AInA Welfare Foundation

AInA Welfare Foundation Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from AInA Welfare Foundation, Nonprofit Organization, No 2 bylane Azad Road, Ward no 5, Lakhimpur, North Lakhimpur.

AINA Welfare Found is a holistic approach towards the concept of "WE" focuses on the collective action for societal development where every individual will play equal parts to build the connection between the resource production and its consumable assets.

TV আৰু Facebook-ত দেখি থকাতকৈও বিভীষিকা দেখিব, যদিহে আপোনালোকে শিৱসাগৰ বা চৰাইদেওৰ বানৰ দ্বাৰা বিধ্বস্ত ঠাইলৈ আহে। লাখ ল...
01/08/2026

TV আৰু Facebook-ত দেখি থকাতকৈও বিভীষিকা দেখিব, যদিহে আপোনালোকে শিৱসাগৰ বা চৰাইদেওৰ বানৰ দ্বাৰা বিধ্বস্ত ঠাইলৈ আহে। লাখ লাখ মানুহে যোৱা ১১-১২ দিন কেনেকৈ জীৱন জীয়াই আছে, ভাৱিলেই গাৰ নোম শিঁয়ৰি উঠিব আপোনাৰ। তেখেতলোকে অকল ঘৰ হেৰুওৱা নাই, তেখেতলোকে হেৰুৱাইছে সৰ্বস্ব, চকুৰ সন্মুখতে উটুৱাই লৈ যোৱা দেখিছে প্ৰিয়জনক, হেৰুৱাইছে জীৱন জীয়াই থকাৰ প্ৰেৰণা, গোটেই জীৱনটোত কষ্টেৰে জমা কৰা প্ৰায়ভাগ সম্পত্তি, ভাঙিছে কৌটি কৌটি সপোন। পাছে এনে দুখ-কষ্টৰ মাজতো অসমৰ হাজাৰ হাজাৰ জনতাই বানাক্ৰান্ত লোকৰ বাবে যেনেকৈ আগবাঢ়ি আহিছে (ৰাস্তাত শ শ গাড়ী, registration number বিলাক অসমৰ বিভিন্ন ঠাইৰ), তাকে দেখি এটা কথাই ভাবিবলৈ বাধ‍্য হৈছো যে, বলীয়া বানে অসমীয়াক জোকাৰি গ’ল যদিও, সঁচা অৰ্থত গোটেই অসমবাসীক একতাৰ দোলেৰে বান্ধি থৈহে গ’ল। কালি (৩০ জুলাই ২০২৬) আমিও এনে এটা অসম তথা নাগালেণ্ডৰ দাঁতিকাষৰীয়া এলেকাত (চণ্টক চাহ বাগিচা) ৰাইজৰ বাবে কিছু কাম কৰিবলৈ আগবাঢ়ি গৈছিলো। নাজানো কিমান কৰিলো, কিন্তু থকা সময়খিনিত সকলোৱে হিয়া উজাৰি কাম কৰিলে। বহু হাজাৰ টকাৰ ঔষধ, চেনিটাৰী নেপকিন, মহিলাৰ অন্তৰ্বাস, plastic mat, Dettol liquid, চাবোন ইত‍্যাদি।
এই কেম্পটোত অংশগ্ৰহণ কৰা দল-সংগঠন সকলৰ নামসমূহ হৈছে,
**Devottom Foundation
**Aina Foundation
**Assam Chah Mazdoor Sangha
**Dispur Nursing Institute
**Ashoka Institute of Modern Education
**The Fourth Pillar

আমি আজি আকৌ গৈ আছো আন এক ঠাইলৈ, আন এক কেম্প কৰিব গৈ আছো। 🙏🏻

28/07/2026

বান্যাৰ্তৰ মাজত সাহায্য বিতৰণ আৰু স্বাস্হ্য শিবিৰ আয়োজনৰ খবৰটো পোৱাৰ পাছত পৰাই দেশৰ লগতে বিদেশৰ বিভন্ন প্ৰান্তৰ পৰা পোৱা সঁহাৰিক আমি নতশিৰে প্ৰণাম কৰিছোঁ। দেশৰ বাহিৰত থাকিলেও অসমীয়াৰ মন সদায় অসমৰ লগতেই ই তাকেই প্ৰমাণ কৰিলে। পশ্চমবংগৰ শান্তিনিকেতন, কলকাতা, দিল্লী, নেদাৰলেণ্ড, আৰু Luxembourg ৰ অসমীয়াৰ লগতে তাৰ স্থানীয় লোকেও বন্যাৰ্তৰ বাবে পাৰ্য্যমানে সহায় আগ বহাইছে। আমি এখন সাঁকো হৈ আপোনালোকৰ এই সঁহাৰি আৰ্তজনৰ কাষলৈ লৈ যাবলৈ বদ্ধপৰিকৰ। পুনৰবাৰ ধন্যবাদ 🙏🏻

🌊 বানবিধ্বস্ত অঞ্চলত স্বাস্থ্য সহায়তা অভিযানবানে কেৱল ঘৰ-বাৰী নহয়, বহু মানুহৰ স্বাস্থ্যৰ ওপৰতো গভীৰ প্ৰভাৱ পেলায়ছে। দ...
28/07/2026

🌊 বানবিধ্বস্ত অঞ্চলত স্বাস্থ্য সহায়তা অভিযান

বানে কেৱল ঘৰ-বাৰী নহয়, বহু মানুহৰ স্বাস্থ্যৰ ওপৰতো গভীৰ প্ৰভাৱ পেলায়ছে। দূৰৱৰ্তী অঞ্চলসমূহত চিকিৎসা সেৱা লাভ কৰাটো কঠিন হৈ পৰাৰ খবৰ আহিছে। বহু লোক সামান্য জ্বৰ, ডায়েৰিয়া, ছালৰ সংক্রমণ, আঘাত, পানীৰে হোৱা ৰোগ আদিৰ চিকিৎসাৰ প্ৰয়োজন হৈছে।

এই পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আমি, Devottom Foundation, Assam Chah Mazdoor Sangha (ACMS), The Fourth Piller আৰু Ashoka Institute of Modern Education-এ একেলগে চৰাইদেউ, শিৱসাগৰ আৰু যোৰহাট জিলাৰ দূৰৱৰ্তী বন্যাপীড়িত অঞ্চলসমূহত বিনামূলীয়া স্বাস্থ্য শিবিৰ আৰু প্ৰাথমিক ঔষধ বিতৰণ ৰ এক মানৱীয় উদ্যোগ গ্ৰহণ কৰিছো।

এই স্বাস্থ্য শিবিৰৰ নেতৃত্ব দিব বিশিষ্ট Emergency Medicine Specialist Dr. (Maj.) Dipam Kumar Barman, তেখেতক সকলোৱে Devottom Axom নামেৰে চিনি পায়।

এই সেৱা সফলভাৱে সম্পন্ন কৰিবলৈ আপোনালোকৰ সহায়ৰ প্ৰয়োজন।

আপুনি কেনেদৰে সহায় কৰিব পাৰে?
💊 আমাৰ প্ৰয়োজনীয় ঔষধসমূহ দান কৰিব পাৰে।
🤝 স্বেচ্ছাসেৱক হিচাপে অংশগ্ৰহণ কৰিব পাৰে।
💚 অথবা আপোনাৰ সামৰ্থ্য অনুসৰি আৰ্থিক সহায় আগবঢ়াব পাৰে।

ঔষধ দান কৰাৰ পূৰ্বে অনুগ্ৰহ কৰি আমাৰ সৈতে যোগাযোগ কৰক, যাতে প্ৰয়োজনীয় ঔষধসমূহহে সংগ্ৰহ কৰিব পাৰি।

📍 সংগ্ৰহ কেন্দ্ৰ:
AINA Welfare Foundation Head Office
CD Road, Old Employment Exchange Office,
Near Little Angel School, North Lakhimpur

📞 যোগাযোগ: 9395080670

🏦 Bank Details
AINA Welfare Foundation
A/C No.: 42440590346
IFSC: SBIN0006891

আপোনাৰ সৰু সহায়েও কাৰোবাৰ জীৱনত ডাঙৰ পৰিৱৰ্তন আনিব পাৰে।

27/01/2026
26/01/2026
26/01/2026
We sincerely apologize to all those who reached out to AINA Welfare Foundation with internship-related inquiries — due t...
24/06/2025

We sincerely apologize to all those who reached out to AINA Welfare Foundation with internship-related inquiries — due to the high volume of messages, we are unable to respond to each one individually.

To make the process easier for everyone, we are now accepting applications only through the following Google Form:

👉 https://docs.google.com/forms/d/e/1FAIpQLSdQLAO-edZuV9eyc2Q-HBRkMupEKLzYiOzTsVUcFaoisPLVJw/viewform?usp=dialog

Apply on or before 30-06-2025

Thank you for your understanding and continued support.

AINA WELFARE FOUNDATION Summer Internship Program 2025 Last Date of Application: 30-06-2025 Eligibility Criteria: All UG/PG Students

Address

No 2 Bylane Azad Road, Ward No 5, Lakhimpur
North Lakhimpur
787001

Opening Hours

Monday 9am - 6pm
Tuesday 9am - 6pm
Wednesday 9am - 6pm
Thursday 9am - 6pm
Friday 9am - 6pm
Saturday 9am - 6pm

Telephone

+919395080670

Website

Alerts

Be the first to know and let us send you an email when AInA Welfare Foundation posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share