Hattigor Branch Committee ATTSA

Hattigor Branch Committee ATTSA Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Hattigor Branch Committee ATTSA, Community Organization, HATTIGOR TEA ESTATE, Udalguri.

08/11/2024

শুভ সন্ধিয়া

Syllabus for Grade III & Grade IV examination for Assam direct recruitment examination .
16/07/2024

Syllabus for Grade III & Grade IV examination for Assam direct recruitment examination .

আমাৰ কৃতি ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱাৰ মধুৰ দৃশ্য সমূহ ।।
24/06/2024

আমাৰ কৃতি ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱাৰ মধুৰ দৃশ্য সমূহ ।।

অসম চাহ জনজাতি ছাত্ৰ সন্থা হাতীগড় শাখা সমিতিৰ উদ্যোগত ২০২৩ বৰ্ষত স্নাতক পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসমূহৰ লগতে ২০...
22/06/2024

অসম চাহ জনজাতি ছাত্ৰ সন্থা
হাতীগড় শাখা সমিতিৰ উদ্যোগত
২০২৩ বৰ্ষত স্নাতক পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসমূহৰ লগতে ২০২৪ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱাৰ অৰ্থে বিশেষ অভিনন্দন অনুষ্ঠান ২৩ জুন ২০২৪ তাৰিখে আয়োজন কৰা হৈছে ।। উক্ত অনুষ্ঠানত হাতীগড় শাখা সমিতিৰ অন্তৰ্গত সকলো ছাত্ৰ-ছাত্ৰীৰ উপস্থিতি আন্তৰিকতাৰে কামনা কৰিলোঁ ।।
জয়তু আটছা
জয় আই অসম ।।

অসম চাহ জনজাতি ছাত্ৰ সন্থা ,আটছা হাতীগড় শাখা সমিতিৰ তৰফৰ পৰা  সকলোলৈকে ৰঙালী বিহুৰ ওলগ  তথা নৱবৰ্ষৰ হিয়া ভৰা শুভেচ্ছা যা...
13/04/2024

অসম চাহ জনজাতি ছাত্ৰ সন্থা ,আটছা হাতীগড় শাখা সমিতিৰ তৰফৰ পৰা সকলোলৈকে ৰঙালী বিহুৰ ওলগ তথা নৱবৰ্ষৰ হিয়া ভৰা শুভেচ্ছা যাছিলোঁ ।
নতুন বছৰটোত সকলোৰে মনৰ আশাবোৰ, সপোনবোৰ পূৰণ হওঁক।

অসম চাহ জনজাতি ছাত্ৰ সন্থা আটছাঁ হাতীগড় শাখা সমিতিৰ তৰফৰ পৰা সমূহ ইছলাম ধৰ্মাৱলম্বী ৰাইজলৈ পৱিত্ৰ ঈদ-ঊল-ফিটৰৰ আন্তৰিক শু...
11/04/2024

অসম চাহ জনজাতি ছাত্ৰ সন্থা আটছাঁ হাতীগড় শাখা সমিতিৰ তৰফৰ পৰা সমূহ ইছলাম ধৰ্মাৱলম্বী ৰাইজলৈ পৱিত্ৰ ঈদ-ঊল-ফিটৰৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ৷
ঈদ মোবাৰক

Address

HATTIGOR TEA ESTATE
Udalguri
784524

Website

Alerts

Be the first to know and let us send you an email when Hattigor Branch Committee ATTSA posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share