ABVP Golaghat District

ABVP Golaghat District Official page Of ABVP Golaghat District

04/08/2026

ছত্তীছগঢ়ৰ আম্মিকাপুৰত অনুষ্ঠিত CBSE ৰ হেণ্ডবল প্ৰতিযোগিতাত পূব ক্ষেত্ৰৰ দলৰ হৈ অংশগ্ৰহণ এবিভিপি গোলাঘাট জিলাৰ জিলা প্ৰম...
02/08/2026

ছত্তীছগঢ়ৰ আম্মিকাপুৰত অনুষ্ঠিত CBSE ৰ হেণ্ডবল প্ৰতিযোগিতাত পূব ক্ষেত্ৰৰ দলৰ হৈ অংশগ্ৰহণ এবিভিপি গোলাঘাট জিলাৰ জিলা প্ৰমুখ ড⁰ বিশ্বজ্যোতি দল ছাৰ কন্যাক আন্তৰিক অভিনন্দন তথা শুভকামনা জ্ঞাপন কৰিলোঁ।

কীৰ্তিমান সকলক সম্বৰ্ধনা জনোৱা কিছু দৃশ্যাংশ।
02/08/2026

কীৰ্তিমান সকলক সম্বৰ্ধনা জনোৱা কিছু দৃশ্যাংশ।

ভাৰতবৰ্ষলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হোৱা অসম কন্যা তথা গোলাঘাটৰ সুকন্যা লাভলীনা বৰগোহাঁইয়ে কমনৱেলথ গেমছত “মুষ্টিযুদ্ধ...
02/08/2026

ভাৰতবৰ্ষলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হোৱা অসম কন্যা তথা গোলাঘাটৰ সুকন্যা লাভলীনা বৰগোহাঁইয়ে কমনৱেলথ গেমছত “মুষ্টিযুদ্ধত” ৰূপৰ পদক অৰ্জন কৰাত আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ।

অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ গোলাঘাট নগৰ শাখাৰ উদ্যোগত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা...
14/07/2026

অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ গোলাঘাট নগৰ শাখাৰ উদ্যোগত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰী সকলৰ সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকে জিলা প্ৰমুখ ড⁰ বিশ্বজ্যোতি দলে ছাৰ।

অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ গোলাঘাট নগৰ শাখাৰ উদ্যোগত ৭৮ তম্ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি হেমপ্ৰভা বৰবৰা ছোৱালী মহাব...
13/07/2026

অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ গোলাঘাট নগৰ শাখাৰ উদ্যোগত ৭৮ তম্ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি হেমপ্ৰভা বৰবৰা ছোৱালী মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰী সকলৰ সম্বৰ্ধনা অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে এ.পি.এছ / উপ-আৰক্ষী অধীক্ষক মানবেন্দ্ৰ দাস ডাঙৰীয়া।

অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ গোলাঘাট জিলাৰ নগৰ শাখা সমূ্হৰ উদ্যোগত ৰাষ্ট্ৰীয় বিদ্যাৰ্থী দিৱস উপলক্ষে ০৬ জুলাই তাৰিখৰ প...
04/07/2026

অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ গোলাঘাট জিলাৰ নগৰ শাখা সমূ্হৰ উদ্যোগত ৰাষ্ট্ৰীয় বিদ্যাৰ্থী দিৱস উপলক্ষে ০৬ জুলাই তাৰিখৰ পৰা ১২ জুলাই তাৰিখলৈকে বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে।

যুৱ সমাজৰ প্ৰেৰণা, আদৰ্শ প্ৰখৰ ৰাষ্ট্ৰীয়তাবাদী মহান মণিষী স্বামী বিবেকানন্দ দেৱৰ পুণ্য তিথিত সশ্ৰদ্ধ প্ৰণিপাত।
04/07/2026

যুৱ সমাজৰ প্ৰেৰণা, আদৰ্শ প্ৰখৰ ৰাষ্ট্ৰীয়তাবাদী মহান মণিষী স্বামী বিবেকানন্দ দেৱৰ পুণ্য তিথিত সশ্ৰদ্ধ প্ৰণিপাত।

অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ , গোলাঘাট জিলাৰ পুনৰ ”জিলা প্ৰমুখ ” হিচাপে নিযুক্তি লাভ কৰা ড⁰ বিশ্বজ্যোতি দলে Biswajyoti ...
30/06/2026

অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ , গোলাঘাট জিলাৰ পুনৰ ”জিলা প্ৰমুখ ” হিচাপে নিযুক্তি লাভ কৰা ড⁰ বিশ্বজ্যোতি দলে Biswajyoti Doley আৰু নৱ-নিযুক্ত “জিলা সংযোজক” বিবেক গায়নলৈ Bibek Gayan অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ গোলাঘাট জিলাৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন তথা শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

🎉

Address

Commerce College Road
Golaghat
785621

Alerts

Be the first to know and let us send you an email when ABVP Golaghat District posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share