21/04/2026
ভেৰিয়েন্ট এডুকেশ্বনৰ প্ৰথম বৰ্ষপূৰ্তি আৰু HSLC পৰীক্ষা 2026 ৰ সুখ্যাতিৰে উত্তীৰ্ণ ইনষ্টিটিউটৰ শিক্ষাৰ্থী সকলৰ অভিনন্দন অনুষ্ঠানত৷
বিশিষ্ট অতিথিৰূপে আসন শুৱনি কৰিলে
১. ৰীণা ৰাণী বৰা (অৱসৰপ্ৰাপ্ত কৃতি শিক্ষয়িত্ৰী আৰু অধিবক্তা)
২. নিৱেদিতা বৰুৱা (উপ-পঞ্জীয়ক, অসম কৃষি বিশ্ববিদ্যালয়, যোৰহাট)