27/06/2026
থানাত গোচৰ তৰিবলৈ যাওঁতে আৰক্ষীয়ে 'তেল খৰচ'ৰ নামত টকা দাবী কৰিছে নেকি? সাৱধান হওক! 🚫⚖️
প্ৰায়েই বহুতে অভিযোগ কৰে যে থানাত গোচৰ দিবলৈ গ’লে আৰক্ষীয়ে ঘটনাস্থলীলৈ যাবৰ বাবে তেলৰ খৰচৰ নামত ঘোচ বিচাৰে। যদি আপোনাৰ সৈতেও এনে ঘটনা ঘটে, তেন্তে ভীতিগ্ৰস্ত নহৈ বুদ্ধিৰে কাম লওক। তৎক্ষণাৎ দুৰ্নীতি নিবাৰক শাখাৰ কাৰ্যালয়ত যোগাযোগ কৰক।
আপোনাৰ এটা সাহসী পদক্ষেপেই সমাজৰ পৰা দুৰ্নীতি নিৰ্মূল কৰাত সহায়ক হ’ব পাৰে।
📞 যোগাযোগ কৰক: ১৮০০-৩৪৫-৩৭৬৭ (ট’ল-ফ্ৰী নম্বৰ)
📧 ই-মেইল: [email protected]
আহক, আমি এখন দুৰ্নীতিমুক্ত সমাজ গঢ়ি তোলোঁ। 🇮🇳