Hut Huti Young Star's Diamond Club

Hut Huti Young Star's Diamond Club Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Hut Huti Young Star's Diamond Club, Non-Governmental Organization (NGO), Joypur, Bongaigaon.

� HUT HUTI YOUNG STAR’S DIAMOND CLUB
� ক্ৰীড়া কার্যকলাপ | � Social Welfare
� যুব উন্নয়ন & Community Development
� Hut Huti, Chirang, Assam
� Registered Society (1860 Act)

HUT HUTI YOUNG STAR'S DIAMOND CLUB ৰ উদ্যোগত  স্বাধীনতা উপলক্ষে আজিৰ অনুষ্ঠান সম্পুৰ্ণ কৰা হ'ল....
15/08/2026

HUT HUTI YOUNG STAR'S DIAMOND CLUB ৰ উদ্যোগত স্বাধীনতা উপলক্ষে আজিৰ অনুষ্ঠান সম্পুৰ্ণ কৰা হ'ল....

🇮🇳 স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা 🇮🇳দেশৰ ৮০ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে হুট হুটি ইউং ষ্টাৰ ডাই মণ্ড ক্লাবৰ তৰফৰ পৰা ...
15/08/2026

🇮🇳 স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা 🇮🇳

দেশৰ ৮০ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে হুট হুটি ইউং ষ্টাৰ ডাই মণ্ড ক্লাবৰ তৰফৰ পৰা সমূহ দেশবাসীলৈ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জনালোঁ। 🇮🇳❤️

স্বাধীনতা সংগ্ৰামীসকলৰ ত্যাগ আৰু বীৰত্বক শ্ৰদ্ধাৰে স্মৰণ কৰি আহক, আমি সকলোৱে একতা, শান্তি আৰু ভাতৃত্ববোধেৰে এখন শক্তিশালী, সুন্দৰ আৰু উন্নত ভাৰত গঢ়াৰ সংকল্প লওঁ।

🇮🇳 দেশ প্ৰথম — একতা আমাৰ শক্তি — সেৱা আমাৰ কৰ্তব্য 🇮🇳

জয় হিন্দ! 🇮🇳
বন্দে মাতৰম! 🇮🇳

huti young star's diamond Club

Join new mamber
20/05/2026

Join new mamber

Interested team contact this number
05/04/2026

Interested team contact this number

27/01/2026
🇮🇳 ২৬ জানুৱাৰী – গণৰাজ্য দিৱস উপলক্ষে বিশেষ ক্ৰীড়া কাৰ্যসূচী 🇮🇳আমাৰ ক্লাব HUT HUTI  YOUNG STAR'S DIAMOND CLUB ৰ উদ্যোগত📅...
26/01/2026

🇮🇳 ২৬ জানুৱাৰী – গণৰাজ্য দিৱস উপলক্ষে বিশেষ ক্ৰীড়া কাৰ্যসূচী 🇮🇳

আমাৰ ক্লাব HUT HUTI YOUNG STAR'S DIAMOND CLUB ৰ উদ্যোগত

📅 তাৰিখঃ ২৬ জানুৱাৰী ২০২৬
📍 স্থানঃ Hut Huti Young Star's Diamond Club Field

Hut Huti LP School আৰু Joypur LP School ৰ ১০০–১৫০ গৰাকী ছাত্ৰ-ছাত্ৰীক আমন্ত্ৰণ জনাই এক আনন্দময় ক্ৰীড়া অনুষ্ঠান আয়োজন কৰা হৈছিল।
এই কাৰ্যসূচীৰ মূল উদ্দেশ্য আছিল শিশুসকলৰ মাজত খেল-ধেমালিৰ প্ৰতি আগ্ৰহ বৃদ্ধি কৰা, সুস্থ দেহ-মন গঠন কৰা আৰু গণতন্ত্ৰ দিৱসৰ মহত্ব সম্পৰ্কে সচেতনতা বৃদ্ধি কৰা। শিশুসকলে অত্যন্ত উৎসাহ আৰু আনন্দৰ সৈতে খেলত অংশগ্ৰহণ কৰে।
আমাৰ ক্লাবৰ তৰফৰ পৰা সকলো ছাত্ৰ-ছাত্ৰী, বিদ্যালয় কৰ্তৃপক্ষ আৰু সহায় কৰা সকলো ব্যক্তিক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ভৱিষ্যতেও এনে সমাজমুখী কাৰ্যসূচী অব্যাহত ৰাখিবলৈ আমি সদায়ে প্ৰয়াস কৰিম।

🇮🇳 Jai Hind | Jai Bharat 🇮🇳

৭৭ সংখ্যাক গণৰাজ্য দিৱস উপলক্ষে Hut Huti Young Star's Diamond Club ৰ চৌহদত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা হয় ।
26/01/2026

৭৭ সংখ্যাক গণৰাজ্য দিৱস উপলক্ষে Hut Huti Young Star's Diamond Club ৰ চৌহদত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা হয় ।

Body of Hut huti young star's diamond club
09/01/2026

Body of Hut huti young star's diamond club

Address

Joypur
Bongaigaon
783393

Website

Alerts

Be the first to know and let us send you an email when Hut Huti Young Star's Diamond Club posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share