06/11/2023
“বিমূৰ্ত মোৰ নিশাতি যেন
মৌনতাৰ সূতাৰে বোৱা
এখনি নীলা চাদৰ ।
এখনি নীলা চাদৰ.
তাৰেই এটি মিঠা ভাঁজত
নিশ্বাসৰে উম
আৰু জীয়া জীয়া আদৰ্
এখনি নীলা চাদৰ।"
প্ৰাগজ্যোতিষ মহাবিদ্যালয় অসম ছাত্ৰ পৰিষদ গোটটোৱে সুধাকন্ঠ ডঃ ভূপেন হাজৰিকাদেৱৰ মৃত্যু বাৰ্ষিকীত তেওঁক সোঁৱৰণ কৰি এটি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰে।
প্রিয় শিল্পী জনলৈ শ্ৰদ্ধাঞ্জলি জনাই আমি সকলোৱে তেওঁৰ গীত পৰিবেশন কৰো। তেওঁ অমৰ, তেওঁৰ কৰ্ম তেওঁৰ গীতবোৰ চিৰযুগমীয়া।