03/10/2026
কাকডোঙা #দলৈ_গাঁৱৰ নিৱাসী নিলমণী বৰদলৈ পত্নী দীপালি দেৱী ৰোগত আক্ৰান্ত হোৱা খবৰ ল'ব বাবে উদ্যমৰ প্ৰতিনিধি হিচাপে Probin Kr Borah উপস্থিত হোৱাৰ লগতে উদ্যম পৰা চিকিৎসাৰ সুবিধাৰ্থে পৰিয়ালৰ হাতত আৰ্থিক সাহায্য আগবঢ়োৱা হয়।
দুৰ্ভাগ্য আমাৰ মাজৰ পৰা কালি দীপালি দেৱী ইহলীলা সম্বৰণ কৰে।
Himanta Biswa Sarma
District Administration, Golaghat