আজি দশম ফজু বজাৰ মহোৎসৱ ও গ্ৰন্ত আৰু বানিজ্য মেলাৰ এখন সাধাৰণ সভা অনুষ্ঠিত হয়। উক্ত সাধাৰণ সভাত নতুন কৈ কমিটি গঠন কৰা হয়।
29/10/2024
অষ্টম ফজু বজাৰ মহোৎসৱ ও গ্ৰন্থ আৰু বানিজ্য মেলাৰ সপ্তম দিনৰ কাৰ্যসূচীত তথা সামৰণি অনুষ্ঠানত সা সকলোৰে সহায় সহযোগিতা আমি আন্তৰিকতাৰে কামনা কৰিছোঁ আয়োজক সমিতিৰ তৰফৰ পৰা।
ধন্যবাদ l
Fazu Bazar Book And Trade Fair
29/10/2024
অষ্টম ফজু বজাৰ মহোৎসৱ ও গ্ৰন্থ আৰু বানিজ্য মেলাৰ ষষ্ট দিনাৰ কাৰ্যসূচীত সকলোৰে সহায় সহযোগিতা আমি আন্তৰিকতাৰে কামনা কৰিছোঁ আয়োজক সমিতিৰ তৰফৰ পৰা।
ধন্যবাদ l
Fazu Bazar Book And Trade Fair
28/10/2024
অষ্টম ফজু বজাৰ মহোৎসৱ ও গ্ৰন্থ আৰু বানিজ্য মেলাৰ পঞ্চম দিনাৰ কাৰ্যসূচীত সকলোৰে সহায় সহযোগিতা আমি আন্তৰিকতাৰে কামনা কৰিছোঁ আয়োজক সমিতিৰ তৰফৰ পৰা।
ধন্যবাদ।
Fazu Bazar Book And Trade Fair
26/10/2024
অষ্টম ফজু বজাৰ মহোৎসৱ ও গ্ৰন্থ আৰু বানিজ্য মেলাৰ চতুৰ্থ দিনাৰ কাৰ্যসূচীত সকলোৰে সহায় সহযোগিতা আমি আন্তৰিকতাৰে কামনা কৰিছোঁ আয়োজক সমিতিৰ তৰফৰ পৰা।
ধন্যবাদ l
Fazu Bazar Book And Trade Fair
26/10/2024
অষ্টম ফজু বজাৰ মহোৎসৱ ও গ্ৰন্থ আৰু বানিজ্য মেলাৰ তৃতীয় দিনাৰ কাৰ্যসূচীত সকলোৰে সহায় সহযোগিতা আমি আন্তৰিকতাৰে কামনা কৰিছোঁ আয়োজক সমিতিৰ তৰফৰ পৰা।
ধন্যবাদ l
Fazu Bazar Book And Trade Fair
24/10/2024
অষ্টম ফজু বজাৰ মহোৎসৱ ও গ্ৰন্থ আৰু বানিজ্য মেলাৰ দ্বিতীয় দিনাৰ কাৰ্যসূচীত সকলোৰে সহায় সহযোগিতা আমি আন্তৰিকতাৰে কামনা কৰিছোঁ আয়োজক সমিতিৰ তৰফৰ পৰা।
ধন্যবাদ ।
Fazu Bazar Book And Trade Fair
24/10/2024
অষ্টম ফজু বজাৰ মহোৎসৱ ও গ্ৰন্থ আৰু বানিজ্য মেলা ২০২৪ শুভ উদ্বোধন কৰা হয়। উক্ত উদ্বোধনী অনুষ্ঠানত সভাপতি কৰে অষ্টম ফজু বজাৰ মহোৎসৱ ও গ্ৰন্থ আৰু বানিজ্য মেলাৰ সভাপতি মাননীয় দেলুৱাৰ হুছেইন ডাঙৰীয়া । উক্ত উদ্বোধনী অনুষ্ঠানত উদ্বোধনী কৰে সৰুক্ষেত্রী বিধানসভা সমষ্টিৰ বিধায়ক মাননীয় জাকিৰ হুছেইন সিকদাৰ ডাঙৰীয়া আৰু তাৰ লগতে উপস্থিত থাকে হৰেন্দ্ৰ চিত্রা মহাবিদ্যালয়ৰ অধ্যক্ষ মাননীয় ড জাকিৰ হুছেইন ডাঙৰীয়া। আৰু তাৰ লগতে উপস্থিত থাকে বিশিষ্ট ব্যক্তিসকল। সকলোকে আয়োজক সমিতিৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।
ধন্যবাদ।
Be the first to know and let us send you an email when Fazu Bazar Book And Trade Fair posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.