অসম ছাত্ৰ পৰিষদ, বঙাইগাঁও Asom Chatra parishad , Bongaigaon

  • Home
  • India
  • Bongaigaon
  • অসম ছাত্ৰ পৰিষদ, বঙাইগাঁও Asom Chatra parishad , Bongaigaon

অসম ছাত্ৰ পৰিষদ, বঙাইগাঁও Asom Chatra parishad , Bongaigaon নৱজাগৰণৰ বাবে ছাত্ৰ �

যোৱা ১৪ অক্টোবৰত , বঙাইগাঁও পাব্লিক লাইব্ৰেৰীত অনুষ্ঠিত হোৱা অসম গণ পৰিষদৰ ৪০ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন,অনুষ্ঠানত অসম...
15/10/2024

যোৱা ১৪ অক্টোবৰত , বঙাইগাঁও পাব্লিক লাইব্ৰেৰীত অনুষ্ঠিত হোৱা অসম গণ পৰিষদৰ ৪০ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন,অনুষ্ঠানত অসম ছাত্ৰ পৰিষদ বঙাইগাঁও জিলা সমিতিৰ সদস্য সমূহ উপস্থিত থাকে ।

অসম গণ পৰিষদৰ ছাত্ৰ সংগঠন অসম ছাত্ৰ পৰিষদৰ শেহতীয়াকৈ হৈ যোৱা কেন্দ্ৰীয় অধিবেশনত বঙাইগাঁও জিলাক প্ৰতিনিধিত্ব কৰি কেন্দ্...
03/08/2024

অসম গণ পৰিষদৰ ছাত্ৰ সংগঠন অসম ছাত্ৰ পৰিষদৰ শেহতীয়াকৈ হৈ যোৱা কেন্দ্ৰীয় অধিবেশনত বঙাইগাঁও জিলাক প্ৰতিনিধিত্ব কৰি কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক আৰু ৰাজ্যিক সম্পাদকৰ দায়িত্ব লাভ কৰা শান্তনু ভূষণ চৌধুৰী আৰু বঙাইগাঁও মহাবিদ্যালয়ৰ প্ৰাক্তন সাধাৰণ সম্পাদক তথা বঙাইগাঁও বিধান পৰিষদ, অসম ছাত্ৰ পৰিষদৰ প্ৰাক্তন সাধাৰণ সম্পাদক ধনজিৎ বৰুৱালৈ আমাৰ অলেখ অভিনন্দন আৰু শুভ কামনা জনালোঁ ।।
Dhanjit Boruah
অসম ছাত্ৰ পৰিষদ - Asom Chatra Parishad - ACP
Atul Bora অতুল বৰা
Keshab Mahanta কেশৱ মহন্ত

গুৱাহাটী বিশ্ববিদ্যালয়ৰ নামভৰ্তিৰ বাবে জানিব লগীয়া যিকোনো তথ্যৰ বাবে আমালৈ যোগাযোগ কৰক .....।।
14/06/2024

গুৱাহাটী বিশ্ববিদ্যালয়ৰ নামভৰ্তিৰ বাবে জানিব লগীয়া যিকোনো তথ্যৰ বাবে আমালৈ যোগাযোগ কৰক .....।।

শেহতীয়াকৈ ঘোষণা হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা বঙাইগাঁও জিলাৰ অন্তৰ্গত ১৮ নং বঙাইগাঁও বিধান ...
23/04/2024

শেহতীয়াকৈ ঘোষণা হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা বঙাইগাঁও জিলাৰ অন্তৰ্গত ১৮ নং বঙাইগাঁও বিধান সভা সমষ্টিৰ বিভিন্ন মেধাৱী ছাত্ৰ ছাত্ৰীক আজি অসম ছাত্ৰ পৰিষদ, বঙাইগাঁও বিধান পৰিষদৰ সদস্য সকলে ঘৰে ঘৰে গৈ উপস্থিত হৈ সম্বৰ্ধনা জ্ঞাপন কৰে তথা তেওঁলোকৰ ভৱিষ্যত উজ্বল কামনাৰে শুভেচ্ছা আগবঢ়ায় ।।
Atul Bora অতুল বৰা
Keshab Mahanta কেশৱ মহন্ত
Trinayan Baruah
অসম ছাত্ৰ পৰিষদ - Asom Chatra Parishad - ACP
Asom Chatra Parishad-Gauhati University unit
অসম গণ পৰিষদ - Asom Gana Parishad -AGP

21/04/2024

Phani Bhusan Choudhury

শুভেচ্ছা আৰু অভিনন্দন Phani Bhusan Choudhury
17/04/2024

শুভেচ্ছা আৰু অভিনন্দন Phani Bhusan Choudhury

অহা কাইলৈ মনোনয়ন পত্ৰ দাখিল কৰিব ৩নং বৰপেটা লোকসভা সমষ্টিৰ বিজেপি অগপ আৰু ইউপিপিএল দলৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী সন্মানীয় ফণিভূষণ চৌধুৰী দেৱে ৷

তাৰে প্ৰাগ মূহুৰ্তত অগপ সভাপতি অতুল বৰা আৰু কাৰ্যকৰি সভাপতি কেশৱ মহন্তৰ দেৱৰ পৰা আনুষ্ঠানিক ভাৱে দলীয় টিকট গ্ৰহণ কৰে ৷

অসমৰ ৰাইজৰ আৰ্শীবাদত বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত সমূহ ৰাইজৰ সাৰ্বংগীন উন্নয়ণৰ স্বাৰ্থত এই গুৰু দায়িত্ব বহন কৰে ৷

কাইলৈ মনোনয়ন প্ৰত্ৰ দাখিলৰ সময়ছোৱাত জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্ভীষে সমূহ ৰাইজক ওলাই আহিবলৈ আহ্বান জনালোঁ ৷

#অসমগণপৰিষদ

16/04/2024

UPSC পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলোলৈকে অসম ছাত্ৰ পৰিষদৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন ও শুভকামনা জ্ঞাপন কৰিলোঁ।


21/02/2024

"চিৰ চেনেহী ভাষা জননী"
মাতৃভাষা প্ৰতিটো জনগোষ্ঠীৰে স্বাভিমানৰ প্ৰতীক। আজি "আন্তঃৰাষ্ট্ৰীয় মাতৃভাষা দিৱস"ত অসম ছাত্ৰ পৰিষদৰ তৰফৰ পৰা সকলোলৈকে আন্তৰিক শুভেচ্ছা জনালোঁ।।

#আন্তজাৰ্তিক_মাতৃভাষা_দিৱস
#২০২৪

জয় আই অসমঅসম ছাত্ৰ পৰিষদ জিন্দাবাদ
16/02/2024

জয় আই অসম
অসম ছাত্ৰ পৰিষদ জিন্দাবাদ

অসম ছাত্ৰ পৰিষদ,কেন্দ্ৰীয় সমিতিৰ উদ্যোগত অনুষ্ঠিত হ'বলগীয়া বিভিন্ন মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভা সমাৰোহৰ প্ৰস্তুতি সন্দ...
06/01/2024

অসম ছাত্ৰ পৰিষদ,কেন্দ্ৰীয় সমিতিৰ উদ্যোগত অনুষ্ঠিত হ'বলগীয়া বিভিন্ন মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভা সমাৰোহৰ প্ৰস্তুতি সন্দৰ্ভত বঙাইগাঁওত আজি বঙাইগাঁও জিলাৰ ছাত্ৰ পৰিষদৰ সদস্যসকলৰ সৈতে কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া সকলে বিভিন্ন পৰ্যায়ৰ আলোচনাত মিলিত হয় । উক্ত সভাত উপস্থিত থাকে কেন্দ্ৰীয় সভাপতি ত্ৰিনয়ন বৰুৱাৰ লগতে কেইবাগৰাকীও সাধাৰণ সম্পাদক/ সম্পাদকদ্বয় , উপস্থিত থাকে বঙাইগাঁও বিধান পৰিষদ আৰু অভয়াপুৰী বিধান পৰিষদৰ সভাপতি/সম্পাদক ক্ৰমে ধনজিৎ ৰায়, ধনজিৎ বৰুৱা ,তনম্ময় ৰায় আৰু সমূহ কাৰ্যনিৰ্বাহক সমিতিৰ বিষয়ববীয়া সকল ।

অসম ছাত্ৰ পৰিষদ, বঙাইগাঁও Asom Chatra parishad , Bongaigaon
অসম গণ পৰিষদ - Asom Gana Parishad -AGP
Trinayan Baruah
Keshab Mahanta কেশৱ মহন্ত
Atul Bora অতুল বৰা
অসম ছাত্ৰ পৰিষদ - Asom Chatra Parishad - ACP

আজি ৰাতিপুৱা গোলাঘাট জিলাৰ দেৰগাঁৱৰ বালিজানত সংঘটিত হৃদয়বিদাৰক পথ দুৰ্ঘটনাৰ খবৰটোৱে আমাক মৰ্মাহত কৰিছে। দুৰ্ঘটনাত প্ৰাণ ...
03/01/2024

আজি ৰাতিপুৱা গোলাঘাট জিলাৰ দেৰগাঁৱৰ বালিজানত সংঘটিত হৃদয়বিদাৰক পথ দুৰ্ঘটনাৰ খবৰটোৱে আমাক মৰ্মাহত কৰিছে। দুৰ্ঘটনাত প্ৰাণ হেৰুওৱাসকলৰ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে আহতসকলৰ দ্ৰুত আৰোগ্য কামনা কৰিছোঁ।🙏🙏

সকলোৰে সহায় সহযোগিতা আন্তৰিকতাৰে কামনা কৰা হ'ল ।।
19/11/2023

সকলোৰে সহায় সহযোগিতা আন্তৰিকতাৰে কামনা কৰা হ'ল ।।

Address

BORPARA MAIN Road
Bongaigaon
783380

Website

Alerts

Be the first to know and let us send you an email when অসম ছাত্ৰ পৰিষদ, বঙাইগাঁও Asom Chatra parishad , Bongaigaon posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share