TMPK Majuli District Committee

  • Home
  • TMPK Majuli District Committee

TMPK Majuli District Committee Takam Mising Porin Kébang (All Mising Students' Union) Majuli District Committee

আজিৰ শুভ বাৰ্তা:     আজি TMPK, ৰঙাচাহী মহাবিদ্যালয় শাখা সমিতিৰ সাধাৰণ অধিবেশন অনুষ্ঠিত হয়। আজিৰ সভাত পূৰ্বৰ ২০২৫-২৬ বৰ...
08/09/2026

আজিৰ শুভ বাৰ্তা:
আজি TMPK, ৰঙাচাহী মহাবিদ্যালয় শাখা সমিতিৰ সাধাৰণ অধিবেশন অনুষ্ঠিত হয়। আজিৰ সভাত পূৰ্বৰ ২০২৫-২৬ বৰ্ষৰ সমিতিখন ভংগ কৰি নতুন সমিতি গঠন কৰা হয়। এই নতুন সমিতিৰ সমূহ সদস্য-সদস্যা নেতৃবৃন্দক TMPK মাজুলী জিলা সমিতিৰ তৰপৰ পৰা আন্তৰিক শুভেচ্ছা-অভিনন্দন জনালোঁ।

এই আজিৰ গুৰুত্বপূৰ্ণ সভাত উপস্থিত থাকে TMPK কেন্দ্ৰীয় সমিতিৰ তথ্য-প্ৰযুক্তি আৰু সামাজিক-মাধ্যম কোষৰ সদস্য Migang Pegu আৰু Monuranjan Narah মাজুলী জিলা সমিতিৰ উপ সভাপতি Dilip Gam ডাঙৰীয়া, যুটীয়া সম্পাদক ডাঙৰীয়া, শিক্ষা কোষৰ আহ্বায়ক Sanjib Chirang , তথ্য প্ৰযুক্তি আৰু সামাজিক মাধ্যম কোষৰ আহ্বায়ক Liyard Pratim Regan আৰু সন্মানীয় শীৰ্ষ জিলা নেতৃবৃন্দ।

✊

TMPK, Rangachahi College Unit
Takam Mising Porin Kébang - TMPK All Mising Students' Union
Tilak Doley
Shaan Do Nyi Panggíng
Prabitra Patir
Hemanta Mili

১৯৮৫ পৰা এতিয়ালৈকে TMPK মাজুলী জিলা সমিতিৰ সভাপতি আৰু সম্পাদক সকল ।
04/07/2026

১৯৮৫ পৰা এতিয়ালৈকে TMPK মাজুলী জিলা সমিতিৰ সভাপতি আৰু সম্পাদক সকল ।

 #নামনি_জকাইবোৱা_আঞ্চলিকৰ ১৩ তম TMPK, ১০ তম MMK আৰু ৯ তম TMMK ত্ৰি-বাৰ্ষিক অধিবেশন উপলক্ষে কুলামূৱা হামিং ৱাৰ্ড খেলপথাৰত...
01/06/2026

#নামনি_জকাইবোৱা_আঞ্চলিকৰ ১৩ তম TMPK, ১০ তম MMK আৰু ৯ তম TMMK ত্ৰি-বাৰ্ষিক অধিবেশন উপলক্ষে কুলামূৱা হামিং ৱাৰ্ড খেলপথাৰত নৱগঠিত সমিতিৰ সকলো বিষয়ববীয়ালৈ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

TMPK ৰ সভাপতি হিচাপে শ্ৰী জ্যোতিপ্ৰসাদ দলে ডাঙৰীয়া, সম্পাদক হিচাপে শ্ৰী ৰাহুল মিলি, MMK ৰ সভাপতি হিচাপে শ্ৰী পূণ্যোশ্বৰ দলে, সম্পাদক হিচাপে শ্ৰী জয়কান্ত মিলি আৰু TMMK ৰ সভানেত্ৰী হিচাপে শ্ৰীমতী পূণ্যৱতী মিলি তথা সম্পাদিকা হিচাপে শ্ৰীমতী সংগীতা পেগুক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ।

আপোনালোকৰ নেতৃত্বত নামনি জকাইবোৱা আঞ্চলিকত জাতীয় ঐক্য, সামাজিক উন্নয়ন, সাংস্কৃতিক বিকাশ আৰু সংগঠনৰ ভেটি অধিক শক্তিশালী হোৱাৰ লগতে সমাজৰ সৰ্বাঙ্গীন কল্যাণ সাধন হ’ব বুলি দৃঢ় বিশ্বাস ৰাখিলোঁ।

সংগ্ৰামী অভিনন্দনসহ শুভকামনা জ্ঞাপন কৰিলোঁ।

Tilak Doley
Shaan Do Nyi Panggíng
Prabitra Patir
Hemanta Mili
Takam Mising Porin Kébang - TMPK All Mising Students' Union

১৯৯৫ চনৰ ২১ এপ্রিল তাৰিখে মিচিং জাতিৰ প্ৰাপ্য অধিকাৰৰ বাবে আত্মবলিদান দিয়া জাতীয় বীৰ শ্বহীদ বগা মেদক, নৰেশ টাইদ আৰু অঞ্...
21/04/2026

১৯৯৫ চনৰ ২১ এপ্রিল তাৰিখে মিচিং জাতিৰ প্ৰাপ্য অধিকাৰৰ বাবে আত্মবলিদান দিয়া জাতীয় বীৰ শ্বহীদ বগা মেদক, নৰেশ টাইদ আৰু অঞ্জনা পেগুক শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ।

Takam Mising Porin Kébang - TMPK All Mising Students' Union
Tilak Doley
Shaan Do Nyi Panggíng

10/03/2026

আজিৰ অনুষ্ঠিত অসম কেবিনেট বৈঠকত আলি আ:য়ে লৃগাংৰ উপলক্ষে ৰাজ্যিক বন্ধ ঘোষণা কৰাৰ সিদ্ধান্ত লোৱা হৈছে। এই সিদ্ধান্ত মিচিং জনগোষ্ঠীৰ কৃষ্টি-সংস্কৃতি আৰু পৰম্পৰাক সন্মান জনোৱাৰ এক উল্লেখযোগ্য পদক্ষেপ।
এই গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ বাবে অসম চৰকাৰ আৰু মাননীয় মুখ্যমন্ত্ৰী Himanta Biswa Sarma ডাঙৰীয়াক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনালোঁ। তেখেতৰ নেতৃত্বত ৰাজ্যৰ বিভিন্ন জনগোষ্ঠীৰ উৎসৱ, সংস্কৃতি আৰু পৰম্পৰাক যি মৰ্যাদা দিয়া হৈছে, সেয়া সত্যিই প্ৰশংসনীয়।
Mising Réngam Írroi! 🎉🎉

Address

Jengraimukh

Website

Alerts

Be the first to know and let us send you an email when TMPK Majuli District Committee posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to TMPK Majuli District Committee:

Shortcuts

  • Want your organization to be the top-listed non profit organization?

Share