেচ্ছা.....

Moridhal College AASU UNIT

Address

NH 15
Dhemaji
787057

Website

Alerts

Be the first to know and let us send you an email when Moridhal College AASU UNIT posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Moridhal College AASU UNIT:

Shortcuts

Share