Jibon - জীৱন

Jibon - জীৱন Give Blood Save Life

03/08/2026

নাজিৰাৰ চৰাইদেউ শিমলোগুৰি চন্তক আদি অঞ্চলৰ বানপিৰিত ৰাইজৰ কাষত

25/07/2026
দুৰ্যোগৰ এই সময়ছোৱাত বানপীড়িত ৰাইজৰ প্ৰাথমিক প্ৰয়োজনীয়তাসমূহ পূৰণ কৰাৰ স্বাৰ্থত আমাৰ "জীবন" ৰ কৰ্মীসকল আৰু বিভিন্ন ৰ...
25/07/2026

দুৰ্যোগৰ এই সময়ছোৱাত বানপীড়িত ৰাইজৰ প্ৰাথমিক প্ৰয়োজনীয়তাসমূহ পূৰণ কৰাৰ স্বাৰ্থত আমাৰ "জীবন" ৰ কৰ্মীসকল আৰু বিভিন্ন ৰাইজে অহৰ্নিশে সাহায্য বিতৰণ কাৰ্যসূচীত সহায়ৰ হাত আগবঢ়াইছে।

বৰ্তমান এই সময়ত আপুনি/আপোনালোকে অব্যবহিত
যদি পৰিধান কৰিব পৰা

পুৰুষ/মহিলা/সৰু লৰা-ছোৱালী ৰ
কাপোৰ,
জোতা,
বিচনা চাদৰ,
আৰু স্কুল বেগ,
কিতাপ বহী দান বৰঙণি কৰিব বিচাৰে তেন্তে আমাৰ লগত যোগাযোগ কৰিব পাৰিব।

দুৰ্যোগৰ সময়ত ৰাইজৰ সেৱা কৰিবলৈ আমি সদায় উৎসৰ্গিত।

বানৰ এই দুৰ্য্যোগৰ সময়ত বানপিৰিত ৰাইজৰ মাজত                               জীৱন ' বিপদৰ সময়ত এষাৰ মাত আৰু কিঞ্চিত সহায়...
25/07/2026

বানৰ এই দুৰ্য্যোগৰ সময়ত বানপিৰিত ৰাইজৰ মাজত
জীৱন
' বিপদৰ সময়ত এষাৰ মাত আৰু কিঞ্চিত সহায়ৰ হাত '

25/07/2026
ইংৰাজী নৱবৰ্ষৰ পঞ্চমটো দিনত "শিবাস" ৰ উদ্যোগত আৰু  প্ৰতিষ্ঠিত স্বেচ্ছাসেৱী সংস্থাৰ "জীৱন" ৰ সহযোগত তিতাবৰৰ ৰাজপথত কেইবা ...
05/01/2024

ইংৰাজী নৱবৰ্ষৰ পঞ্চমটো দিনত "শিবাস" ৰ উদ্যোগত আৰু প্ৰতিষ্ঠিত স্বেচ্ছাসেৱী সংস্থাৰ "জীৱন" ৰ সহযোগত তিতাবৰৰ ৰাজপথত কেইবা বছৰৰ পৰা বহি থকা এগৰাকী বৃদ্ধ আইতাক তিতাবৰ অসামৰিক চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা প্ৰদান কৰি "জীৱন" প্ৰতিষ্ঠিত স্বেচ্ছাসেৱী সংস্থাৰ এম্বুলেন্স ত যোৰহাটৰ বয়োজ্যেষ্ঠ গৃহত বৃদ্ধা আইতা গৰাকীক থৈ অহা হয়।। তেখেতৰ অসুৰোগ্য আৰু দীর্ঘও কামনা কৰিছোঁ।।।

Address

Titabar
785630

Website

Alerts

Be the first to know and let us send you an email when Jibon - জীৱন posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Jibon - জীৱন:

Shortcuts

Share