Koch Rajbongshir Parichay

Koch Rajbongshir Parichay Property of Koch Rajbongshi

27/08/2026

যোৱা ২৩ আগষ্ট ২০২৬ ইং তাৰিখ ৰবিবাৰে আবেলি ৪ বজাত পুৰনি বঙাইগাও উচচ‍্য বুনিয়াদী বিদ‍্যালয়ত কোচৰাজবংশী কালচাৰেল চ’ছাইটিৰ বঙাইগাও জিলাৰ অন্তৰ্গত পুৰনি বঙাইগাও শাখা সমিটি খন সভানেএী মাননীয়া শ্ৰী ৰানী দেৱী আৰু সাধাৰন সম্পাদিকা মাননীয়া শ্ৰী ৰসনা বমৰ্ন ডাঙৰীয়ানীৰ লগতে অন‍্যান‍্য সদস‍্য সদস‍্যা সকলক লৈ এখনি ৩১ জনীয়া পূর্ণাঙ্গ সমিটি গঠন কৰা হয় । এই সভাত সভাপতিত্ব কৰে জিলাৰ কাৰ্যকৰী সভাপতি বিমল ৰায় ডাঙৰীয়ায় আৰু উপস্থিত থাকে মোৰ লগতে যথাক্ৰমে জিলাৰ উপদেষ্টা সম্মানীয়া জ্যোৎস্না প্ৰিয়া দেৱী, সম্পাদক হেৰম্ব অধিকাৰী, সাংস্কৃতিক সম্পাদিকা ৰানী দেৱী, জুতিকা ৰায়ৰ দাঙৰীয়ানী। জিলাৰ সভাপতি বিজয় ৰায় মহাশয়ে কিছু ব্যক্তিগত অসুবিধাৰ বাবে এই সভাত উপস্থিত থাকিব নোৱাৰে বুলি মোক দুখ প্ৰকাশ কৰে ।

#বঙাইগাও #দেৱদাৰুনগৰীঅভয়াপুৰী #জয়কোচৰাজবংশী #জয়কামতাপুৰ #জয়ৰাজবংশী #উত্তরদিনাজপুররাজবংশী #কমতাপুৰ

19/08/2026

আজি ১৬আগষ্ট ২০২৬ ইং তাৰিখ ৰবিবাৰে ২৮১ নং ছিটকাগাওৰ দৌলগুৰী ৰাভাপাৰা প্ৰাথমিক বিদ‍্যালয়ত কোচৰাজবংশী কালচাৰেল চ’ছাইটিৰ বঙাইগাও জিলাৰ অন্তৰ্গত চাপাৰাকাটা আঞ্চলিক শাখা সমিটি খন সভাপতি মাননীয় শ্ৰীযুত প্ৰাঞ্জল ৰায় আৰু সাধাৰন সম্পাদক মাননীয় শ্ৰী যুত পুতুল চন্দ্ৰ ৰায় ডাঙৰীয়াৰ লগতে অন‍্যান‍্য সদস‍্য সদস‍্যা সকলক লৈ এখনি ৩১ জনীয়া পূর্ণাঙ্গ সমিটি গঠন কৰা হয় । এই সভাত সভাপতিত্ব কৰে জিলাৰ কাৰ্যকৰী সভাপতি বিমল ৰায় ডাঙৰীয়ায় আৰু উপস্থিত থাকে মোৰ লগতে যথাক্ৰমে উপদেষ্টা সম্মানীয় নন্দলাল বৰ্মন, সম্পাদক হেৰম্ব অধিকাৰী, সাংস্কৃতিক সম্পাদিকা ৰানী দেৱী, যুতিকা ৰায়ৰ দাঙৰীয়ানী…

#বঙাইগাও #দেৱদাৰুনগৰীঅভয়াপুৰী #জয়কোচৰাজবংশী #জয়কামতাপুৰ #জয়ৰাজবংশী #উত্তরদিনাজপুররাজবংশী #কমতাপুৰ

11/08/2026

যোৱাকালি ৯ আগষ্ট ২০২৬ ইং তাৰিখ ৰবিবাৰে ১৭৭ নং টেঙাইগাও এল পি স্কুলত কোচৰাজবংশী কালচাৰেল চ’ছাইটিৰ বঙাইগাও জিলাৰ অন্তৰ্গত নাককাটি ভুৱনেশৰ আঞ্চলিক শাখা সমিটি খন সভাপতি মাননীয় শ্ৰীযুত হেৰাম্ব অধিকাৰী আৰু সাধাৰন সম্পাদক মাননীয় শ্ৰী যুত মহেন্দ্ৰ বৰ্মন ডাঙৰীয়াৰ লগতে অন‍্যান‍্য সদস‍্য সদস‍্যা সকলক লৈ এখনি ৩১ জনীয়া পূর্ণাঙ্গ সমিটি গঠন কৰা হয় । এই সভাত সভাপতিত্ব কৰে জিলাৰ কাৰ্যকৰী সভাপতি বিমল ৰায় ডাঙৰীয়ায় ।

#বঙাইগাও #দেৱদাৰুনগৰীঅভয়াপুৰী #জয়কোচৰাজবংশী #জয়কামতাপুৰ #জয়ৰাজবংশী #উত্তরদিনাজপুররাজবংশী #কমতাপুৰ

08/08/2026

যোৱাকালি বৰপাৰাৰ হোটেল চি কে ত কোচৰাজবংশী কালচাৰেল চ’ছাইটিৰ বঙাইগাও জিলাৰ এখনি কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হৈ যায় ।

#বঙাইগাও #জয়কোচৰাজবংশী #জয়কামতাপুৰ #জয়ৰাজবংশী #উত্তরদিনাজপুররাজবংশী #কমতাপুৰ

23/06/2026

✌️👍

02/04/2026

Full video Link
https://youtu.be/I8KawqrCj2o?si=YdwZWuVEbvSkN-Hu
"পাগল মন"
কোচৰাজবংশী মিউজিক ভিডিঅ

#বঙাইগাও #জয়কমতাপুৰ #জয়কোচৰাজবংশী #জয়কামতাপুৰ #জয়ৰাজবংশী #উত্তরদিনাজপুররাজবংশী #কমতাপুৰ

Address

Bongaigaon
783380

Website

Alerts

Be the first to know and let us send you an email when Koch Rajbongshir Parichay posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share