ATASU, Lakhimpur District Committee

ATASU, Lakhimpur District Committee আটাছু

11 জনকৈ অসমীয়া লোকলৈ গুলী কৰা অৰুনাচল আৰক্ষীৰ এইজন বিষয়াক অতি সোনকালে গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনালো Nomal Chetia Achyut ...
13/08/2026

11 জনকৈ অসমীয়া লোকলৈ গুলী কৰা অৰুনাচল আৰক্ষীৰ এইজন বিষয়াক অতি সোনকালে গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনালো Nomal Chetia Achyut Borgohain Mridul Konwar

📍শিৱসাগৰ মগৰাহাটৰ এই মানুহজনক সাধাৰণ কথা এটাতে কাজিয়া লাগি ৬/৭জন লগ-লাগি মাৰি পেলালে। এতিয়ালৈকে পুলিচে কাকো ধৰা নাই। অভি...
10/08/2026

📍শিৱসাগৰ মগৰাহাটৰ এই মানুহজনক সাধাৰণ কথা এটাতে কাজিয়া লাগি ৬/৭জন লগ-লাগি মাৰি পেলালে। এতিয়ালৈকে পুলিচে কাকো ধৰা নাই। অভি-নীলক যেনেকৈ ডংকামকাত হ*ত্যা কৰিছিল একেদৰে এই মানুহজনকো মগৰাহাট GPৰ সমীপৰ ৰাজহুৱা প্ৰেক্ষাগৃহৰ বাহিৰতে হ*ত্যা কৰা হ’ল। কিন্তু ২আগষ্ট তাৰিখে দেওবাৰ আছিল বাবে GPবন্ধ আছিল৷ এতিয়া কোনেও মুখ খুলিব বিচৰা নাই৷ হয়তো ভয় কৰে৷ মৃত ব্যক্তিগৰাকীক লিকৌ দা বুলি ক’লে সকলোৱে হেনো তাত ‌চিনি পায়। ইমান এটা ডাঙৰ ঘটনা হৈ ‌গ’ল সকলো এতিয়া নিমাত! এই ঘটনাৰ তদন্ত হওক৷

মৃত ব্যক্তিগৰাকী অজয় চেতিয়া ওৰফে লিকৌ৷।

Achyut Borgohain Nomal Chetia Mridul Konwar source from facebook

Congratulations
02/08/2026

Congratulations

৩৮ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী 📍 নতুন দিল্লী Achyut Borgohain Nomal Chetia Mridul Konwar
14/07/2026

৩৮ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী 📍 নতুন দিল্লী Achyut Borgohain Nomal Chetia Mridul Konwar

অসম চৰকাৰ মন্ত্ৰী সভাত কেবিনেট মন্ত্ৰী হিচাপে অন্তৰ্ভুক্ত হোৱা   ডাঙৰীয়াক শুভেচ্ছা জনালো Achyut Borgohain Nomal Chetia ...
04/06/2026

অসম চৰকাৰ মন্ত্ৰী সভাত কেবিনেট মন্ত্ৰী হিচাপে অন্তৰ্ভুক্ত হোৱা ডাঙৰীয়াক শুভেচ্ছা জনালো Achyut Borgohain Nomal Chetia Mridul Konwar

সদৌ অসম ছাত্ৰ সন্থাৰ নলবাৰী জিলা সমিতিৰ সদস্য মাধূৰ্য্য বৰ্মনক যি বৰ্বৰ ভাৱে হত্যা কৰিলে অতি দুখজনক, হত্যাকাৰীক অতিশীঘ্ৰ...
01/06/2026

সদৌ অসম ছাত্ৰ সন্থাৰ নলবাৰী জিলা সমিতিৰ সদস্য মাধূৰ্য্য বৰ্মনক যি বৰ্বৰ ভাৱে হত্যা কৰিলে অতি দুখজনক, হত্যাকাৰীক অতিশীঘ্ৰে কঠোৰ শাস্তি দিয়াৰ দাবী জনালো Nomal Chetia Achyut Borgohain

অভিনন্দন Nomal Chetia Achyut Borgohain Mridul Konwar
26/04/2026

অভিনন্দন Nomal Chetia Achyut Borgohain Mridul Konwar

আটাছু কেন্দ্ৰীয় সমিতিৰ প্ৰাক্তন সভাপতি প্ৰাঞ্জল ৰাজকোঁৱৰ ককাইদেউৰ আকস্মিক মৃত্যুত গভীৰ দুখ প্ৰকাশ কৰিছো 🙏 Mridul Konwar...
17/04/2026

আটাছু কেন্দ্ৰীয় সমিতিৰ প্ৰাক্তন সভাপতি প্ৰাঞ্জল ৰাজকোঁৱৰ ককাইদেউৰ আকস্মিক মৃত্যুত গভীৰ দুখ প্ৰকাশ কৰিছো 🙏 Mridul Konwar Achyut Borgohain Nomal Chetia Chow Debajit Baruah Baruah David Jr Changmai

10/04/2026

লক্ষীমপুৰ জিলাৰ অসমীয়া প্ৰতিদিন কাৰ্যালয়ত আক্ৰমণ কৰা ঘটনাক গৰিহণা দিয়াৰ লগতে আৰক্ষীক তদন্ত কৰি ঘটনাৰ লগত জড়িত ব্যক্তিক শাস্তি দিয়াৰ দাবী জনালো Achyut Borgohain Nomal Chetia Mridul Konwar Lakhimpur Police

08/04/2026

সকলো ৰাইজকে নিজৰ বিবেক ভোট দিবলৈ আহ্বান জনালো Achyut Borgohain Nomal Chetia Mridul Konwar

Address

Lakhimpur Dhemaji Road �
North Lakhimpur
784161

Website

Alerts

Be the first to know and let us send you an email when ATASU, Lakhimpur District Committee posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share