Jagriti Sanmilita Unnayan Kendra জাগৃতি সন্মিলিত উন্নয়ন কেন্দ্ৰ

  • Home
  • India
  • North Lakhimpur
  • Jagriti Sanmilita Unnayan Kendra জাগৃতি সন্মিলিত উন্নয়ন কেন্দ্ৰ

Jagriti Sanmilita Unnayan Kendra জাগৃতি সন্মিলিত উন্নয়ন কেন্দ্ৰ Woman and Child, Aged and Elderly, Rehab etc

23/04/2025
Job vacant. Interested candidate(s) may apply on or before 28th of March 2025
25/03/2025

Job vacant. Interested candidate(s) may apply on or before 28th of March 2025

11/03/2025
আজি সুধাকন্ঠ ভূপেন হাজৰিকাৰ একাদশ মৃত্যু বাৰ্ষিকী জাগৃতি সন্মিলিত উন্নয়ন কেন্দ্ৰৰ প্ৰেক্ষাগৃহত পালন কৰা হয়। চিত্ৰাঙ্গন...
05/11/2022

আজি সুধাকন্ঠ ভূপেন হাজৰিকাৰ একাদশ মৃত্যু বাৰ্ষিকী জাগৃতি সন্মিলিত উন্নয়ন কেন্দ্ৰৰ প্ৰেক্ষাগৃহত পালন কৰা হয়। চিত্ৰাঙ্গন, গীত আৰু নৃত্যৰে সুধাকন্ঠক শ্ৰদ্ধাঞ্জলি জনোৱা হয়। লগতে উক্ত দিৱস উপলক্ষে ধুনাগুৰি অঞ্চলত ভাৰত চৰকাৰৰ সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰালয়ৰ অধীনৰ তথা জাগৃতি সন্মিলিত উন্নয়ন কেন্দ্ৰৰ পৰিচালিত ভ্ৰাম্যমাণ চিকিৎসা সেৱা কেন্দ্ৰৰ দ্বাৰা জ্যেষ্ঠ নাগৰিকক বিনামূলীয়াকৈ স্বাস্থ্য পৰীক্ষা আৰু চিকিৎসা সেৱা প্ৰদান কৰি ঔষধ যোগান ধৰা হয়।

Address

Bongalmora, PO-Islamgaon, Dist-Lakhimpur
North Lakhimpur
787054

Alerts

Be the first to know and let us send you an email when Jagriti Sanmilita Unnayan Kendra জাগৃতি সন্মিলিত উন্নয়ন কেন্দ্ৰ posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Jagriti Sanmilita Unnayan Kendra জাগৃতি সন্মিলিত উন্নয়ন কেন্দ্ৰ:

Share