15/08/2026
বহু ঘাত-প্ৰতিঘাত অতিক্ৰমী দেশৰ বীৰ সন্তানসকলৰ আত্মত্যাগৰ জৰিয়তে লাভ কৰা আৰু বৰ্তি থকা আমাৰ দেশ ভাৰতবৰ্ষৰ ৮০ সংখ্যক স্বাধীনতা দিৱসৰ এই শুভক্ষণত, দেশৰ সকলো বীৰ সন্তানক শ্ৰদ্ধাৰে স্মৰণ কৰাৰ লগতে সমস্ত ভাৰতবাসীলৈ যাচিছোঁ আন্তৰিক শুভকামনা।
🇮🇳