মৰাণৰ চিনাকি-অচিনাকি মনবোৰ

  • Home
  • India
  • Moranhat
  • মৰাণৰ চিনাকি-অচিনাকি মনবোৰ

মৰাণৰ চিনাকি-অচিনাকি মনবোৰ moranor sinaki osinaki monbur the earth doesn't belong to the humans. The humans belong to the earth ! So be grateful.

25/01/2026

মাহমৰাৰ ৰাঙলীবাসীৰ বহু দিনীয়া সমস্যাৰ সন্দৰ্ভত যুৱ নেতা গৌতম হাতীমূৰীয়াৰ গুৰুত্বপূৰ্ণ মন্তব্য।

COURTESY-CROSS CURRENT

20/01/2026

শতাধিক সমৰ্থক লৈ প্ৰাৰ্থীত্বৰ বাবে আৱেদন চৰাইদেউ জিলা কংগ্ৰেছৰ উপ সভাপতি গৌতম হাটীমূৰীয়াৰ।আগন্তক ২০২৬ ৰ বিধানসভা নিৰ্বাচনৰ বাবে মাহমৰা বিধান সভা সমষ্টিৰ বাবে কংগ্ৰেছ দলৰ প্ৰাৰ্থীত্বৰ বাবে গুৱাহাটীৰ ৰাজীৱ ভৱনত আবেদন দাখিল গৌতম হাটীমূৰীয়াৰ।কংগ্ৰেছৰ যুৱ নেতা গৰাকীক সংগ দিয়ে মাহমৰাৰ ৰাইজ আৰু চৰাইদেউ জিলা কংগ্ৰেছৰ নেতা কৰ্মীয়ে।

Address

Moranhat
POSTCODE

Website

Alerts

Be the first to know and let us send you an email when মৰাণৰ চিনাকি-অচিনাকি মনবোৰ posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share