28/04/2026
আজি ঘোষিত হোৱা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীক PEDS ৰ তৰফৰ পৰা আটাইকেইজন লৈ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিলোঁ।
অনাগত ভৱিষ্যতলৈ উচ্চ শিক্ষাৰে শিক্ষিত হৈ দেশৰ লগতে সমাজৰ বিভিন্ন স্তৰত ভাল কাম কৰক তাৰে কামনা কৰিলোঁ।