27/08/2026
ধেমাজি জিলাৰ আগশাৰী মহাবিদ্যালয় হিচাপে খ্যাত *ধেমাজি মহাবিদ্যালয়ৰ* ছাত্ৰ একতা সভাৰ বাবে মনোনয়ন দাখিল কৰা *TMPKৰ* মনোনীত সকলো কেইগৰাকী প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দিতাৰে বিজয়ী হৈছে। অহা ০৩ চেপ্তেম্বৰ ২০২৬ তাৰিখে অনুষ্ঠিত হ'ব লগা নিৰ্বাচনৰ আগতে বিজয়ী প্ৰাৰ্থী সকল-
*সভাপতি* - মিগাং পাৰ্থপ্ৰতিম টাইড
*বহিঃ ক্ৰীড়া সম্পাদক* - মিগাং ভাইটি দলে
*আভ্যন্তৰীণ ক্ৰীড়া সম্পাদক* - মিগাং মাৰ্ক মিলি
*জিমনেচিয়াম* - মিমে লক্ষীশ্ৰী নৰহ
*ছাত্ৰ জিৰণি* চ'ৰা - মিগাং জয়সিং দলে
আটাইলৈ সংগ্ৰামী অভিনন্দন জনাইছোঁ।
Tilak Doley
Shaan Do Nyi Panggíng
Takam Mising Porin Kébang - TMPK All Mising Students' Union