12/10/2024
" নমস্তে সদা বৎসল্লে মাতৃভূমে
ত্বয়া হিন্দুভূমে সুখং বাৰ্ধিত’হম"
ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ প্ৰতিষ্ঠা দিৱসৰ এই শুভক্ষণত প্রতিজন স্বয়ং সেৱকলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। দেশমাতৃৰ সেৱাৰ বাবে সমৰ্পিত বিশ্বৰ সৰ্ববৃহৎ সাংস্কৃতিক, সামাজিক তথা ৰাষ্ট্ৰীয়তাবাদী সংগঠনটোৰ এই গৌৰৱময় ধাৰা অটুট থাকক অনাদি কাললৈ।।
We the VHP RSS