04/01/2026
সন্মানীয় কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী শ্ৰীযুত পৱিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়াৰ গৌৰৱময় উপস্থিতিত কাইলৈ তিতাবৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত বোকাহোলা চাহ বাগিচাত ভাৰতীয় জনতা পাৰ্টিৰ এক বিশাল যোগদান কার্যসূচীৰ আয়োজন কৰা হৈছে।
উক্ত কার্যসূচীত আপোনালোক সকলোৰে উপস্থিতি কামনা কৰি বিনম্ৰ অনুৰোধ জনালোঁ।
Himanta Biswa Sarma
Dilip Saikia
BJP Assam Pradesh