29/11/2024
পাভৈ আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠাপক
দুলদুল বৰকটকীৰ বিয়োগ।।
বিশ্বনাথ তথা অসমে এগৰাকী নিষ্ঠাবান আৰু সু ব্যক্তিত্বৰ নেতা হেৰুৱালে।।
বিশ্বনাথৰ জনপ্রিয় ছাত্রনেতা সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সহকাৰী সাধাৰণ সম্পাদক দুলদুল বৰকটকীৰ মৃত্যু ।
উচ্চ ৰক্তচাপজনীত কাৰণত তেখেত দীৰ্ঘদিনধৰি গুৱাহাটীৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল সন্ধিয়া ৫ বজাত শেষ নিশ্বাস ত্যাগ কৰে।
তেখেতলৈ পাভৈ আঞ্চলিক ছাত্ৰ সন্থাৰ তৰফৰ পৰা শ্ৰদ্ধাঞ্জলি জনায় পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছোঁ।।
ঔম শান্তি 🙏
Duldul Borkotoki