Seuj Mitra Foundation

Seuj Mitra Foundation Seuj Mitra Foundation is dedicated to environmental conservation, preservation, and spreading awareness for a greener future

এনে মন্তব্যই আমাক আৰু দায়িত্বশীল কৰিব।আপোনাৰ এনে মন্তব্যই আমাক আগুৱাই যোৱাত যথেষ্ট অৰিহণা যোগাব।Bright Future Tuition C...
04/08/2026

এনে মন্তব্যই আমাক আৰু দায়িত্বশীল কৰিব।
আপোনাৰ এনে মন্তব্যই আমাক আগুৱাই যোৱাত যথেষ্ট অৰিহণা যোগাব।
Bright Future Tuition Centre স্বতাধিকাৰী গৰাকী লৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ টিম সেউজ মিত্ৰ ফাউণ্ডেশ্যন ৰ তৰফৰ পৰা। অনাগত দিনতো আপোনাৰ সহযোগীতা কামনা কৰিছোঁ

2,00,000 টকাৰ আৰ্থিক অনুদান লাভ বানাক্ৰান্ত সকলৰ বাবে Thank You Joint Managing Director of  . for believing Us. Donated ...
31/07/2026

2,00,000 টকাৰ আৰ্থিক অনুদান লাভ বানাক্ৰান্ত সকলৰ বাবে

Thank You Joint Managing Director of . for believing Us. Donated Rs. 2,00,000 (2 lakh ) to help the students of flood victims. We will work according to our discussions and your guidelines. Thank You once again.

ৰাইজক জনাওঁ যে Ltd. ৰ Joint Managing Director ৰ ফালৰ পৰা বানপীড়িত ছাত্ৰ-ছাত্ৰীৰ সহায় হোৱাকৈ আমাৰ Seuj Mitra Foundation ৰ হাতত দুই লাখ টকা (2 Lakh only) অৰ্পণ কৰিছে । আমাৰ ওপৰত ৰখা বিশ্বাসৰ লগতে বানপীড়িতসকলক সহায় কৰাৰ মানসিকতা ৰখাৰ বাবে আমি কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ । লগতে আপোনালোকক জনাওঁ যে ইতিমধ্যে আমি প্ৰায় ১০/১২ লাখ টকাৰ এটা CSR ফাণ্ডৰ বাবে কৰা আবেদনৰ প্ৰতি ইতিবাচক সঁহাৰি পাইছোঁ। হয়তো দুই এদিনত ইয়াৰো ভাল খবৰ এটা পাম বুলি আশা কৰিছোঁ ।

(বানপীড়িতৰ বাবে আমাৰ ফাউণ্ডেশ্যনে ২০১৬ চনৰ পৰাই কাম কৰি আছে । যেতিয়া বানপীড়িতৰ কাষত কোনো থিয় হোৱা নাছিল তেতিয়াও আমি বানপীড়িতৰ লগত আছিলোঁ । এটাই সত্য যে আমি কেতিয়াও প্ৰচাৰ বিচৰা নাছিলোঁ । কথাতকৈ কামত গুৰুত্ব দিয়া মানুহ আমি । গতিকে, এনে বিশ্বাসে আমাক এটা শক্তি দিছে । অনুপ্ৰাণিত কৰিছে । অৱশেষত আমি সফলতা লাভ কৰিলোঁ ।)

27/07/2026

আমি ৰাইজৰ সহায় সহযোগিতা ৰ বাবে সদায় আছোঁ। আপোনালোকৰ আশীৰ্বাদ বিচাৰিছোঁ অনাগত দিনটো এনেকৈ সেৱা কৰিবলৈ সুবিধা পাওঁ যাতে

Address

North Lakhimpur

Website

Alerts

Be the first to know and let us send you an email when Seuj Mitra Foundation posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share