AASAA Missamari Regional Committee

AASAA Missamari Regional Committee President- Mr.Prakash Kurmi
Secretary- Mr.Robet Dahanga

07/09/2026
মিছামাৰিৰ গৌৰৱ — পাঁচ বছৰীয়া মাহদিয়া খানম🌟মিছামাৰিৰ পাঁচ বছৰীয়া কণমানি কন্যা মাহদিয়া খানমে আজি ত্ৰিছটা ভাষাত গান গাই...
01/09/2026

মিছামাৰিৰ গৌৰৱ — পাঁচ বছৰীয়া মাহদিয়া খানম🌟

মিছামাৰিৰ পাঁচ বছৰীয়া কণমানি কন্যা মাহদিয়া খানমে আজি ত্ৰিছটা ভাষাত গান গাই নিজৰ অসাধাৰণ প্ৰতিভাৰ পৰিচয় দিছে। এই অনন্য প্ৰতিভাৰ স্বীকৃতি হিচাপে তেওঁ India Book of Records-ত নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে।

তেওঁৰ সৈতে কিছু সময় কথা পাতি তেওঁৰ মনৰ ভাব আৰু সপোনবোৰ বুজিবলৈ চেষ্টা কৰিলোঁ। কণমানিজনীৰ প্ৰতিভা, আত্মবিশ্বাস আৰু সাংস্কৃতিক প্ৰতি থকা আগ্ৰহে আমাক সঁচাকৈয়ে মুগ্ধ কৰিলে।

সদৌ অসম আদিবাসী ছাত্ৰ সন্থা (আছা)তৰফৰ পৰা এখনি আদিবাসী গামোচাৰে সন্মান জনোৱা হয়। কণমানি মাহদিয়া খানমলৈ আন্তৰিক অভিনন্দন, অশেষ মৰম আৰু আশীৰ্বাদ জ্ঞাপন কৰিছোঁ। তেওঁৰ উজ্জ্বল আৰু মংগলময় ভৱিষ্যৎ কামনা কৰিছোঁ।

অনাগত দিনত সাংস্কৃতিক জগতত মিছামাৰি তথা আমাৰ অঞ্চলৰ পৰা এগৰাকী উজ্জ্বল নক্ষত্ৰ হিচাপে মাহদিয়া খানমে জিলিকি উঠক—এয়াই আমাৰ মিছামাৰি অঞ্চলিক সমিতি ( আছা) তৰফৰ পৰা আন্তৰিক কামনা।

তেওঁৰ প্ৰতিভাই দেশ-বিদেশত আমাৰ অঞ্চলৰ নাম উজলাই তোলক।

ধন্যবাদ। 🙏🌸

স্বাধীনতা দিৰসৰ প্ৰাকক্ষণত ৰাজ্যবাসীলৈ সুখবৰ 🇮🇳গৌৰৱৰ খবৰ! অপৰাধ নিয়ন্ত্ৰণ আৰু জনসাধাৰণৰ আস্থা অৰ্জন কৰাৰ বাবে বঙাইগাঁও ...
14/08/2026

স্বাধীনতা দিৰসৰ প্ৰাকক্ষণত ৰাজ্যবাসীলৈ সুখবৰ 🇮🇳

গৌৰৱৰ খবৰ!
অপৰাধ নিয়ন্ত্ৰণ আৰু জনসাধাৰণৰ আস্থা অৰ্জন কৰাৰ বাবে বঙাইগাঁও জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক *শ্ৰী নোমল মাহাতো ডাঙৰীয়া* FEM India-Asia Post Police Captains of India Survey 2026 ত দেশৰ শীৰ্ষ ১০০ গৰাকী আৰক্ষী বিষয়াৰ ভিতৰত স্থান লাভ কৰিছে। 👮‍♂️

আপোনাৰ নিষ্ঠা আৰু কৰ্মদক্ষতাই সমগ্ৰ অসমক গৌৰৱান্বিত কৰিছে চাৰ। আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

আজি ইং 15/07/26 তাৰিখে প্ৰয়াত পৌল নাগৰ দুখিত পৰিয়ালৰ ঘৰত আদিবাসী ছাত্ৰ সন্থাৰ মিছামাৰী আঞ্চলিকৰ সভাপতি শ্ৰীযুত প্ৰকাশ ...
15/07/2026

আজি ইং 15/07/26 তাৰিখে প্ৰয়াত পৌল নাগৰ দুখিত পৰিয়ালৰ ঘৰত আদিবাসী ছাত্ৰ সন্থাৰ মিছামাৰী আঞ্চলিকৰ সভাপতি শ্ৰীযুত প্ৰকাশ কুৰ্মী আৰু সম্পাদক শ্ৰী ৰবেট দাহাঙা উপস্থিত থাকি শোকবাৰ্তা পত্ৰ ও শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিলে।

সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আছা, পূৰ্বৰ মিছামাৰী উপ-আঞ্চলিক সমিতিৰ উপ সভাপতি পৌল নাগে জটিল ৰোগত আক্ৰান্ত হৈ চিৰ দিনৰ বাব...
06/07/2026

সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আছা, পূৰ্বৰ মিছামাৰী উপ-আঞ্চলিক সমিতিৰ উপ সভাপতি পৌল নাগে জটিল ৰোগত আক্ৰান্ত হৈ চিৰ দিনৰ বাবে আমাৰ মাজৰ পৰা শেষ বিদাই লয়। আছা মিছামাৰী আঞ্চলিক সমিতি হৈ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা ও বিদেশী আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ।

Godwin hamrom ডাঙৰীয়া জাতিৰ স্বাৰ্থত আগবাঢ়ি যাওঁ বুলি সকলোঁকে একগোট হবলৈ বাৰং বাৰ আহ্বান জনাইছে তাৰ বাবে godwin hamrom...
04/07/2026

Godwin hamrom ডাঙৰীয়া জাতিৰ স্বাৰ্থত আগবাঢ়ি যাওঁ বুলি সকলোঁকে একগোট হবলৈ বাৰং বাৰ আহ্বান জনাইছে তাৰ বাবে godwin hamrom ডাঙৰীয়াক আন্তৰিক ধন্যবাদ জনাইছোঁ।কিন্তু কিছূমান সভাপতি / সম্পাদক নিজৰ ব্যক্তিগত স্বাৰ্থ পূৰণৰ বাবে সংগঠন টো এক হব নিবিচাৰে এনেকুৱা নেতাক ধিকাৰ জনাওঁ। Godwin hamrom জিন্দাবাদ।
আহক সকলোৱে মিলি একগোট হয় জাতিৰ স্বাৰ্থত আগবাঢ়ি যাওঁ ।
ৰাইজৰ মতামত বিচাৰিছোঁ

Address

Missamari

Telephone

+918761912702

Website

Alerts

Be the first to know and let us send you an email when AASAA Missamari Regional Committee posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to AASAA Missamari Regional Committee:

Shortcuts

Share