ABVP Bongaigaon

ABVP Bongaigaon Official Handle Of Akhil Bharatiya Vidyarthi Parishad (ABVP) ─ Bongaigaon, Assam

অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ, বঙাইগাঁও জিলাৰ নৱনিযুক্ত সকলো দায়িত্বপ্ৰাপ্ত কাৰ্যকৰ্তালৈ মোৰ তথা বঙাইগাঁও জিলাৰ তৰফৰ পৰ...
31/07/2026

অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ, বঙাইগাঁও জিলাৰ নৱনিযুক্ত সকলো দায়িত্বপ্ৰাপ্ত কাৰ্যকৰ্তালৈ মোৰ তথা বঙাইগাঁও জিলাৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা।
আপোনালোকৰ এই নতুন দায়িত্ব সংগঠনক অধিক শক্তিশালী কৰাৰ লগতে ছাত্ৰ-সমাজ আৰু ৰাষ্ট্ৰসেৱাৰ ক্ষেত্ৰত নিষ্ঠা, সমৰ্পণ আৰু নেতৃত্বৰে আগবাঢ়ি নিয়াত সহায়ক হওক ।

*DISTRICT*
*SFD Convenor- Subham Das*
*SFS Convenor- Pronita Das*
*RKM incharge- Rani saha*
*Khelo Bharat Convenor - pritam chetry*
*Social media Incharge - Rajib Kumar*
*Media incharge- Harshajit chaudhury*
*Tehsil covenor-kritanjali singha*

🚩 ছাত্ৰ শক্তি – ৰাষ্ট্ৰ শক্তি 🚩

আজিৰ পৰা বঙাইগাঁওতস্থিত আই. এ. এছ স্কুলত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ বঙাইগাঁও বিভাগৰ বিভাগ প্ৰশিক্ষণ শিবিৰৰ শুভাৰম্ভ হ...
28/07/2026

আজিৰ পৰা বঙাইগাঁওতস্থিত আই. এ. এছ স্কুলত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ বঙাইগাঁও বিভাগৰ বিভাগ প্ৰশিক্ষণ শিবিৰৰ শুভাৰম্ভ হয়।

উক্ত প্ৰশিক্ষণ শিৱিৰৰ প্ৰস্তাৱিক সত্ৰত বিশেষভাৱে উপস্থিত থাকে ৰাষ্ট্ৰীয় সম্পাদক তথা ৰাজ্যিক সাংগঠনিক সম্পাদক কমলেশ সিং ডাঙৰীয়া, বঙাইগাঁও নগৰ শাখাৰ প্ৰাক্তন সভাপতি তপশ সৰকাৰ, বঙাইগাঁও বিভাগৰ সাংগঠনিক সম্পাদক ভাস্কৰ সৰকাৰ ডাঙৰীয়া, বঙাইগাঁও বিভাগৰ বিভাগ ছাত্ৰী প্ৰমুখ পল্লৱী ঘোষাল ডাঙৰীয়ানী।


"অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ" বঙাইগাঁও নগৰ শাখাৰ উদ্যোগত ৭৮ সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু ৰাষ্ট্ৰীয় বিদ্যাৰ্থী দিৱস উপলক্...
10/07/2026

"অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ" বঙাইগাঁও নগৰ শাখাৰ উদ্যোগত ৭৮ সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু ৰাষ্ট্ৰীয় বিদ্যাৰ্থী দিৱস উপলক্ষে কৃতি ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়। এই সম্বৰ্ধনা অনুষ্ঠানত মুখ্য অতিথি ৰূপে উপস্থিত থাকে
সমাজকৰ্মী সুকেন ৰায় ডাঙৰীয়া, বঙাইগাঁও বিশ্ববিদ্যালয়ৰ মাননীয় পৰীক্ষা নিয়ন্ত্ৰক ভবানী প্ৰসাদ শৰ্মা ছাৰ, বীৰঝোৰা কন্যা মহাবিদ্যালয়ৰ অধ্যক্ষ ড° বসন্ত কুমাৰ দাস ছাৰ আৰু অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ বঙাইগাঁও বিভাগৰ বিভাগৰ সাংগঠনিক সম্পাদক ভাস্কৰ সৰকাৰ ডাঙৰীয়া।


"অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ" বঙাইগাঁও নগৰ শাখাৰ উদ্যোগত ৭৮ সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু ৰাষ্ট্ৰীয় বিদ্যাৰ্থী দিৱস উপলক্...
10/07/2026

"অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ" বঙাইগাঁও নগৰ শাখাৰ উদ্যোগত ৭৮ সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু ৰাষ্ট্ৰীয় বিদ্যাৰ্থী দিৱস উপলক্ষে কৃতি ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়। এই সম্বৰ্ধনা অনুষ্ঠানত মুখ্য অতিথি ৰূপে উপস্থিত থাকে বঙাইগাঁও বিশ্ববিদ্যালয়ৰ মাননীয় উপাচাৰ্য ড° তৰনী ডেকা ছাৰ, বীৰঝোৰা মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ চিন্ময় ভট্টাচাৰ্জী ছাৰ, অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক পৰিষদৰ সদস্য হৃতন ৰায় ডাঙৰীয়া ।


Mission Sahashi 2026 निडर बनो, सक्षम बनो, नेतृत्व करो।मिशन साहसी के साथ एक सशक्त भारत की ओर। Strength, courage, leadersh...
03/07/2026

Mission Sahashi 2026

निडर बनो, सक्षम बनो, नेतृत्व करो।
मिशन साहसी के साथ एक सशक्त भारत की ओर।

Strength, courage, leadership, and service—Mission Sahashee is dedicated to empowering every young woman to become fearless, capable, and socially responsible.

Join us in this inspiring initiative featuring self-defence training, leadership development, legal awareness, cyber safety, and nation-building activities.

📍 Venue: SBC Field, Dangtola
📅 Date: 6th – 10th July 2026

Be Fearless. Be Capable. Take the Lead. Bring Change.

নতুন দায়িত্ব, নতুন সংকল্প।অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ (ABVP) অসম প্ৰদেশৰ ৰাজ্যিক প্ৰশিক্ষণ শিবিৰত বঙাইগাঁও বিভাগৰ নতু...
02/07/2026

নতুন দায়িত্ব, নতুন সংকল্প।

অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ (ABVP) অসম প্ৰদেশৰ ৰাজ্যিক প্ৰশিক্ষণ শিবিৰত বঙাইগাঁও বিভাগৰ নতুন দায়িত্বসমূহ ঘোষণা কৰা হয়।
নতুনকৈ দায়িত্ব লাভ কৰা সকলোলৈ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা।
শ্ৰী হৃতন ৰায় – বঙাইগাঁও বিভাগ সংযোজক
শ্ৰী বনজিত শৰ্মা – বঙাইগাঁও জিলা প্ৰমুখ
শ্ৰী নিৰৱ দাস – বঙাইগাঁও জিলা সংযোজক
শ্ৰী সুস্মিতা কুমাৰী – বঙাইগাঁও জিলা ছাত্ৰী প্ৰমুখ

আদৰ্শ, সংগঠন আৰু ৰাষ্ট্ৰ সেৱাৰ পথত আপোনালোকৰ নেতৃত্বত বঙাইগাঁও বিভাগে নতুন উচ্চতালৈ আগবাঢ়ক। ছাত্ৰশক্তিক অধিক সংগঠিত কৰি সমাজ আৰু ৰাষ্ট্ৰ নিৰ্মাণৰ এই যাত্ৰা অধিক শক্তিশালী হওক—এইয়াই আন্তৰিক কামনা। 🚩🇮🇳

জয়তু সংস্কৃতম্ । জয়তু ভাৰতম্ । 🚩

অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ (ABVP) বঙাইগাঁও নগৰ শাখাৰ এক দিনীয়া প্ৰশিক্ষণ শিবিৰ সফলতাৰে সম্পন্ন, নতুন কাৰ্যকৰণী গঠনবঙ...
22/06/2026

অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ (ABVP) বঙাইগাঁও নগৰ শাখাৰ এক দিনীয়া প্ৰশিক্ষণ শিবিৰ সফলতাৰে সম্পন্ন, নতুন কাৰ্যকৰণী গঠন

বঙাইগাঁও, ২১ জুন ২০২৬ঃ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ (ABVP) বঙাইগাঁও নগৰ শাখাৰ উদ্যোগত আজি বঙাইগাঁও বিশ্ববিদ্যালয়ত এক দিনীয়া প্ৰশিক্ষণ শিবিৰ সফলতাৰে অনুষ্ঠিত হয়। শিবিৰত বঙাইগাঁও নগৰৰ বিভিন্ন মহাবিদ্যালয় আৰু শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰী তথা কাৰ্যকৰ্তাসকলৰ সক্ৰিয় অংশগ্ৰহণ লক্ষ্য কৰা যায়।

শিবিৰৰ উদ্বোধনী অধিৱেশনত বঙাইগাঁও নগৰ শাখাৰ সভাপতি শ্ৰদ্ধেয় তাপশ চৰকাৰ ছাৰ আৰু বঙাইগাঁও জিলাৰ জিলা সংযোজক হৃতন ৰায় উপস্থিত থাকে। দিনজোৰা কাৰ্যসূচীত “সৈদ্ধান্তিক ভূমিকা”, “কাৰ্যপদ্ধতি”, “আয়াম, কাৰ্য, গতিবিধি আৰু পৰিসৰ কাৰ্য”, লগতে “কাৰ্যকৰ্তা বিকাশ আৰু ব্যৱহাৰ” আদি গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত বিস্তৃত আলোচনা অনুষ্ঠিত হয়। বক্তাসকলে ABVP-ৰ আদৰ্শ, সাংগঠনিক দৃষ্টিভংগী, ৰাষ্ট্ৰ পুনৰ্নিৰ্মাণত ছাত্ৰসমাজৰ ভূমিকা আৰু কাৰ্যকৰ্তা নিৰ্মাণৰ প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰে।

শিবিৰৰ সামৰণি অধিৱেশনত পূৰ্বৰ নগৰ সমিতি ভংগ কৰি নতুন কাৰ্যকৰণী ঘোষণা কৰা হয়। নৱগঠিত সমিতিত ড° মানসী দাস বাইদেউক নগৰ সভাপতি আৰু শৃতম দাসক নগৰ সম্পাদক হিচাপে দায়িত্ব প্ৰদান কৰা হয়। লগতে প্ৰাঞ্জনা নিয়োগী বাইদেউ, পলিতৰাজ সোণোৱাল ছাৰ আৰু জয়প্ৰকাশ প্ৰসাদ ছাৰক উপ-সভাপতি হিচাপে মনোনীত কৰা হয়।

নৱগঠিত সমিতিক উপস্থিত কাৰ্যকৰ্তাসকলে আন্তৰিক অভিনন্দন জ্ঞাপন কৰাৰ লগতে আগন্তুক দিনত সংগঠনটোক অধিক শক্তিশালী, গতিশীল আৰু বিস্তৃত ৰূপত আগবঢ়াই নিয়াৰ সংকল্প গ্ৰহণ কৰে। সভাৰ অন্তত ভাৰত মাতা কি জয় ধ্বনিৰে অনুষ্ঠানৰ সফল সামৰণি পৰে।


-27

✅  I   Friday Akhil Bharatiya Vidyarthi Parishad Bongaigaon University Unit has submitted a memorandum to the Hon’ble Vi...
11/06/2026

✅ I Friday Akhil Bharatiya Vidyarthi Parishad Bongaigaon University Unit has submitted a memorandum to the Hon’ble Vice Chancellor regarding urgent clarification on the FYUGP 4th Year Programme and its implementation in all eligible departments.

🌱 “গছ থাকিলেহে মানুহ থাকিব, সেউজ পৃথিৱীয়েহে ৰক্ষা কৰিব মানৱ জাতিৰ ভৱিষ্যৎ।” 🌱আজি ৫ জুন, বিশ্ব পৰিৱেশ দিৱস উপলক্ষে অখিল ভ...
05/06/2026

🌱 “গছ থাকিলেহে মানুহ থাকিব, সেউজ পৃথিৱীয়েহে ৰক্ষা কৰিব মানৱ জাতিৰ ভৱিষ্যৎ।” 🌱

আজি ৫ জুন, বিশ্ব পৰিৱেশ দিৱস উপলক্ষে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ (ABVP) আৰু SFD বঙাইগাওঁ জিলাৰ উদ্যোগত বঙাইগাঁও নগৰৰ বিভিন্ন মহাবিদ্যালয়ৰ প্ৰাংগণত গছ-পুলি ৰোপণ কাৰ্যসূচী সফলভাৱে সম্পন্ন কৰা হয়।

প্ৰকৃতিৰ সুৰক্ষা কেৱল দায়িত্ব নহয়, ই আমাৰ অস্তিত্ব ৰক্ষাৰ সংকল্প। আহক, আমি সকলোৱে অধিক সংখ্যক গছ ৰোপণ কৰি এখন সেউজ, সুস্থ আৰু স্থায়ী ভৱিষ্যৎ গঢ়ি তোলাত অংশগ্ৰহণ কৰোঁ।




Address

Bongaigaon

Alerts

Be the first to know and let us send you an email when ABVP Bongaigaon posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to ABVP Bongaigaon:

Shortcuts

Share