কচুমাৰি প্ৰাথমিক গোট ছাত্র সন্থা

  • Home
  • India
  • Moranhat
  • কচুমাৰি প্ৰাথমিক গোট ছাত্র সন্থা

কচুমাৰি প্ৰাথমিক গোট ছাত্র সন্থা কচুমাৰি প্ৰাথমিক গোট ছাত্র সন্থা

All Assam Students' Union - AASU
07/04/2026

All Assam Students' Union - AASU

07/04/2026
কচুমাৰি প্ৰাথমিক গোট ছাত্র সন্থাৰ উদ্যোগত কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা দিৱস লগতে সংগতি ৰাখি অভিনন্দন অনুষ্ঠান।
20/06/2025

কচুমাৰি প্ৰাথমিক গোট ছাত্র সন্থাৰ উদ্যোগত
কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা দিৱস লগতে সংগতি ৰাখি অভিনন্দন অনুষ্ঠান।

সকলোৰে উপস্থিতি সহায় সহযোগিতা কামনা কৰিলোঁ।All Assam Students' Union - AASU
01/06/2025

সকলোৰে উপস্থিতি সহায় সহযোগিতা কামনা কৰিলোঁ।

All Assam Students' Union - AASU

সন্থাৰ প্ৰাক্তন সতীৰ্থ প্ৰণৱ শইকীয়াৰ পিতৃ প্ৰয়াত বিপ্লৱ শইকীয়াদেৱৰ আদ্যশ্ৰাদ্ধত উপস্থিত হৈ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গ...
08/04/2025

সন্থাৰ প্ৰাক্তন সতীৰ্থ প্ৰণৱ শইকীয়াৰ পিতৃ প্ৰয়াত বিপ্লৱ শইকীয়াদেৱৰ আদ্যশ্ৰাদ্ধত উপস্থিত হৈ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰো।

ঐতিহাসিক অসম আন্দোলনত ১৯৭৯ চনৰ ১০ ডিচেম্বৰ তাৰিখে শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰে প্ৰাণ বিসৰ্জন দিছিল। শ্বহীদ খৰ্গেশ্বৰ তালুক...
10/12/2024

ঐতিহাসিক অসম আন্দোলনত ১৯৭৯ চনৰ ১০ ডিচেম্বৰ তাৰিখে শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰে প্ৰাণ বিসৰ্জন দিছিল। শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰ সহিতে অসম আন্দোলনৰ ৮৬০ গৰাকী শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি জনাই প্ৰতিবছৰে ১০ ডিচেম্বৰ তাৰিখে ৰাইজ আৰু ছাত্ৰ সন্থাই পালন কৰি আহিছে শ্বহীদ দিৱস। আজিৰ এই পৱিত্ৰ দিনটোত জাতীয় শ্বহীদসকললৈ শ্ৰদ্ধাঞ্জলি আৰু নিৰ্যাতিতসকললৈ শ্ৰদ্ধা নিবেদিছোঁ।

08/11/2024

Address

কচুমাৰি
Moranhat
785670

Website

Alerts

Be the first to know and let us send you an email when কচুমাৰি প্ৰাথমিক গোট ছাত্র সন্থা posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share