ABVP নলবাৰী নগৰ শাখা.

  • Home
  • ABVP নলবাৰী নগৰ শাখা.

ABVP নলবাৰী নগৰ শাখা. Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from ABVP নলবাৰী নগৰ শাখা., Community Organization, .

আজি অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ নলবাৰী জিলাৰ দ্বাৰা আয়োজিত { Youth Can Lead Conclave} অনুষ্ঠানটিত নলবাৰী জিলাৰ বিভিন্...
26/02/2026

আজি অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ নলবাৰী জিলাৰ দ্বাৰা আয়োজিত { Youth Can Lead Conclave} অনুষ্ঠানটিত নলবাৰী জিলাৰ বিভিন্ন বিদ্যালয়,মহাবিদ্যালয় ছাত্ৰ- ছাত্ৰীয়ে অংশগ্ৰহণ কৰে।

এই Youth Can Lead Conclave শীৰ্ষক অনুষ্ঠানটিৰ লগত সংগতি ৰাখি নলবাৰী জিলা ভিত্তিক এক প্ৰতিভা সন্ধানী পৰীক্ষা অনুষ্ঠিত কৰা হৈছিল , উক্ত পৰীক্ষাটিত কৃতিত্ব অৰ্জন কৰিবলৈ সক্ষম হোৱা ছাত্ৰ - ছাত্ৰী সকলক এই অনুষ্ঠানটিত বঁটা বিতৰণ কৰা হয়।

এই অনুষ্ঠানটিত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী লগতে নলবাৰী জিলাৰ বিধায়ক শ্ৰদ্ধাৰ জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া ,ABVP (CWC) ৰ সদস্য শ্ৰদ্ধাৰ হেৰল্ড মহন ডাঙৰীয়া, জিলা প্ৰমুখ শ্ৰী অনন্ত ৰাজবংশী ডাঙৰীয়া, যুৱ সাংবাদিক অবয়ব ভূঞা, অভিনেত্ৰী ধ্যানি মহন , কণ্ঠশিল্পী ৰিচা ভৰদ্বাজ তথা নলবাৰী জিলাৰ বিভিন্ন শিক্ষানুষ্ঠান ৰ পৰা অহা শিক্ষাৰ্থী সকল লগতে বিশিষ্ট ব্যক্তি সকল উপস্থিত থাকে।

আজি নলবাৰী মহাবিদ্যালয় আৰু মহেন্দ্ৰ নাৰায়ণ চৌধুৰী বালিকা মহাবিদ্যালয়ৰ বাৰ্ষিক মহাবিদ্যালয় সপ্তাহ উপলক্ষে অনুষ্ঠিত হো...
03/02/2026

আজি নলবাৰী মহাবিদ্যালয় আৰু মহেন্দ্ৰ নাৰায়ণ চৌধুৰী বালিকা মহাবিদ্যালয়ৰ বাৰ্ষিক মহাবিদ্যালয় সপ্তাহ উপলক্ষে অনুষ্ঠিত হোৱা সাংস্কৃতিক শোভাযাত্ৰাত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ নলবাৰী নগৰ শাখাৰ তৰফৰ পৰা ছাত্ৰ ছাত্ৰী সকলৰ মাজত চৰ্বত আৰু পানী বিতৰণ কৰা হয়।

অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ নলবাৰী জিলাৰ‌ তৰফৰ পৰা শিক্ষানুষ্ঠান সমূহত অনুষ্ঠিত হৈ থকা প্ৰতিভা সন্ধানী পৰীক্ষাৰ কিছু দ...
29/01/2026

অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ নলবাৰী জিলাৰ‌ তৰফৰ পৰা শিক্ষানুষ্ঠান সমূহত অনুষ্ঠিত হৈ থকা প্ৰতিভা সন্ধানী পৰীক্ষাৰ কিছু দৃশ্যাংশ।

শাৰদীয় দুৰ্গা পূজা উপলক্ষে সকলোলৈ আন্তৰিক প্ৰীতি আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। দুৰ্গোৎসৱৰ প্ৰতিটো মুহূৰ্ত ভক্তি, আধ্যাত্মি...
29/09/2025

শাৰদীয় দুৰ্গা পূজা উপলক্ষে সকলোলৈ আন্তৰিক প্ৰীতি আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। দুৰ্গোৎসৱৰ প্ৰতিটো মুহূৰ্ত ভক্তি, আধ্যাত্মিকতা আৰু আনন্দৰ সমাহাৰেৰে পৰিপূৰ্ণ হৈ আমাৰ মাজৰ ভাতৃত্ববোধক অধিক শক্তিশালী কৰি তোলক।🙏

Grand Victory at Nalbari Commarce College, Nalbari. ABVP won all seats, a clean sweep. 🎉👏💪  ABVP Nalbari District  ABVP ...
27/09/2025

Grand Victory at Nalbari Commarce College, Nalbari.

ABVP won all seats, a clean sweep. 🎉👏💪



ABVP Nalbari District
ABVP Assam

Grand Victory at MNC Girls College, Nalbari. ABVP won all seats, a clean sweep. 🎉👏💪  ABVP Nalbari District  ABVP Assam
27/09/2025

Grand Victory at MNC Girls College, Nalbari.

ABVP won all seats, a clean sweep. 🎉👏💪



ABVP Nalbari District
ABVP Assam

10/09/2025
অখিল ভাৰতীয় বিদ‍্যাৰ্থী পৰিষদ নলবাৰী নগৰ শাখাৰ অন্তৰ্গত নলবাৰী মহাবিদ্যালয় গোট গঠন কৰা হয়
10/09/2025

অখিল ভাৰতীয় বিদ‍্যাৰ্থী পৰিষদ নলবাৰী নগৰ শাখাৰ অন্তৰ্গত নলবাৰী মহাবিদ্যালয় গোট গঠন কৰা হয়

অখিল ভাৰতীয় বিদ‍্যাৰ্থী পৰিষদ নলবাৰী নগৰ শাখাৰ অন্তৰ্গত নলবাৰী বানিজ‍্য মহাবিদ্যালয়ৰ ২০২৫-২৬  বৰ্ষৰ মহাবিদ্যালয়  গোট গঠন...
10/09/2025

অখিল ভাৰতীয় বিদ‍্যাৰ্থী পৰিষদ নলবাৰী নগৰ শাখাৰ অন্তৰ্গত নলবাৰী বানিজ‍্য মহাবিদ্যালয়ৰ ২০২৫-২৬ বৰ্ষৰ মহাবিদ্যালয় গোট গঠন কৰা হয় ।

দুষ্কৃতিকাৰীৰ গুলিত নিজৰ জীৱন আহুতি দি যোৱা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ স্বয়ংসেৱক, শুক্লেশ্বৰ মেধি দেৱক আজি তেখেতৰ মৃত্য...
30/08/2025

দুষ্কৃতিকাৰীৰ গুলিত নিজৰ জীৱন আহুতি দি যোৱা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ স্বয়ংসেৱক, শুক্লেশ্বৰ মেধি দেৱক আজি তেখেতৰ মৃত্যুবাৰ্ষিকীত গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ ৷

11/08/2025

Membership Drive 2025

Nalbai Collage

Address


Website

Alerts

Be the first to know and let us send you an email when ABVP নলবাৰী নগৰ শাখা. posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to ABVP নলবাৰী নগৰ শাখা.:

  • Want your organization to be the top-listed Non Profit Organization?

Share