AJYCP Mohimabari Branch,Titabar

AJYCP Mohimabari Branch,Titabar ■মহিমাবাৰী শাখা■
(Account Handle:- সভাপতি - Purbajyoti Borah )

24/07/2026

```"অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ তিতাবৰ আঞ্চলিক সমিতি"``` *উপ-সভাপতি*  #মনজিৎ_তাছাৰ ওপজা দিনৰ শুভেচ্ছা জনালোঁ , আহিবল...
03/12/2025

```"অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ তিতাবৰ আঞ্চলিক সমিতি"``` *উপ-সভাপতি* #মনজিৎ_তাছাৰ ওপজা দিনৰ শুভেচ্ছা জনালোঁ , আহিবলগীয়া দিনসমূহ সুখ ,শান্তিৰে ভৰি পৰক।🎂
MonZeet TaSah

 াতীয়তাবাদী_যুৱ_ছাত্ৰ_পৰিষদ ৰ ডিব্ৰুগড় জিলা সমিতিৰ আতিথ্যত অনুষ্ঠিত হোৱা "কেন্দ্ৰীয় সাংগঠনিক কৰ্মশালা"ৰ বক্তৃতা প্ৰদা...
22/11/2025

াতীয়তাবাদী_যুৱ_ছাত্ৰ_পৰিষদ ৰ ডিব্ৰুগড় জিলা সমিতিৰ আতিথ্যত অনুষ্ঠিত হোৱা "কেন্দ্ৰীয় সাংগঠনিক কৰ্মশালা"ৰ বক্তৃতা প্ৰদান প্ৰতিযোগিতাত তৃতীয় স্থান লাভ কৰি যোৰহাট জিলালৈ গৌৰৱ কঢ়িয়াই অনা বৰ্তমানৰ যোৰহাট জিলা সমিতিৰ সভাপতি তথা কেন্দ্ৰীয় সমিতিৰ প্ৰাক্তন প্ৰচাৰ সম্পাদক #অসীম_জ্যোতি_শ‌ইকীয়া ডাঙৰীয়ালৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ...🌻

Address

Gar-Ali
Titabar
785630

Website

Alerts

Be the first to know and let us send you an email when AJYCP Mohimabari Branch,Titabar posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to AJYCP Mohimabari Branch,Titabar:

Shortcuts

Share