Suruj drama production Work's

Suruj drama production Work's সূৰুয ড্ৰামা প্ৰডাক্চন ৱৰ্ক্স এটা নাট্যানুষ্ঠান। ইয়াত জড়িত শিল্পী সকলৰ প্ৰতিভা বিকাশেই ইয়াৰ মূল উদ্দেশ্য।

19/05/2026
সূৰুযৰ পৰৱৰ্ত্তী নিবেদন "মায়াবিনী ৰাতি" ৰ পাণ্ডুলিপি DTP ৰ বাবে সভাপতি বিনোদ গগৈৰ হাতত অৰ্পণ কৰা হয়।
29/04/2026

সূৰুযৰ পৰৱৰ্ত্তী নিবেদন "মায়াবিনী ৰাতি" ৰ পাণ্ডুলিপি DTP ৰ বাবে সভাপতি বিনোদ গগৈৰ হাতত অৰ্পণ কৰা হয়।

আমাৰ সতীৰ্থ অমৰৰ পিতৃ বিয়োগৰ সময়ত অমৰৰ কাষত সাহস হিচাপে থিয় হৈছে সূৰুযৰ পৰিয়াল
13/04/2026

আমাৰ সতীৰ্থ অমৰৰ পিতৃ বিয়োগৰ সময়ত অমৰৰ কাষত সাহস হিচাপে থিয় হৈছে সূৰুযৰ পৰিয়াল

আমাৰ নাট্য পৰিয়ালৰ সংগীত শিল্পী মানসজ্যোতি বৰা (বুবু)ৰ মাতৃ 'নিৰু বৰা'ৰ ইহলীলা সম্বৰণ হোৱাত সূৰুয পৰিয়ালৰ ফালৰ পৰা শোক...
06/04/2026

আমাৰ নাট্য পৰিয়ালৰ সংগীত শিল্পী মানসজ্যোতি বৰা (বুবু)ৰ মাতৃ 'নিৰু বৰা'ৰ ইহলীলা সম্বৰণ হোৱাত সূৰুয পৰিয়ালৰ ফালৰ পৰা শোকৰ সমভাগী হৈ মাত এষাৰ দিয়া হয়।

সূৰুযৰ হৈ যোৱা নাটকৰ বিষয়ে বাতৰি কাকতত ওলোৱা লিখনি
27/02/2026

সূৰুযৰ হৈ যোৱা নাটকৰ বিষয়ে বাতৰি কাকতত ওলোৱা লিখনি

Address

Jorhat

Telephone

+917002322391

Website

Alerts

Be the first to know and let us send you an email when Suruj drama production Work's posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Suruj drama production Work's:

Share