All Btr Bengali Youth Students Federation Udalguri District Committee

  • Home
  • India
  • Udalguri
  • All Btr Bengali Youth Students Federation Udalguri District Committee

All Btr Bengali Youth Students Federation Udalguri District Committee All Btr Bengali Youth Students Federation Udalguri District Committee

31/05/2024

সদৌ বি টি আৰ বাঙালী যুৱ ছাত্ৰ ফেডাৰেচন ওদালগুৰি জিলা সমিতি ফেচবুক পেজ টো আনুষ্ঠানিক ভাৱে বন্ধ কৰা হয়।


09/05/2024

আজি ঘোষণা হোৱা বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীসকলক মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ ৷ লগতে, শিক্ষাৰ্থীসকল সুখ্যাতিৰে উত্তীৰ্ণ হোৱাৰ ক্ষেত্ৰত উল্লেখনীয় অৰিহণা যোগোৱা শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল আৰু অভিভাৱকসকলকো আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ ৷

09/05/2024

আজি ঘোষণা হোৱা ২০২৪ বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীসকলক সদৌ বি টি আৰ বাঙালী যুৱ ছাত্ৰ ফেডাৰেচন ওদালগুৰি জিলা সমিতিৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ ৷ লগতে, শিক্ষাৰ্থীসকল সুখ্যাতিৰে উত্তীৰ্ণ হোৱাৰ ক্ষেত্ৰত উল্লেখনীয় অৰিহণা যোগোৱা শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল আৰু অভিভাৱকসকলকো আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ ৷

01/05/2024
20/04/2024

জকের এই পবিত্র দিনটিতে ১৯৯০ চনে ২০ এপ্রিল তারিখে আসামে বসবাস করা বাঙালি জাতির জাতীয় সমস্যা সমাধানের লক্ষ্যে এবং শান্তিতে বসবাস করার সার্থে বহু উদেশ্য নিয়ে বহু ব্যাক্তির ত্যাগ বালিদানে প্রতিষ্ঠা হয় আসামের বুকে বাঙালি জাতীয় সংগঠন সারা আসাম বাঙালি যুব ছাত্র ফেডারেশনের। বাঙালি যুব ছাত্র ফেডারেশনের প্রতিষ্ঠার সাতে জড়িত থাকা মহান ব্যাক্তিসকলকে ৩৪তম প্রতিষ্ঠা দিবসে জানাই সংগ্রামী শুভেচ্ছা ও অভিনন্দন এবং জাতীর সার্থে প্রাণ বলিদান দিয়া শহীদদেরকে শ্রদ্ধাঞ্জলি জ্ঞাপন করছি। আশা করছি যে লক্ষ্য এবং উদ্দেশ্যে সংগঠনটি প্রতিষ্ঠা করা হয়েছিল শেই উদ্দেশ্য সম্পূর্ণ করার জন্য সংগঠনের নেতৃত্ব এবং জাতি প্রেমী সংগঠনিক কর্মীরা কাম করে যাবে বলে আশা করি।
#৩৪তমপ্রতিষ্ঠাদিবস
#বাঙালিযুবছাত্রফেডারেশন
#সারাবিটিআরবাঙালিযুবছাত্রফেডারেশনউদালড়িজেলাসমিতি

15/02/2024
12/02/2024

বৰ্তমান কেন্দ্ৰ ৰাজ্য আৰু বি টি আৰ পৰিষদীয় বি. জে. পি মিত্ৰতাৰ চৰকাৰ চলি আছে কিন্তু অতি পৰিতাপৰ বিষয় যে অসমত বসবাস কৰা বাঙালী লোকসকলৰ বিভিন্ন সমস্যাৰে জৰ্জৰিত কিন্তু সকলো ৰাজনৈতিক দল সমূহে নিৰ্বাচনৰ পূৰ্বে সমস্যা সমাধান প্ৰতিশ্ৰুতি প্ৰদান কৰা পৰিলক্ষিত হয় অতি দুখৰ বিষয় যে বাঙালী সকলৰ সমস্যা কেৱল নিৰ্বাচনৰ প্ৰতিশ্ৰুতিৰ বাবেহে নেকি? কেতিয়া সমস্যা সমাধান কৰিব প্ৰশ্ন কৰিছোঁ চৰকাৰ ওচৰত?
সদৌ বি টি আৰ বাঙালী যুৱ ছাত্ৰ ফেডাৰেচন ওদালগুৰি আঞ্চলিক সমিতিৰ অন্তৰ্গত বসবাস কৰা বাঙালী সম্প্ৰদায়ৰ ভিতৰত বৰ্তমান বাঙালী জাতীয় সমস্যা D ভোটাৰ আৰু আধাৰ কাৰ্ড ৰ বৈওমেত্ৰিক সমস্যাত যিসকলে ভুক্তভুগি তেওঁলোকৰ তথ্যসমূহ সংগ্ৰহ কৰাৰ অভিযান আৰম্ভ কৰা হৈছে ওদালগুৰি আঞ্চলিক সমিতিৰ উদ্যোগত। তথ্যসমূহ ওদালগুৰি আঞ্চলিক সমিতিৰ সভাপতি/সম্পাদক সৈতে যোগাযোগ কৰি জমা দিয়াৰ বাবে অনুৰোধ জনালোঁ।




12/02/2024



12/02/2024

অসমত বিদেশী ন্যায়াধীকৰণৰ জৰিয়তে ৩,৩৭,১৮৬ টা 'D' ভোটাৰৰ গোচৰ নিষ্পত্তি কৰা হৈছে

ইয়াৰে ১,৫৯,৩৫৩ গৰাকীক বিদেশী হিচাপে ৰায় দিয়া হৈছে

বৰ্তমানো ৯৬,১৪৯ টা গোচৰ নিষ্পত্তি হ'বলৈ বাকী আছে

হিমন্ত বিশ্ব শৰ্মাই সদনত দিলে এই তথ্য

Address

Udalguri

Website

Alerts

Be the first to know and let us send you an email when All Btr Bengali Youth Students Federation Udalguri District Committee posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to All Btr Bengali Youth Students Federation Udalguri District Committee:

Share