Doi Patkai- A Society for Revival of Tai-Ahom Language, Culture & Heritage

  • Home
  • India
  • Dibrugarh
  • Doi Patkai- A Society for Revival of Tai-Ahom Language, Culture & Heritage

Doi Patkai- A Society for Revival of Tai-Ahom Language, Culture & Heritage Doi-Paat-Kai is a Tai Ahom revival society committed to the restoration and preservation of our long-lost Tai heritage in its most authentic and accurate form.

On behalf of Doi-Patkai Society, we extend our heartfelt birthday wishes to our Chief Advisor, Dr. Thanapat Choomplosil,...
10/08/2026

On behalf of Doi-Patkai Society, we extend our heartfelt birthday wishes to our Chief Advisor, Dr. Thanapat Choomplosil, Thailand.

On this special occasion, we express our deepest gratitude for his valuable guidance, wisdom, and continued support towards our efforts to preserve and promote the history, culture, language, traditions, and identity of the Tai people.

Dr. Thanapat Choomplosil holds a particularly special place in the journey of Doi-Patkai Society. The name “DOI-PATKAI” was named by him, giving our society a meaningful identity that represents our shared heritage and the cultural connection among the Tai communities.

We are deeply honoured to have his guidance and association with our society. His knowledge, encouragement, and friendship continue to inspire us in our work for the preservation and promotion of our shared Tai heritage.

On this auspicious day, we wish him good health, happiness, longevity, peace, and continued success.

May his journey ahead be filled with wisdom, fulfilment, and many more meaningful contributions towards the Tai world.

Warmest Birthday Wishes, Dr. Thanapat Choompolsil !
🙏🎂

With deepest respect,
DOI-PATKAI SOCIETY
Our Heritage • Our Identity • Our Responsibility

05/08/2026

৫ আগষ্ট, ১৬৬৯ — আলাবৈৰ পবিত্ৰ ভূমিত ৰচিত হৈছিল অসম বুৰঞ্জীৰ এক অমৰ ৰণগাথা।

আজিৰ এই ঐতিহাসিক দিনটোত উত্তৰ গুৱাহাটীৰ আলাবৈ পাহাৰত আহোম সেনা আৰু মোগল বাহিনীৰ মাজত সংঘটিত হৈছিল ইতিহাসপ্ৰসিদ্ধ আলাবৈৰ ৰণ। এই ভয়ংকৰ যুদ্ধত প্ৰায় ১০ হাজাৰ আহোম বীৰ যোদ্ধাই মাতৃভূমিৰ সুৰক্ষা আৰু স্বাধীনতাৰ বাবে অসীম সাহসিকতাৰে যুঁজ দি একেদিনাই আত্মবলিদান দিছিল।

তেওঁলোকৰ এই অতুলনীয় ত্যাগ, সাহস আৰু দেশপ্ৰেম অসমৰ ইতিহাসত চিৰস্মৰণীয় হৈ ৰ’ব। এই আত্মবলিদানেই অসমীয়া জাতিৰ আত্মমৰ্যাদা, ঐক্য আৰু স্বাভিমানৰ এক অম্লান প্ৰতীক।

আজিৰ এই পবিত্ৰ দিনটোত আমি আলাবৈৰ সেই ১০ হাজাৰ অমৰ বীৰ শ্বহীদৰ প্ৰতি গভীৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ। তেওঁলোকৰ ত্যাগ আৰু আদৰ্শে আগন্তুক প্ৰজন্মক সদায় দেশপ্ৰেম, সাহস আৰু আত্মোৎসৰ্গৰ প্ৰেৰণাৰে উদ্বুদ্ধ কৰি ৰাখিব।

আলাবৈৰ ১০ হাজাৰ অমৰ শ্বহীদ বীৰক সশ্ৰদ্ধ প্ৰণাম আৰু গভীৰ শ্ৰদ্ধাঞ্জলি।

🎥 Video Courtesy: Hon'ble Dr. Himanta Biswa Sarma

DOI PATKAI SOCIETY ASSAMFLOOD CLEAN-UP DRIVETODAY WE STAND WITH FLOOD-AFFECTED FAMILIES📅 Today | 4 August 2026 (Tuesday)...
04/08/2026

DOI PATKAI SOCIETY ASSAM

FLOOD CLEAN-UP DRIVE

TODAY WE STAND WITH FLOOD-AFFECTED FAMILIES

📅 Today | 4 August 2026 (Tuesday)

Today, our journey continues.

A dedicated team of volunteers from DOI PATKAI SOCIETY ASSAM is heading to flood-affected areas to help families clean their homes and begin rebuilding their lives.

Our mission today:

🧹 Clean mud-filled homes
🏠 Restore living spaces
🤝 Stand beside families in their time of need
❤️ Bring hope through service

Every home we clean is a step towards restoring dignity, hope, and a fresh beginning.

Together, We Clean. Together, We Rebuild. Together, We Rise.

Serving Humanity with Compassion & Commitment. ❤️

🤝 TOGETHER, WE RISE. TOGETHER, WE REBUILD.The floods have washed away homes, livelihoods, and countless dreams. Yet, eve...
01/08/2026

🤝 TOGETHER, WE RISE. TOGETHER, WE REBUILD.

The floods have washed away homes, livelihoods, and countless dreams. Yet, even in the darkest moments, one thing remains stronger than ever—humanity.

The volunteers of DOI PATKAI SOCIETY have been standing alongside flood-affected families, delivering essential relief supplies and offering support where it is needed most. Every visit reminds us that compassion can restore hope.

We extend our heartfelt gratitude to every donor, volunteer, and well-wisher who has stood with us during this mission. Your generosity is making a real difference in the lives of countless families.

Our mission is far from over. We remain committed to reaching those in need and helping communities recover with dignity and hope.

Together, we can rebuild lives. Together, we can rebuild Assam. ❤️

DOI PATKAI SOCIETY (NGO)-ৰ উদ্যোগতবানপীড়িত পৰিয়ালসমূহৰ বাবে “১০টা পৰিয়ালৰ বাবে ১০টা বাঁহৰ ঘৰ” নিৰ্মাণৰ এক মানৱীয় অভিযান...
29/07/2026

DOI PATKAI SOCIETY (NGO)-ৰ উদ্যোগত
বানপীড়িত পৰিয়ালসমূহৰ বাবে “১০টা পৰিয়ালৰ বাবে ১০টা বাঁহৰ ঘৰ” নিৰ্মাণৰ এক মানৱীয় অভিযান আৰম্ভ কৰা হৈছে।

এইটো কেৱল আৰম্ভণিহে। যদি ৰাইজৰ সহযোগিতা আৰু আশীৰ্বাদ পাওঁ, তেন্তে আমি ১০টাত সীমাবদ্ধ নাথাকি ইয়াতকৈও অধিক পৰিয়ালৰ বাবে ঘৰ নিৰ্মাণ কৰিবলৈ আন্তৰিকভাৱে চেষ্টা কৰিম। কিন্তু প্ৰথম পদক্ষেপ হিচাপে আমি ১০টা ঘৰ নিৰ্মাণৰ লক্ষ্য লৈ আগবাঢ়িছোঁ।

আপোনাৰ যিকোনো সৰু সহযোগিতাই এখন পৰিয়ালৰ বাবে নতুন জীৱনৰ আৰম্ভণি হ'ব পাৰে।

আহক, একেলগে মানুহৰ কাষত থিয় হওঁ। মানুহে মানুহৰ বাবে। ❤️

An Initiative by DOI PATKAI SOCIETY (NGO)

DOI PATKAI SOCIETY has launched a humanitarian mission to build 10 bamboo homes for 10 flood-affected families.

This is just the beginning. With the support and blessings of the people, we will strive to build even more homes beyond our initial target of 10. As our first step, however, we are committed to building these 10 homes for families who have lost everything.

Every contribution, no matter how small, can help restore hope, dignity, and a safe place to call home.

Together, let's rebuild lives—because humanity grows stronger when we stand for one another. ❤️

29/07/2026

মানুহে মানুহৰ বাবে। ❤️

আজিৰ এই কঠিন সময়ত বানপীড়িত মানুহৰ মুখত হাঁহি ঘূৰাই আনিবলৈ আমাৰ সকলোৰে অলপ অলপ সহায়েই যথেষ্ট।

জাতি, ধৰ্ম, ভাষা বা পৰিচয়ৰ ঊৰ্ধ্বত উঠি—এই মুহূৰ্তত আটাইতকৈ ডাঙৰ পৰিচয় হৈছে মানৱতা।

আহক, যাৰ যি সামৰ্থ্য আছে সেয়াৰে আগবাঢ়ি আহোঁ। আপোনাৰ এটা সহায় কোনোবা এটা পৰিয়ালৰ বাবে নতুন আশাৰ পোহৰ হ'ব পাৰে।

মানুহে মানুহৰ বাবে।
এই সময়ত এয়াই আমাৰ আটাইতকৈ ডাঙৰ দায়িত্ব।

🤝 DOI PATKAI SOCIETY ASSAM
Serving Humanity, Preserving Heritage.

যোৱাকালি বানপীড়িত অঞ্চললৈ গৈ কিছু পৰিয়ালৰ হাতত সাহায্য সামগ্ৰী তুলি দিব পাৰিলোঁ। কিন্তু তাত গৈ এটা কথাই বাৰে বাৰে অনুভ...
26/07/2026

যোৱাকালি বানপীড়িত অঞ্চললৈ গৈ কিছু পৰিয়ালৰ হাতত সাহায্য সামগ্ৰী তুলি দিব পাৰিলোঁ। কিন্তু তাত গৈ এটা কথাই বাৰে বাৰে অনুভৱ কৰিলোঁ যে এই দুখ কেৱল ছবিত দেখা দুখ নহয়, এয়া বাস্তৱ। বহু মানুহে আজিও নিজৰ ঘৰ-দুৱাৰ হেৰুৱাই অনিশ্চয়তাৰ মাজত দিন পাৰ কৰিছে।

এই মানৱীয় অভিযানত যিসকলে আৰ্থিক সহায়, সাহায্য সামগ্ৰী, সময় অথবা যিকোনো ধৰণে সহায়-সহযোগিতা আগবঢ়ালে, তেওঁলোক সকলোলৈকে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আপোনালোকৰ সহযোগিতাৰ বাবেই আমি অসহায় মানুহৰ কাষত থিয় দিবলৈ সক্ষম হৈছোঁ।

অহাকালি, সোমবাৰে আমি পুনৰ বানপীড়িত অঞ্চললৈ গৈ সাহায্য সামগ্ৰী বিতৰণ কৰিম। যিমানখিনি আৰু যিমান পাৰোঁ আমি কৰি থাকিম৷

যদি আপোনাৰ সামৰ্থ্য আছে, অনুগ্ৰহ কৰি এই মানৱীয় অভিযানত অংশগ্ৰহণ কৰক। আপোনাৰ সৰু সহায়েও এখন পৰিয়াললৈ নতুন আশাৰ পোহৰ কঢ়িয়াই আনিব পাৰে৷

মানুহৰ দুখৰ সময়ত মানুহৰ কাষত থিয় দিয়াই আমাৰ একমাত্ৰ উদ্দেশ্য। সকলোৰে আশীৰ্বাদ আৰু সহযোগিতা আগলৈও একেদৰে থাকিব বুলি আশা কৰিলোঁ। 🙏

— DOI-PATKAI SOCIETY

🌊 বান সাহায্য অভিযান | DOI PATKAI SOCIETY ASSAMবৰ্তমানৰ ভয়ংকৰ বান পৰিস্থিতিত বহু পৰিয়াল অসহায় অৱস্থাত দিন কটাই আছে। এই স...
25/07/2026

🌊 বান সাহায্য অভিযান | DOI PATKAI SOCIETY ASSAM

বৰ্তমানৰ ভয়ংকৰ বান পৰিস্থিতিত বহু পৰিয়াল অসহায় অৱস্থাত দিন কটাই আছে। এই সংকটৰ সময়ত DOI PATKAI SOCIETY ASSAM-এ বানপীড়িত লোকসকলৰ কাষত থিয় দিবলৈ Flood Relief Drive আৰম্ভ কৰিছে।

আপোনালোকৰ যিকোনো সহায়— খাদ্য সামগ্ৰী, খোৱা পানী, কাপোৰ, ঔষধ, অত্যাৱশ্যকীয় সামগ্ৰী অথবা আৰ্থিক অনুদান— এজন অসহায় মানুহৰ জীৱনত আশাৰ পোহৰ কঢ়িয়াই আনিব পাৰে।

📲 দান আগবঢ়াবলৈ পোষ্টত সংযুক্ত QR Code স্কেন কৰক অথবা দিয়া বেংক একাউণ্টলৈ অনুদান প্ৰেৰণ কৰক।

প্ৰতিটো অনুদান মূল্যৱান।
আহক, একেলগে বানপীড়িত লোকসকলৰ কাষত থিয় দিওঁ।

DOI PATKAI SOCIETY ASSAM
Serving Humanity, Preserving Heritage.

Address

Dibrugarh
786001

Alerts

Be the first to know and let us send you an email when Doi Patkai- A Society for Revival of Tai-Ahom Language, Culture & Heritage posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share