Hingrijan ujjal foundation

Hingrijan ujjal foundation Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Hingrijan ujjal foundation, Non-Governmental Organization (NGO), HINGRIJAN UJJAL FOUNDATION ​Head Office: Batamora, Checha Pukhuri, P. O./Batamora, PIN-, Dist./Charaideo (Assam), , ​Email: hingrijanujjalfoundation159@gmail. com, , ​Phone Numbers: 9395108667, 708687, Moranhat.

Hingrijan ujjal foundation
​Head Office: Batamora, Checha Pukhuri, Moranhat, P.O.- Batamora, PIN- 785670, Dist.- Charaideo (Assam)

​Email: [email protected]

​Phone Numbers: 9395108667, 7086871640

With Alakh Sir – I just got recognized as one of their top fans! 🎉
12/08/2026

With Alakh Sir – I just got recognized as one of their top fans! 🎉

বিগত কেইবাদিন ধৰি উজনি অসমৰ যোৰহাট, শিৱসাগৰ আৰু চৰাইদেউ জিলাত সংঘটিত ভয়ংকৰ বানে হাজাৰ হাজাৰ পৰিয়ালৰ জীৱনত গভীৰ সংকটৰ স...
31/07/2026

বিগত কেইবাদিন ধৰি উজনি অসমৰ যোৰহাট, শিৱসাগৰ আৰু চৰাইদেউ জিলাত সংঘটিত ভয়ংকৰ বানে হাজাৰ হাজাৰ পৰিয়ালৰ জীৱনত গভীৰ সংকটৰ সৃষ্টি কৰিছে। প্ৰাণহানি, ঘৰ-দুৱাৰ, খেতি-বাতি, পশুধন আৰু জীৱিকাৰ অপূৰণীয় ক্ষতিৰ মাজত বহু লোক আজিও আশ্ৰয় শিবিৰত অনিশ্চয়তা আৰু অভাৱৰ সৈতে দিন অতিবাহিত কৰি আছে।

এনে এক কঠিন সময়ত মানৱীয় দায়বদ্ধতাৰ অনুভূতিৰে যোৱা ৩০ জুলাই ২০২৬ তাৰিখে হিংৰিজান উজ্জ্বল ফাউণ্ডেশ্যন , হিংৰিজান চাহ বাগিচা প্ৰাথমিক সমিতি,হিংৰিজান আটছা উপশাখা, হিংৰিজান চাহ বাগিচা পৰিচালক আৰু কল্যাণ বিষয়া আৰু হিংৰিজান বাসী ৰাইজৰ সহযোগত শিৱসাগৰ জিলাৰ নাজিৰা সমষ্টিৰ অন্তৰ্গত থকা বামুণ পুখুৰীৰ চাহ বাগিচা আৰু বিভিন্ন স্থানত সমূহত বানপীড়িত লোকসকলৰ মাজত সাধ্যানুসৰি কিছু অত্যাৱশ্যকীয় সামগ্ৰী যেনে চাউল, দালি ,বিস্কুট ,মিঠাতেল মচলা সামগ্ৰী, পানী, ডেটল চাবুন ,হাগিচ ,ফেনাইল, কাপোৰ, বিল্চিং পাউডাৰ, আদি সামগ্ৰী বিতৰণ কৰাৰ হয়।



30/07/2026

এই দুৰ্যোগৰ সময়ত বানাক্ৰান্ত ৰাইজক সহায়ৰ হাত আগবঢ়োৱাৰ বাবে আমাৰ প্ৰচেষ্টা সদায় অব্যাহত থাকিব...
যোৱা কালি ৰাতি হিংৰিজান উজ্জ্বল ফাউণ্ডেশ্যনৰ হয় বানাক্ৰান্ত ৰাইজৰ বাবে চাউল,দালি, বিস্কুট,মিঠাতেল ,মচলা সামগ্ৰী, পানী, ব্লিচিং পাউডাৰ, ডেটল চাবোন, ধূপ, ফেনাইল আদি অত্যাৱশ্যকীয় সামগ্ৰীৰ পেকেজিং কৰিলোঁ। বানৰ পিছত সৃষ্টি হোৱা পৰিস্থিতিত মানুহৰ এক সাজ খোৱা ব্যবস্থা আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰখা, ৰোগ-ব্যাধিৰ আশংকা হ্ৰাস কৰা আৰু সুস্থ-সুৰক্ষিত পৰিৱেশত থকাৰ ক্ষেত্ৰত এই সামগ্ৰীসমূহ বানাক্ৰান্ত ৰাইজৰ বাবে সহায়ক হ'ব বুলি আশা ৰাখিলোঁ!

হিংৰিজান উজ্জ্বল ফাউণ্ডেশ্যনৰ।



25/07/2026

I got over 10 reactions on one of my posts last week! Thanks everyone for your support! 🎉

বিগত কেইবাদিন ধৰি উজনি অসমৰ যোৰহাট, শিৱসাগৰ আৰু চৰাইদেউ জিলাত সংঘটিত ভয়ংকৰ বানে হাজাৰ হাজাৰ পৰিয়ালৰ জীৱনত গভীৰ সংকটৰ স...
25/07/2026

বিগত কেইবাদিন ধৰি উজনি অসমৰ যোৰহাট, শিৱসাগৰ আৰু চৰাইদেউ জিলাত সংঘটিত ভয়ংকৰ বানে হাজাৰ হাজাৰ পৰিয়ালৰ জীৱনত গভীৰ সংকটৰ সৃষ্টি কৰিছে। প্ৰাণহানি, ঘৰ-দুৱাৰ, খেতি-বাতি, পশুধন আৰু জীৱিকাৰ অপূৰণীয় ক্ষতিৰ মাজত বহু লোক আজিও আশ্ৰয় শিবিৰত অনিশ্চয়তা আৰু অভাৱৰ সৈতে দিন অতিবাহিত কৰি আছে।

এনে এক কঠিন সময়ত মানৱীয় দায়বদ্ধতাৰ অনুভূতিৰে যোৱা ২৪ জুলাই তাৰিখে হিংৰিজান উজ্জ্বল ফাউণ্ডেশ্যন সহযোগত আৰু হিংৰিজান আটছা উপশাখা উদ্যোগত চৰাইদেউ জিলাৰ বিভিন্ন স্থানত বানপীড়িত লোকসকলৰ মাজত সাধ্যানুসৰি কিছু অত্যাৱশ্যকীয় সামগ্ৰী আৰু এসাঁজ আহাৰ বিতৰণ কৰাৰ হয়।


#𝗠𝗢𝗥𝗔𝗡𝗛𝗔𝗧

আজি ইংৰাজী ২০/০৬/২০২৬ তাৰিখে পি. এম পোষণ, অসমৰ অধীনত চৰকাৰী নিৰ্দেশ মৰ্মে ১৫ পৰা ২০ জুনলৈ "সম্প্রীতি ভোজন সপ্তাহ" হিচাপে...
20/06/2026

আজি ইংৰাজী ২০/০৬/২০২৬ তাৰিখে পি. এম পোষণ, অসমৰ অধীনত চৰকাৰী নিৰ্দেশ মৰ্মে ১৫ পৰা ২০ জুনলৈ "সম্প্রীতি ভোজন সপ্তাহ" হিচাপে ঘোষণা কৰা হৈছে। সমগ্ৰ ৰাজ্যৰ লগতে চৰাইদেউ জিলাৰ শিক্ষাখণ্ডৰ অধীনস্থ হিংৰিজান মধ্য ইংৰাজী বিদ্যালয়ত উলহ-মালহেৰে পালন কৰা সম্প্ৰীতি ভোজন সপ্তাহ কার্যসূচীৰ।

বিদ্যালয়খনত আয়োজন কৰা এই অনুষ্ঠানৰ সহযোগ হিচাপে অসম চাহ জনজাতি ছাত্র সন্থা আটছা হিংৰিজান উপশাখা আৰু হিংৰিজান উজ্জ্বল ফাউণ্ডেশ্যনৰ উদ্যোগত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত সামাজিক একতা আৰু পুষ্টিহীনতা দূৰ কৰাৰ উদ্দেশ্যেৰে চৰকাৰৰ দ্বাৰা প্ৰৱৰ্তিত এই "সম্প্রীতি ভোজন সপ্তাহ" শীর্ষক অনুষ্ঠানত ভাত- নিৰামিষ চবজি আৰু মাছ আদিৰ উপৰিও কণ কণ শিক্ষাৰ্থীসকলক এমুঠি তৃপ্তিৰে অন্ন ভোজন কৰোৱা হয় l
#হিংৰিজানউজ্জ্বলফাউণ্ডেশ্যন




16/06/2026
Good morning..............
16/06/2026

Good morning..............

**আহক, সমাজলৈ এক ইতিবাচক পৰিৱৰ্তন আনো!** 🤝> **হিংৰিজান উজ্জ্বল ফাউণ্ডেশ্যনৰ** মূল লক্ষ্য হৈছে আমাৰ সমাজৰ উন্নতি আৰু স্থা...
11/06/2026

**আহক, সমাজলৈ এক ইতিবাচক পৰিৱৰ্তন আনো!** 🤝
> **হিংৰিজান উজ্জ্বল ফাউণ্ডেশ্যনৰ** মূল লক্ষ্য হৈছে আমাৰ সমাজৰ উন্নতি আৰু স্থানীয় লোকসকলক সহায় কৰা। প্ৰয়োজনীয় সামগ্ৰী বিতৰণ কৰাই হওক বা সামাজিক অনুষ্ঠানৰ আয়োজন কৰাই হওক, আমি একেলগ হৈ দুখীয়াজনক সহায় কৰাত বিশ্বাস কৰোঁ।
> 📍 **মুখ্য কাৰ্যালয়:** বটামৰা, চেঁচা পুখুৰী, মৰাণহাট
> 📞 **যোগাযোগ কৰক:** ৯৩৯৫১০৮৬৬৭ / ৭০৮৬৮৭১৬৪০
> ✉️ **ইমেইল:** [email protected]
> আহক, আমি সকলোৱে মিলি এক উজ্জ্বল ভৱিষ্যত গঢ়ি তোলোঁ! 🌱✨

Address

HINGRIJAN UJJAL FOUNDATION ​Head Office: Batamora, Checha Pukhuri, P. O./Batamora, PIN-, Dist./Charaideo (Assam), , ​Email: Hingrijanujjalfoundation159@gmail. Com, , ​Phone Numbers: 9395108667, 708687
Moranhat
785670

Alerts

Be the first to know and let us send you an email when Hingrijan ujjal foundation posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share