Madhya Tezpur Rangali Bihu Sanmilon

Madhya Tezpur Rangali Bihu Sanmilon Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Madhya Tezpur Rangali Bihu Sanmilon, Nonprofit Organization, Sitroban Bakori, Tezpur.

01/05/2026
29/04/2026

সদৌ অসম ভিত্তিত মুকলি বিহু প্ৰতিযোগিতা ২০২৬




28/04/2026

তিৱা জনগোষ্ঠীৰ পৰম্পৰাগত নৃত্য অসমৰ চহকী সাংস্কৃতিক ঐতিহ্যৰ এক অবিচ্ছেদ্য অংগ, যি প্ৰধানকৈ কৃষিভিত্তিক উৎসৱ আৰু সামাজিক অনুষ্ঠানত প্ৰদৰ্শন কৰা হয়। শোনিতপুৰৰ ঠেলামৰাৰ আগশাৰীৰ দল এটাই ১৪ এপ্ৰিলৰ দিনা অনুষ্ঠান আগবঢ়ায়।

৫৯ তম মধ্য তেজপুৰ বিহু সন্মিলনীৰ উদ্যোগত অনুষ্ঠিত বিভিন্ন খেল ধেমালি প্ৰতিযোগিতাৰ বিজয়ী সকল।
27/04/2026

৫৯ তম মধ্য তেজপুৰ বিহু সন্মিলনীৰ উদ্যোগত অনুষ্ঠিত বিভিন্ন খেল ধেমালি প্ৰতিযোগিতাৰ বিজয়ী সকল।

27/04/2026

১৪ তাৰিখৰ পতাকা উত্তোলন কাৰ্যসূচীৰ অন্যতম আকৰ্ষণ আছিল আমন্ত্ৰিত শোনিতপুৰৰ জনপ্ৰিয় ঝুমুৰ দলৰ নৃত্য প্ৰদৰ্শন।

26/04/2026

অসমৰ বিভিন্ন ঠাইৰ আগশাৰীৰ সৰ্বমুঠ ২৪ টা মুকলি বিহুৰ দলে অংশগ্ৰহনেৰে ৫৯ তম মধ্য তেজপুৰ বিহু সন্মিলনীৰ প্ৰথম বাৰ্ষিক মুকলি বিহু প্ৰতিযোগিতাৰ আছিল উল্লেখনীয় দিন।পাছৰ দিনা ৰাতিপুৱা ৬ বজাত সফল সমাপ্তি ঘটে এই বৃহৎ অনুষ্ঠানৰ।

তেজপুৰৰ প্ৰাণকেন্দ্ৰ চিত্ৰবন বাকৰিত প্ৰথম বাৰ্ষিক সদৌ অসম ভিত্তিত মুকলি বিহু প্ৰতিযোগিতাৰ শুভাৰম্ভ কৰাৰ মুহূৰ্ত
26/04/2026

তেজপুৰৰ প্ৰাণকেন্দ্ৰ চিত্ৰবন বাকৰিত প্ৰথম বাৰ্ষিক সদৌ অসম ভিত্তিত মুকলি বিহু প্ৰতিযোগিতাৰ শুভাৰম্ভ কৰাৰ মুহূৰ্ত

25/04/2026

ভাস্কৰজ্যোতি বিহু দলৰ বিহুৱতী নিশামনি হালৈ পুৱতি নিশা হোৱা এক দুৰ্ঘটনাৰ ফলত অকালতে চিৰবিদায় ল’লে।বিহুৱতী গৰাকীৰ আকষ্মিক মৃত্যু অসমৰ সাংস্কৃতিক জগতৰ বাবে এক অপূৰণীয় ক্ষতি।
তেওৰ বৈকুণ্ঠগামী আত্মাৰ চিৰশান্তি কামনা কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ মধ্য তেজপুৰ বিহু সন্মিলনীৰ তৰফৰ পৰা গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ। লগতে বিহু দলটিৰ আঘাতপ্ৰাপ্ত সদস্যসকলৰ দ্ৰুত আৰোগ্য কামনা কৰিলোঁ।

ওঁম শান্তি 🙏

সদৌ অসম ভিত্তিত মৌ কুৱৰী তথা মৌ পৰী প্ৰতিযোগিতাৰ সন্মানীয় বিচাৰক সকল।
25/04/2026

সদৌ অসম ভিত্তিত মৌ কুৱৰী তথা মৌ পৰী প্ৰতিযোগিতাৰ সন্মানীয় বিচাৰক সকল।

24/04/2026

বিভিন্ন জনগোষ্ঠীয় লোক বাদ্য নৃত্যৰ অনুষ্ঠান।

Address

Sitroban Bakori
Tezpur

Website

Alerts

Be the first to know and let us send you an email when Madhya Tezpur Rangali Bihu Sanmilon posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share