Siraj Foundation

Siraj Foundation Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Siraj Foundation, Non-Governmental Organization (NGO), Bongaigaon.

15/08/2024

স্বাধীনতা দিৱস উদযাপন উপলক্ষে জামিয়া ছিৰাজুল উলূম (একাডেমী) বালাপাৰা -ত পতাকা উত্তোলন কৰাৰ মুহূৰ্ত!

কাইলৈ অৰ্থাৎ ২০ এপ্ৰিল (শণিবাৰ) ২০২৪ ইং তাৰিখে শুভ উদ্বোধন আৰু পাঠদানৰ শুভাৰম্ভণি হ'বলৈ গৈ আছে। পাঠদানৰ শুভাৰম্ভণি কৰিব ...
19/04/2024

কাইলৈ অৰ্থাৎ ২০ এপ্ৰিল (শণিবাৰ) ২০২৪ ইং তাৰিখে শুভ উদ্বোধন আৰু পাঠদানৰ শুভাৰম্ভণি হ'বলৈ গৈ আছে। পাঠদানৰ শুভাৰম্ভণি কৰিব বিশিষ্ট আলিমে দ্বীন, দাৰুল উলূম বাঁশকান্দী (কাছাৰ) মাদ্ৰাছাৰ প্ৰাক্তন হাদীছ প্ৰবক্তা তথা গোৱালপাৰাস্থিত মাৰ্কাজ একাডেমীৰ উপ সঞ্চালক, মুফাক্কিৰে ইছলাম হজৰত মাওলানা মুফতী ছা'দ উদ্দিন কাছিমী চাহাব। সকলোৰে দোৱা-আশীৰ্বাদ বিচাৰিছোঁ।

10/04/2024
20/03/2024

কাইলৈ আৰম্ভ হ'বলগীয়া উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ চূড়ান্ত পৰীক্ষাৰ সমূহ পৰীক্ষাৰ্থীলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ।

03/03/2024

#ছিৰাজ_ফাউণ্ডেচনৰ_তত্বাৱধানত_অনলাইন_মাধ্যমত_হৈ_যোৱা_পৱিত্ৰ_কোৰআন_পাঠ_প্ৰতিযোগিতাৰ_ফলাফল-

্থান: আব্দুৰ ৰেজ্জাক, বয়স ১২ বছৰ (বঙাইগাঁও)

#২য়_স্থান: ছুহেইল আখতাৰ, বয়স ১১ বছৰ (ধুবুৰী)

#৩য়_স্থান: মিৰাজুল হক, বয়স ১০ বছৰ (বঙাইগাঁও)

ধন্যবাদেৰে-
কৰ্তৃপক্ষ, ছিৰাজ ফাউণ্ডেচন

29/02/2024

ছিৰাজ ফাউণ্ডেচনৰ তত্বাৱধানত, ২০২৫ বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া ছাত্ৰ ছাত্ৰী সকলৰ ইংৰাজী বিষয়ত দক্ষতা বঢ়োৱাৰ উদ্দেশ্যে " ইংৰাজী দক্ষতা বিকাশ পৰীক্ষা" নামৰ এক পৰীক্ষাৰ আয়োজন কৰা হ'বলৈ গৈ আছে। প্ৰথম পুৰস্কাৰ হ'ব - ২০০০০ টকা।

27/02/2024

ছিৰাজ ফাউণ্ডেচনৰ তত্বাৱধানত অনলাইন মাধ্যমত পৱিত্ৰ কোৰআন পাঠ প্ৰতিযোগিতা উপলক্ষে জমা হোৱা ভিডিঅসমূহ আমাৰ সন্মানীয় বিচাৰকবৃন্দই বিচাৰ কৰি আছে। অহা ৩ মাৰ্চ ২০২৪ ইং তাৰিখে পুৱা ১১ বজাত ফলাফল ঘোষণা কৰা হ'ব।

16/02/2024

কাইলৈ আৰম্ভ হ'বলগীয়া সদৌ অসম তানজিমে মাদাৰিছে কৌমিয়া আৰু সদৌ অসম তা'লিমী তৰক্কী বৰ্ডৰ অন্তৰ্গত কৌমী মাদ্ৰাছা সমূহৰ চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া ছাত্ৰ সকললৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আল্লাহ তাআলাই সকলোকে কামিয়াব কৰক।

16/02/2024

I would like to extend my heartfelt blessings to the students of Assam who are going to sit for the HSLC Examination 2024 starting today. May Allah grant everyone the ability to achieve the desired results

11/02/2024

I would like to extend my heartfelt blessings to the students of Assam who are going to sit for the Higher Secondary Final Examination starting tomorrow. May Allah grant everyone the ability to achieve the desired results.

ভিডিঅ জমা দিয়াৰ সময় ১৬ ফেব্ৰুৱাৰী ২০২৪ ইং তাৰিখলৈ বৃদ্ধি কৰা হৈছে।
09/02/2024

ভিডিঅ জমা দিয়াৰ সময় ১৬ ফেব্ৰুৱাৰী ২০২৪ ইং তাৰিখলৈ বৃদ্ধি কৰা হৈছে।

ভিডিঅ জমা হৈ আছে। ভিডিঅ জমা দিয়াৰ অন্তিম সময় ১০ ফেব্ৰুৱাৰী ২০২৪ ইং। উপযুক্ত প্ৰতিযোগী থাকিলে পলম নকৰি ভিডিঅ জমা কৰিবলৈ...
26/01/2024

ভিডিঅ জমা হৈ আছে। ভিডিঅ জমা দিয়াৰ অন্তিম সময় ১০ ফেব্ৰুৱাৰী ২০২৪ ইং। উপযুক্ত প্ৰতিযোগী থাকিলে পলম নকৰি ভিডিঅ জমা কৰিবলৈ আহ্বান কৰিছোঁ। অসমৰ যিকোনো জিলাৰ স্কুল, মক্তব, মাদ্ৰাছাৰ ছাত্ৰই অংশগ্ৰহণ কৰিব পাৰিব।

Address

Bongaigaon
783388

Telephone

+919706757636

Website

Alerts

Be the first to know and let us send you an email when Siraj Foundation posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share