11/06/2026
চাউলখোৱা MAC উপকাৰ্যালয়ত উপস্থিত সন্মানীয় Chief Executive Member: Paramananda Chayengia ছাৰৰ চাউলখোৱা আঞ্চলিক সাংগতনিক খৱৰ আৰু দিহা পৰামৰ্শ আগবঢ়োৱা মুহূতত ছাৰৰ ছবি আৱদ্ধ কৰি ৰাখিলো । চাউলখোৱা অঞ্চললৈ আহি অঞ্চলটোৰ খৱৰ লোৱাৰ বাবে TMPK চাউলখোৱা আঞ্চলিক তৰফৰ পৰা অশেষ ধন্যৱাদ জ্ঞাপন কৰিছো।