Bhairaguri Anchalik Committee. Udalguri - ASSU

Bhairaguri Anchalik Committee. Udalguri - ASSU BHAIRAGURI ANCHALIK COMMITTEE, UDALGURI, ASSAM (ALL SANTAL STUDENTS UNION)

সদৌ অসম চাওতাল ছাত্ৰ সন্থা ওদালগুৰি জিলা সমিতিৰ অন্তৰ্গত ভৈৰাগুৰী আঞ্চলিকৰ সভাপতি ৰাম মাৰ্ডী   আৰু কেন্দ্ৰীয় সমিতিৰ সাং...
01/05/2025

সদৌ অসম চাওতাল ছাত্ৰ সন্থা ওদালগুৰি জিলা সমিতিৰ অন্তৰ্গত ভৈৰাগুৰী আঞ্চলিকৰ সভাপতি ৰাম মাৰ্ডী আৰু কেন্দ্ৰীয় সমিতিৰ সাংস্কৃতিক সম্পাদক কামিল মুৰ্মু লগতে জিলা সমিতিৰ সদস্য নেতৃত্বত উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰী সকলক চাওঁতালী পাঞ্চিৰে সন্মান জনাই আৰু তেওঁলোকৰ আগন্তুক শিক্ষাৰ বাবে উৎসাহিত কৰে. তেওঁলোকৰ ভৱিষ্যত উজ্জ্বল হওক তাকেই কামনা কৰে।
all santal student union
Johar 🙏
Jai santal jai assu

সদৌ অসম চাওতাল ছাত্ৰ সন্থা ওদালগুৰি জিলাৰ অন্তৰ্গত ভৈৰাগুৰী সমিতিৰ সভাপতি শ্ৰী ৰাম মাৰ্ডী  আৰু তেওঁৰ  সহকৰ্মীৰ সৈতে ২০২৫...
25/04/2025

সদৌ অসম চাওতাল ছাত্ৰ সন্থা ওদালগুৰি জিলাৰ অন্তৰ্গত ভৈৰাগুৰী সমিতিৰ সভাপতি শ্ৰী ৰাম মাৰ্ডী আৰু তেওঁৰ সহকৰ্মীৰ সৈতে ২০২৫ বৰ্ষৰ মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীৰ ঘৰে ঘৰে গৈ চাওঁতালী গামোচাৰে সন্মান জনাই আৰু তেওঁলোকৰ আগন্ত শিক্ষা উন্নতিৰ প্ৰেৰণা দিলে !

Address

Udalguri

Website

Alerts

Be the first to know and let us send you an email when Bhairaguri Anchalik Committee. Udalguri - ASSU posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share