Assamese SYED Welfare TRUST

Assamese SYED Welfare TRUST MAIN OBJECTIVES OF THE TRUST:


1. Providing financial assistance for feeding the poor directly or through other institutions

2.

To publish and distribute books, magazines, newsletters, journals for the upliftment of Assam.

3. To do activities for the welfare of any community in general including weaker section of the Society. To fulfill this object, activities including but not limited to blood donation, ambulance facility, awareness programs, exchange of study materials, distribution of relief materials will be carried out.

30/03/2026
30/01/2026

শিৱসাগৰত প্ৰীতি চুতীয়া দুৱৰা আৰু সংগীবৃন্দৰ দিহা নাম পৰিবেশন ✨
অসমীয়া চৈয়দ কল্যাণ ন্যাসৰ ষষ্ঠ বৰ্ষপূৰ্তিত

30/01/2026

শিৱসাগৰত জিকিৰ গীতৰ প্ৰথম CCRT (Centre for Cultural Resources and Training), সংস্কৃতি মন্ত্ৰালয়, ভাৰত চৰকাৰৰ বৃত্তি প্ৰাপক চৈয়দা নাবিহা ৰহমান আৰু সংগীবৃন্দৰ জিকিৰ গীত পৰিবেশন ✨
অসমীয়া চৈয়দ কল্যাণ ন্যাসৰ ষষ্ঠ বৰ্ষপূৰ্তিত

30/01/2026

শিৱসাগৰত জিকিৰ–জাৰীৰ চিৰসেউজ ওজা মস্তুফা আলী আৰু সংগীবৃন্দৰ জিকিৰ পৰিবেশন ✨
অসমীয়া চৈয়দ কল্যাণ ন্যাসৰ ষষ্ঠ বৰ্ষপূৰ্তিত

পঢ়িব
21/11/2025

পঢ়িব

শিৱসাগৰ বনিয়াবাৰীৰ মঃ মোজাদিদ আলিয়ে শিলচৰ চৰকাৰী দন্ত চিকিৎসা  মহাবিদ্যায়ত অধ্যয়নৰ কাৰণে বাছনিভূক্ত হোৱাৰ বাবে অসমীয়া চৈ...
05/11/2025

শিৱসাগৰ বনিয়াবাৰীৰ মঃ মোজাদিদ আলিয়ে শিলচৰ চৰকাৰী দন্ত চিকিৎসা মহাবিদ্যায়ত অধ্যয়নৰ কাৰণে বাছনিভূক্ত হোৱাৰ বাবে অসমীয়া চৈয়দ কল্যাণ ন্যাসৰ শিৱসাগৰ আৰু চৰাইদেউ জিলা সমিতিয়ে অভিনন্দন জ্ঞাপন কৰে

শিৱসাগৰ মৰনৈকিনাৰৰ নাজমিন বেগমক NEET পৰীক্ষাত উত্তীৰ্ণ হৈ তিনিচুকীয়া মেডিকেল কলেজত নামভৰ্তি কৰাৰ বাবে অসমীয়া চৈয়দ কল্যাণ...
17/09/2025

শিৱসাগৰ মৰনৈকিনাৰৰ নাজমিন বেগমক NEET পৰীক্ষাত উত্তীৰ্ণ হৈ তিনিচুকীয়া মেডিকেল কলেজত নামভৰ্তি কৰাৰ বাবে অসমীয়া চৈয়দ কল্যাণ ন্যাসৰ শিৱসাগৰ আৰু চৰাইদেউ জিলা সমিতিয়ে অভিনন্দন জ্ঞাপন কৰে

16/09/2025
05/09/2025

গুৱাহাটীৰ কটন কলেজিয়েট চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধক্ষ্যা তথা ২০০৪ চনৰ প্ৰাদেশিক পুৰস্কাৰ বিজেতা চৈয়দা হুছেইন আৰা বেগম ডাঙৰীয়ানীক শিক্ষক দিৱস উপলক্ষে অসম সাহিত্য সভাৰ ফালৰ পৰা “গুৰু প্ৰণাম” অনুষ্ঠানত সন্মান জ্ঞাপন 🙏📖✨

Address

Assam
Sibsagar
785640

Website

Alerts

Be the first to know and let us send you an email when Assamese SYED Welfare TRUST posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Assamese SYED Welfare TRUST:

Share