বালিগাঁও আঞ্চলিক ছাত্র সন্হা

  • Home
  • India
  • Jorhat
  • বালিগাঁও আঞ্চলিক ছাত্র সন্হা

বালিগাঁও আঞ্চলিক ছাত্র সন্হা অৰাজনৈতিক সংগঠন

শুভকামনা।
13/02/2025

শুভকামনা।

আজি বালিগাঁও আঞ্চলিক ছাত্র সন্থাৰ অন্তৰ্গত বিদ্যালয় সমূহলৈ বালিগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ এটা সঁজাতি দলে উপস্থিত হৈ বিদ্য...
30/11/2024

আজি বালিগাঁও আঞ্চলিক ছাত্র সন্থাৰ অন্তৰ্গত বিদ্যালয় সমূহলৈ বালিগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ এটা সঁজাতি দলে উপস্থিত হৈ বিদ্যালয় সমূহৰ আন্তঃগাঁঠনি আৰু সমস্যা সমূহৰ বিষয়ে বুজ লোৱা হয়

23/10/2024
07/10/2024

সদৌ যোৰহাট জিলা ছাত্র সন্থাৰ প্ৰতিনিধি সভাত বালিগাঁও আঞ্চলিক ছাত্র সন্থাৰ পৰা প্ৰতিনিধিত্ব কৰি নিহাৰীকা শইকীয়াই পুনৰ কেন্দ্ৰীয় সমিতিৰ দায়িত্ব লগতে অম্লান জ্যোতি ভৰালীক প্ৰচাৰ সম্পাদক আৰু মানস প্ৰতিম কলিতাক সাংগঠনিক সম্পাদক আৰু অমৃত কুমাৰ ধলুৱাক কাৰ্যনিৰ্বাহক হিচাপে দায়িত্ব প্ৰদান কৰে।
তিনিও জনকে সংগ্ৰামী অভিনন্দন জ্ঞাপন কৰিছো।

25/09/2024
আজি বালিগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰতিবাদী কাৰ্যসূচী ওচৰত সেও মানি ডাম্পাৰ চলাচল বন্ধ ৰাখে কিন্তু আজি পৰ্যন্ত জিলা প্ৰশ...
24/09/2024

আজি বালিগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰতিবাদী কাৰ্যসূচী ওচৰত সেও মানি ডাম্পাৰ চলাচল বন্ধ ৰাখে কিন্তু আজি পৰ্যন্ত জিলা প্ৰশাসনৰ কোনো বিষয়াই
যোগাযোগ নকৰাত সকলো ৰাইজৰ সিদ্ধান্ত মৰ্মে অহা ২৬ছেপ্তম্বৰ তাৰিখে আবেলি ৪বজাত ৰজাহাউলী ৰংঘৰৰ প্ৰাংগনত এক ৰাজহুৱা সভা আয়োজন কৰা হৈছে উক্ত সভাখনত সকলো বালিগাঁওবাসী ৰাইজৰ উপস্থিতি একান্তৰে কামনা কৰিলো।লগতে আজি জিলা আয়ুক্ত, জলসম্পদ বিভাগৰ কাৰ্যবাহী অভিযন্তা,ৰাজহ চক্ৰ বিষয়া, জিলা পৰিবহন বিষয়া, কাৰ্যবাহী অভিযন্তা গ্ৰাম্য পথ সংমণ্ডল,মহাপ্ৰৱন্ধক ৰাষ্ট্ৰীয় ঘাইপথ উন্নয়ন প্ৰাধিকীকৰন আদি সকলোকে সাক্ষাৎ কৰি সভাখনত উপস্থিত থাকিবলৈ অনুৰোধ জনাও লগতে উপস্থিত নাথাকিলে অনিৰ্দিষ্ট কাললৈ জগন্নাথ বৰুৱা পথত সম্পূৰ্ণৰূপে ডাম্পাৰৰ চলাচল বন্ধ কৰি দিয়া হ'ব বুলি অৱগত কৰো।

সকলো বালিগাঁওবাসী ৰাইজৰ সহায় -সহযোগিতা কামনা কৰিলো।
23/09/2024

সকলো বালিগাঁওবাসী ৰাইজৰ সহায় -সহযোগিতা কামনা কৰিলো।

Address

Baligaon
Jorhat
785001

Alerts

Be the first to know and let us send you an email when বালিগাঁও আঞ্চলিক ছাত্র সন্হা posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share