20/09/2026
🛑শ্ৰী শ্ৰী বালিলেছা কালী মন্দিৰ পৰিচালনা সমিতিৰ উদ্যোগত
হেল্পিংহেণ্ড সংস্থা আৰু ৱাৰিৱৰ্চ নলবাৰী জিলা সমিতিৰ তত্বাৱধানত
অসম কেন্সাৰ কেয়াৰ ফাউণ্ডেশ্যন, বৰপেটা কৰ্কট কেন্দ্ৰ, নলবাৰী COP Team আৰু নলবাৰী জিলা স্বাস্থ্য বিভাগৰ সহযোগত
#বিনামূলীয়া_স্বাস্থ্য_পৰীক্ষা_শিবিৰ
💫 #নিৰোগী দেহ, #সুস্থ জীৱন, #সুন্দৰ ভৱিষ্যৎ
🛑শিবিৰত উপলব্ধ সেৱাসমূহ—
🛑সাধাৰণ স্বাস্থ্য পৰীক্ষা
🛑কেন্সাৰ সম্পৰ্কীয় পৰামৰ্শ আৰু স্ক্ৰীনিং
🛑ৰক্তচাপ আৰু ডায়েবেটিছৰ পৰীক্ষা
🛑শ্বাস-প্ৰশ্বাসজনিত সমস্যা পৰীক্ষা
🛑পাচন তন্ত্ৰৰ পৰীক্ষা
📌মহিলা স্বাস্থ্য পৰীক্ষা আৰু পৰামৰ্শ
📌চকু চিকিৎসা সেৱা
📌বিশেষজ্ঞ চিকিৎসকৰ পৰামৰ্শ
তাৰিখ:২১ ছেপ্টেম্বৰ, ২০২৬ (সোমবাৰ)
স্থান:বালিলেছা কালী মন্দিৰপ্ৰাংগণ, নলবাৰী
সময়:দিনৰ ১০:৩০ বজাৰ পৰা ২ বজালৈ
যোগাযোগ:
6001120136 / 8099651642 / 7635901139 / 8822353092