TMPK Dakhin Dhemaji Anchalik

TMPK Dakhin Dhemaji Anchalik এখন সুন্দৰ প্ৰগতিশীল গনতান্ত্ৰিক সমাজ গঢ়াৰ লক্ষ্যই হৈছে TMPK, MMK আৰু TMMKৰ মূল লক্ষ্য আৰু উদ্দেশ্য।

21/04/2026

শ্বহীদ প্ৰণামো তোমাক

TMPK Dhemaji District Committee
TMPK Dakhin Dhemaji Anchalik

দক্ষিণ ধেমাজি আঞ্চলিক সমিতিৰ উদ্যোগত আৰু  দক্ষিণ ধেমাজি আঞ্চলিক সমিতিৰ অন্তৰ্গত বাঃতাক সমিতি সমূহৰ সহযোগত নৱ-গঠিত জিলা স...
21/03/2026

দক্ষিণ ধেমাজি আঞ্চলিক সমিতিৰ উদ্যোগত আৰু দক্ষিণ ধেমাজি আঞ্চলিক সমিতিৰ অন্তৰ্গত বাঃতাক সমিতি সমূহৰ সহযোগত নৱ-গঠিত জিলা সমিতিৰ দক্ষিণ ধেমাজি আঞ্চলিকৰ স্থানীয় জিলা সমিতিৰ TMPKৰ সম্পাদক মিগাং ৰামানন্দ নৰহ, সদস্য মিগাং লক্ষীন্দৰ নৰহ, মিগাং ৰাতুল নৰহ, MMKৰ সহকাৰী সম্পাদক মিগাং ৰৌজকুমাৰ মিলি, সদস্য মিগাং ৰোহিত নৰহ আৰু TMMKৰ উপদেষ্টা মিমৌ কুহিমা কাৰ্দ্দং, উপ-সভানেত্ৰী মিমৌ ৰিতা নৰহ, সদস্যা মিমৌ অৰুণা নৰহক উষ্ম আদৰণি ও সম্বৰ্ধনা জনাওঁ । অনাগত দিনত মিচিং সমাজৰ উন্নয়নৰ ক্ষেত্ৰত অধিক গুৰুত্ব সহকাৰে কাম কৰিব বুলি আশা ৰাখিলোঁ । ধন্যবাদ 🙏
MISING RÉGAM ÍRROI ✊✊✊

TMPK Dhemaji District Committee
TMPK Dakhin Dhemaji Anchalik

TMPK, MMK আৰু TMMK দক্ষিণ ধেমাজি আঞ্চলিক সমিতিৰ উদ্যোগত আৰু ১৩নং চিচিকলঘৰ পৰিষদীয় সমষ্টিৰ মাননীয়া সাধাৰণ সদস্যা মিমৌ লাৱ...
21/03/2026

TMPK, MMK আৰু TMMK দক্ষিণ ধেমাজি আঞ্চলিক সমিতিৰ উদ্যোগত আৰু ১৩নং চিচিকলঘৰ পৰিষদীয় সমষ্টিৰ মাননীয়া সাধাৰণ সদস্যা মিমৌ লাৱন্য মিলি লগতে স্থানীয় জিলা সমিতিৰ বিষয়বৱীয়াৰ উপস্থিতি মিচিং জনগোষ্ঠীৰ হেঁপাহৰ জাতীয় উৎসৱ আলি আঃয়ে লৃগাঙক অসম কেবিনেটে ৰাজ্যিক বন্ধ ঘোষণা কৰাৰ বাবে অসম চৰকাৰ তথা অসমৰ মাননীয় মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা দেৱৰ লগতে মাননীয় শিক্ষা ও ভৈয়াম জনজাতি পৰিক্ৰমা বিভাগৰ মন্ত্ৰী ডাঃ ৰণোজ পেগু দেৱক সন্মান জনাই ধন্যবাদ ও কৃতজ্ঞতা জনোৱা উদ্দেশ্যে কৃতজ্ঞতা যাত্ৰাৰ কিছু দৃশ্যাংশ।

TMPK Dhemaji District Committee
TMPK Dakhin Dhemaji Anchalik

ধেমাজি জিলা সমিতিৰ নৱনিৰ্বাচিত TMPK,MMK আৰু TMPK সমূহ বিষয়ববীয়াক দক্ষিণ ধেমাজি আঞ্চলিক সমিতিৰ তৰফৰপৰা আন্তৰিক অভিনন্দন...
19/03/2026

ধেমাজি জিলা সমিতিৰ নৱনিৰ্বাচিত TMPK,MMK আৰু TMPK সমূহ বিষয়ববীয়াক দক্ষিণ ধেমাজি আঞ্চলিক সমিতিৰ তৰফৰপৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ।

TMPK Dhemaji District Committee
TMPK Dakhin Dhemaji Anchalik

দক্ষিণ ধেমাজি আঞ্চলিক সমিতিৰ সভাপতি/সম্পাদক দৰে গধুৰ দায়িত্ব সম্পুৰ্ণৰূপে নিজৰ নিজৰ কাৰ্যকালত সমাপন কৰি এতিয়া সম্পূৰ্ণ...
19/03/2026

দক্ষিণ ধেমাজি আঞ্চলিক সমিতিৰ সভাপতি/সম্পাদক দৰে গধুৰ দায়িত্ব সম্পুৰ্ণৰূপে নিজৰ নিজৰ কাৰ্যকালত সমাপন কৰি এতিয়া সম্পূৰ্ণ জিলা সমিতিক নেতৃত্ব দিবলৈ দায়িত্বভাৰ পোৱা সকলোকে দক্ষিণ ধেমাজি আঞ্চলিক সমিতিৰ তৰফৰপৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আপোনালোকৰ নেতৃত্বত তিনিওটা জাতীয় সংগঠনৰ অধিক শক্তিশালী হৈ উঠে তাৰে কামনা কৰিলোঁ।

TMPK Dhemaji District Committee
TMPK Dakhin Dhemaji AnchalikDhemaji Anchalik

দক্ষিণ ধেমাজি আঞ্চলিক সমিতিৰ সম্পাদক/সভাপতি দুয়োটা পদতে দুটা কাৰ্যকাল সক্ৰিয়তাৰে কাম কৰি যোৱা জিলা সমিতিখনৰ সহঃ সম্পাদ...
19/03/2026

দক্ষিণ ধেমাজি আঞ্চলিক সমিতিৰ সম্পাদক/সভাপতি দুয়োটা পদতে দুটা কাৰ্যকাল সক্ৰিয়তাৰে কাম কৰি যোৱা জিলা সমিতিখনৰ সহঃ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। সদ্য সমাপ্ত ২০২৬ বৰ্ষৰ ধেমাজি জিলা অধিবেশনত TMPK সম্পাদক হিচাপে দায়িত্বভাৰ পোৱা বাবে আপোনালৈ দক্ষিণ ধেমাজি আঞ্চলিক সমিতিৰ তৰফৰপৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আপোনাৰ নেতৃত্বত সমূহ জিলা অন্তৰ্গত ৰাইজৰ সৰ্বাংগীন উন্নয়নৰ বাবে শক্তিশালী নেতৃত্ব বহন কৰিব বুলি আশা কৰিছোঁ।

TMPK Dhemaji District Committee
TMPK Dakhin Dhemaji Anchalik

11/03/2026

আজি আমাৰ দক্ষিণ ধেমাজি আঞ্চলিক সমিতিয়ে আলি আয়েঃ লৃগাঙক ৰাজ্যিক বন্ধ হিচাপে ঘোষণা কৰা বাবে আঞ্চলিক সমিতিয়ে উষ্ম আদৰণি জনায়।
ধন্যবাদ অসম চৰকাৰ
Himanta Biswa Sarma
Ranoj Pegu
Tilak Doley

আজি দক্ষিণ ধেমাজি আঞ্চলিক সমিতিয়ে কৰ্ণাধাৰ সভাত মিগাং বিশ্বজিৎ নৰহ দেৱক TMPKৰ ভাৰপ্ৰাপ্ত সভাপতি হিচাপে দায়িত্ব অৰ্পণ ক...
03/03/2026

আজি দক্ষিণ ধেমাজি আঞ্চলিক সমিতিয়ে কৰ্ণাধাৰ সভাত মিগাং বিশ্বজিৎ নৰহ দেৱক TMPKৰ ভাৰপ্ৰাপ্ত সভাপতি হিচাপে দায়িত্ব অৰ্পণ কৰা হয়। ভাৰপ্ৰাপ্ত সভাপতি হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ বাবে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। এই গুৰুত্বপূৰ্ণ দায়িত্বত অধিষ্ঠিত হৈ সংগঠনটোৰ লক্ষ্য-উদ্দেশ্য সফলভাৱে বাস্তৱিক কৰাৰ ক্ষেত্ৰত আপুনি সুদৃঢ় নেতৃত্ব প্ৰদান কৰিব বুলি দৃঢ় বিশ্বাস কৰিছোঁ।
সমাজৰ সামগ্ৰিক উন্নয়ন, ঐক্য-সম্প্ৰীতি ৰক্ষা আৰু সাংস্কৃতিক ঐতিহ্য সংৰক্ষণৰ ক্ষেত্ৰত আপোনাৰ অৱদান উল্লেখযোগ্য হৈ উঠক — এইয়েই আমাৰ আন্তৰিক কামনা।
ভৱিষ্যতৰ সকলো কৰ্মপৰিকল্পনা সফল হওঁক আৰু আপোনাৰ কাৰ্যকাল সংগঠন তথা সমাজৰ বাবে গৌৰৱৰ অধ্যায় হিচাপে পৰিগণিত হওঁক।

TMPK Dakhin Dhemaji Anchalik
TMPK Dhemaji District Committee
Takam Mising Porin Kébang - TMPK All Mising Students' Union

২০২৬ বৰ্ষৰ হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা সকলো পৰীক্ষাৰ্থীলৈ TMPK, MMK, TMMK দক্ষ...
09/02/2026

২০২৬ বৰ্ষৰ হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা সকলো পৰীক্ষাৰ্থীলৈ TMPK, MMK, TMMK দক্ষিণ ধেমাজি আঞ্চলিক সমিতিৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰা হ’ল।
আপোনালোকৰ অধ্যৱসায়, শ্ৰম, নিষ্ঠা আৰু আত্মবিশ্বাসে শিক্ষাজীৱনত উৎকৃষ্ট সফলতা লাভ কৰিবলৈ সক্ষম হওক—এইটোয়ে আমাৰ আন্তৰিক কামনা।

TMPK Dhemaji District Committee
Takam Mising Porin Kébang - TMPK All Mising Students' Union

আপোনাসৱক জনাবলৈ পাই সুখী হৈছোঁ যে, সৰ্বভাৰতীয় পৰ্যায়ত অনুষ্ঠিত হোৱা ৭৭ তম গণৰাজ্য দিৱসত নতুন দিল্লীৰ ৰাজপথ নগৰৰ কৰ্তব্...
04/02/2026

আপোনাসৱক জনাবলৈ পাই সুখী হৈছোঁ যে, সৰ্বভাৰতীয় পৰ্যায়ত অনুষ্ঠিত হোৱা ৭৭ তম গণৰাজ্য দিৱসত নতুন দিল্লীৰ ৰাজপথ নগৰৰ কৰ্তব্য পথত NCC, SW অধীনত অসমৰ হৈ প্ৰতিনিধিত্ব কৰা আমাৰ আঞ্চলিকৰ অন্তৰ্গত কপাহতলি গাঁৱৰ শ্ৰীযুত দুলেশ্বৰ কাৰ্দ্দং আৰু শ্ৰীমতী কুমাৰি কাৰ্দ্দঙৰ কণিষ্ট কন্যা শ্ৰীমতী ঝাৰ্ণাদেৱী কাৰ্দঙে অসমৰ লগতে ধেমাজি জিলালৈ তথা আঞ্চলিকলৈ গৌৰৱ কঢ়িয়াই আনিছে।এইখবৰে আমাৰ আঞ্চলিক বাসীৰ বাবে অতিকৈ প্ৰেৰণা আৰু সাহসৰ লগতে গৌৰৱৰ বিষয়।
সেয়েহে আজি অৰ্থাৎ ৪/০২/২০২৬ তাৰিখে আবেলি ৩:০০ বজাত ধেমাজি ৰেলুৱৈ ষ্টেচনৰপৰা দক্ষিণ ধেমাজি আঞ্চলিক সমিতিয়ে উষ্ম আদৰণি ও সম্বৰ্ধনা জনোৱা হয়। তাইৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ।

TMPK Dhemaji District Committee
TMPK Dakhin Dhemaji Anchalik
Takam Mising Porin Kébang - TMPK All Mising Students' Union

“Takam Mising Míme Kébang” মিছিং জনগোষ্ঠীৰ একমাত্ৰ মহিলা সংগঠন।নাৰী শক্তি, সংস্কৃতি আৰু সমাজ গঠনৰ এক দৃঢ় স্তম্ভ।আজি এই ...
10/01/2026

“Takam Mising Míme Kébang” মিছিং জনগোষ্ঠীৰ একমাত্ৰ মহিলা সংগঠন।
নাৰী শক্তি, সংস্কৃতি আৰু সমাজ গঠনৰ এক দৃঢ় স্তম্ভ।
আজি এই ঐতিহাসিক সংগঠনটোৰ প্ৰতিষ্ঠা দিৱস। আজি আমাৰ দক্ষিণ ধেমাজি আঞ্চলিক সমিতিৰ উদ্যোগত আমাৰ কাৰ্যালয়ত প্ৰতিষ্ঠা দিৱসটি উদযাপন কৰা হয়।

সমাজৰ প্ৰগতিত অৱদান আগবঢ়োৱা সকলো সংগ্ৰামী নাৰীলৈ গভীৰ শ্ৰদ্ধা আৰু শুভেচ্ছা।
প্ৰতিষ্ঠা দিৱসৰ আন্তৰিক অভিনন্দন। 🌸

Takam Mising Míme kébang Írroi

TMPK Dhemaji District Committee
TMPK Dakhin Dhemaji Anchalik

Address

দক্ষিণ ধেমাজি আঞ্চলিক সমিতিৰ অন্তৰ্গত
Dhemaji

Website

Alerts

Be the first to know and let us send you an email when TMPK Dakhin Dhemaji Anchalik posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share