23/07/2026
দেশৰ ছাত্ৰ-ছাত্ৰীসকলৰ সুৰক্ষা আৰু কল্যাণক সৰ্বাধিক গুৰুত্ব প্ৰদান কৰি মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই গ্রহণ কৰা এই দূৰদৰ্শী আৰু গুৰুত্বপূৰ্ণ পদক্ষেপক আন্তৰিকতাৰে আদৰণি জনাইছোঁ। এই সিদ্ধান্তই দেশৰ শিক্ষাৰ্থীসকলৰ অধিকাৰ সুৰক্ষিত কৰাৰ লগতে তেওঁলোকৰ শৈক্ষিক জীৱন অধিক নিৰাপদ আৰু সম্ভাৱনাময় কৰি তোলাৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ হিচাপে বিবেচিত হ'ব।
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰে শিক্ষাৰ্থীসকলৰ সৰ্বাংগীণ বিকাশ, সুৰক্ষা আৰু উজ্জ্বল ভৱিষ্যৎ নিশ্চিত কৰাৰ ক্ষেত্ৰত নিৰন্তৰভাৱে গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰি আহিছে।