Imu Explores

Imu Explores ✈️ Travel | 🌍 Exploration | 🎥 Bangla Vlogs
Exploring the world one place at a time – in Bangla!

03/03/2026
16/10/2025

জুবিন গাৰ্গৰ ন্যায় বিচাৰো! 🎶

অসমর মাটিত জন্ম লৈ যি গানেৰে লাখো অসমীয়াৰ হৃদয় জয় কৰিছিল, সেইজনেই আজি অন্যায়ৰ সন্মুখীন হ’ব লাগিছে!

জুবিন গাৰ্গ কেৱল এজন গায়ক নহয়, তেওঁ অসমীয়া চিনাকীৰ প্ৰতীক — আমাৰ গৌৰৱৰ এক অংশ।

কিন্তু চৰকাৰৰ নিৰৱতা আৰু স্বাৰ্থৰ ৰাজনীতিৰে আজি জুবিনৰ ওপৰত অন্যায় চলি আছে।

শিল্পী এজনক চুপ কৰাই দেশ-জাতিক চুপ কৰোৱা সমান!

আমাৰ প্ৰশ্ন — চৰকাৰে কিয় চুপ?

একজন শিল্পীৰ ন্যায় বিচাৰ কেনেকৈ এতিয়া ৰাজনীতিৰ ওচৰত ঠেক খাইছে?

জুবিনৰ ন্যায় বিচাৰক — এইটো কেৱল এজন শিল্পীৰ বাবে নহয়, অসমীয়া সংস্কৃতিৰ সন্মানৰ বাবে! 🙏💔

(ইমৰান হুছেইন)

Address

Village Abadi
Bongaigaon
12R

Alerts

Be the first to know and let us send you an email when Imu Explores posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Imu Explores:

Share