ARSU - Bhergaon Anchalic Committee

ARSU - Bhergaon Anchalic Committee Motto:: Unity and Struggle for Autonomy
Estd:- 12th February, 1980

নিখিল ৰাভা ছাত্ৰ সন্থা হৈছে ৰাভা জাতিৰ মেৰু দণ্ড স্বৰূপ । ভেৰগাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ সকলো কাম কাজ সামাজিক মাধ্যমৰ জৰিয়তে অৱগত কৰিবলৈ এই পেজটু বনোৱা হৈছে ।

ভেৰগাঁও মহকুমা প্ৰশাসনৰ উদ্যোগতভেৰগাঁও মহকুমাত আজি ৮০ সংখ্যক স্বাধীনতা দিৱস গৌৰৱ আৰু উৎসাহেৰে উদযাপন কৰা হয়। 🇮🇳
15/08/2026

ভেৰগাঁও মহকুমা প্ৰশাসনৰ উদ্যোগত
ভেৰগাঁও মহকুমাত আজি ৮০ সংখ্যক স্বাধীনতা দিৱস গৌৰৱ আৰু উৎসাহেৰে উদযাপন কৰা হয়। 🇮🇳

15/08/2026

||Tripuri Dance||

15/08/2026

Celebrating the 80th Independence Day of India with pride and patriotism at Bhergaon Sub-Division. Let us honour the sacrifices of our freedom fighters and reaffirm our commitment to the unity, peace and progress of our nation. 🇮🇳

ভেৰগাঁও মহকুমা অসামৰিক প্ৰশাসনৰ উদ্যোগত আজি ১৪ আগষ্ট ২০২৬ তাৰিখে ভেৰগাঁও চাৰিআলিত আয়োজিত Partition Horrors Remembrance D...
14/08/2026

ভেৰগাঁও মহকুমা অসামৰিক প্ৰশাসনৰ উদ্যোগত আজি ১৪ আগষ্ট ২০২৬ তাৰিখে ভেৰগাঁও চাৰিআলিত আয়োজিত Partition Horrors Remembrance Day উপলক্ষে অনুষ্ঠিত কেণ্ডেল মাৰ্চত অংশগ্ৰহণ কৰি বিভাজনৰ কৰুণ ইতিহাসত প্ৰাণ হেৰুৱা অগণন লোকক গভীৰ শ্ৰদ্ধাৰে স্মৰণ কৰা হয়। 🕯️🇮🇳

13/08/2026

ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদক ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰাৰ দাবীত নতুন দিল্লীত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা এক মূহুৰ্ত।

12/08/2026
11/08/2026
নতুন দিল্লী | ১০ আগষ্ট, ২০২৬ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদক ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীত শীঘ্ৰে অন্তৰ্ভুক্ত কৰাৰ দাবীত...
10/08/2026

নতুন দিল্লী | ১০ আগষ্ট, ২০২৬
ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদক ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীত শীঘ্ৰে অন্তৰ্ভুক্ত কৰাৰ দাবীত আজি দিল্লীৰ যন্তৰ মন্তৰত ৰাভা জাতীয় সংগঠনসমূহৰ যৌথ উদ্যোগত এক বিশাল ধৰ্ণা কাৰ্যসূচী অনুষ্ঠিত হয়।
ভূমি, কৃষ্টি-সংস্কৃতি আৰু ৰাভা জনগোষ্ঠীৰ স্বকীয়তা সুৰক্ষাৰ দাবীত অনুষ্ঠিত এই গণতান্ত্ৰিক আন্দোলনলৈ ভেৰগাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ তৰফৰ পৰা আন্তৰিক সমৰ্থন জ্ঞাপন কৰিলোঁ।

আজি ৮০ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে ভেৰগাঁও মহকুমা প্ৰশাসনৰ উদ্যোগত আয়োজিত   কাৰ্যসূচীত ভেৰগাঁৱৰ বিভিন্ন জাতীয় সংগঠন— A...
10/08/2026

আজি ৮০ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে ভেৰগাঁও মহকুমা প্ৰশাসনৰ উদ্যোগত আয়োজিত কাৰ্যসূচীত ভেৰগাঁৱৰ বিভিন্ন জাতীয় সংগঠন— ABSU, ARSU, AASAA লগতে ব্যৱসায়ী সন্থা, উন্নয়ন সমিতি, ই-ৰিক্সা চালক সন্থা আদি সংগঠনে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি দেশপ্ৰেম আৰু একতাৰ এক সুন্দৰ নিদৰ্শন দাঙি ধৰে।
ভেৰগাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ তৰফৰ পৰাও এই গৌৰৱময় কাৰ্যসূচীত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি অনুষ্ঠানটোক সফল কৰি তোলাত সহযোগিতা আগবঢ়াবলৈ পাই আমি আনন্দিত।
লগতে ভেৰগাঁও চাৰি আলিত চাফাই অভিযান চলাই পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু স্বচ্ছতাৰ প্ৰতি সজাগতাৰ এক ইতিবাচক বাৰ্তা প্ৰদান কৰা হয়। 🧹🇮🇳

Address

Bhergaon Naokata Road
Udalguri
784522

Telephone

+916002164416

Website

Alerts

Be the first to know and let us send you an email when ARSU - Bhergaon Anchalic Committee posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share