All Kalita Students Union

All Kalita Students Union Contact: 8876427439

23/09/2026
আমাৰ প্ৰতিজন সদস্যই বিষয়টোৰ 3 টা পইন্ট ভালদৰে জানি বুজি লওক যাতে ৰাইজে শুধিলে উত্তৰ দিব পাৰে1|মুখ্যমন্ত্ৰীয়ে কবৰ নিচিনা ...
07/09/2026

আমাৰ প্ৰতিজন সদস্যই বিষয়টোৰ 3 টা পইন্ট ভালদৰে জানি বুজি লওক যাতে ৰাইজে শুধিলে উত্তৰ দিব পাৰে
1|মুখ্যমন্ত্ৰীয়ে কবৰ নিচিনা 3টা প্ৰজন্ম অসমত থাকিলে হব বুলি আইনখনত দিয়া নাই,in that area মানে সেই ঠাইখনৰ 5 কিমি কথা কৈছে|
2|জিলা আয়ুক্তই পট্টা নথকা মানুহক উচ্ছেদ কৰাৰ অধিকাৰ পাইছে,কেবল Sc,St and 6 communityক উচ্ছেদ কৰাৰ অধিকাৰ নাই DC ৰ|
3|থলুবা খিলঞ্জীয়া গোটত কলিতা ৰ নামটো কিয় নাই

বজালী অঞ্চলৰ কলিতা জনগোষ্ঠীৰ অভিভাবক স্বৰূপ সদ্যপ্ৰয়াত মনোৰঞ্জন পাটগিৰি মহাজনৰ ঘৰত সদৌ কলিতা ছাত্ৰ সন্থা ৰ প্ৰতিনিধি দলে...
31/08/2026

বজালী অঞ্চলৰ কলিতা জনগোষ্ঠীৰ অভিভাবক স্বৰূপ সদ্যপ্ৰয়াত মনোৰঞ্জন পাটগিৰি মহাজনৰ ঘৰত সদৌ কলিতা ছাত্ৰ সন্থা ৰ প্ৰতিনিধি দলে সমবেদনা ,শ্ৰদ্ধাঞ্জলি ও শোকবাৰ্তা প্ৰদান কৰে

অসমৰ সমূহ চেটেলাইট চেনেলৰ মুখ্য সম্পাদক সকলক" অসম ভূমি আৰু ৰাজহ সংশোধনী বিধেয়ক 2026"ৰ জৰিয়তে অসমৰ কলিতা সকলক ভূমিহীন কৰি...
29/08/2026

অসমৰ সমূহ চেটেলাইট চেনেলৰ মুখ্য সম্পাদক সকলক" অসম ভূমি আৰু ৰাজহ সংশোধনী বিধেয়ক 2026"ৰ জৰিয়তে অসমৰ কলিতা সকলক ভূমিহীন কৰিব বিচৰা চৰকাৰী নীতিৰ বিষয়ে অবগত কৰাৰ কিছু মূহুৰ্ত|সকলো সংবাদ প্ৰতিষ্ঠানে এই দিশত জনজাগৰণ সৃষ্টি কৰাৰ আমাক আশ্বাস প্ৰদান কৰে

29/08/2026
বজালী অঞ্চলৰ কলিতা জনগোষ্ঠী সন্মিলনৰ বাটকটীয়া মনোৰঞ্জন পাটগিৰি মহাজন আৰু আমাৰ মাজত নাই|আজি আমি এজন অভিভাবক হেৰুবালো|ওম শ...
24/08/2026

বজালী অঞ্চলৰ কলিতা জনগোষ্ঠী সন্মিলনৰ বাটকটীয়া মনোৰঞ্জন পাটগিৰি মহাজন আৰু আমাৰ মাজত নাই|আজি আমি এজন অভিভাবক হেৰুবালো|ওম শান্তি

19/08/2026

ধুবুৰী,গোয়ালপাৰা আৰু বৰপেটাৰ কলিতা সকল অধিক সজাগ হৈ থাকক,চেপ্তেম্বৰ মাহত এই জিলা 3খনৰ 40 টা ৰাজহচক্ৰত কেবল কিছু সংখ্যক লোকেহে মাটি কিনা বেচা কৰা নতুন আইন প্ৰণয়ণ হব|তাত চৰকাৰে কাক কাক খিলঞ্জীয়া স্বীকৃতি দিয়ে সেইটোহে মন কৰিবলগীয়া হব|

Address

Gauhati

Alerts

Be the first to know and let us send you an email when All Kalita Students Union posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share