01/09/2026
আজি শ্ৰীশ্ৰী মাধৱদেৱ গুৰুজনাৰ তিৰোভাৱ তিথি
গুৰুজনাৰ অমৰ সৃষ্টি “নামঘোষা” আৰু “বৰগীত”ৰ দ্বাৰা অসমৰ সমাজজীৱন সমৃদ্ধ হৈছে৷ শ্ৰীশ্ৰী শংকৰদেৱ গুৰুজনাৰ পিছতেই শ্ৰীশ্ৰী মাধৱদেৱ গুৰুজনাৰ আদৰ্শ আৰু অমৰ সৃষ্টিৰ জৰিয়তে অসমীয়া জাতি আগুৱাই যাব৷
গুৰুজনালৈ সেৱা জনাইছোঁ।